আজিৰ দিনটোৰ ৰাশিফল
(৮ আগষ্ট,২০২০)
মেঘ |
পুৰনি সমস্যাৰ সমাধান হ’ব। আবেগ বোৰ পৰিহাৰ কৰি ভুল বোৰৰ শুধৰণি কৰক। ভ্ৰমণৰ যোগ আছে। দাম্পত্যত শুভ। শুভ ৰং আকাশী নীলা আৰু শুভ সংখ্যা চাৰি।
|
|
বৃষ |
মনলৈ হতাশা আহিব পাৰে, কিন্তু নিজৰ কাম সঠিক ভাবে কৰি যাওঁক। খৰচ বোৰ কমাই চলক। ৰাজনীতিত সাৱধান। শৰীৰ দুৰ্বল। শুভ ৰং মুগা আৰু শুভ সংখ্যা ছয়।
|
|
মিথুন |
আনৰ বাবে যিমান কৰিলেও আপোনাৰ প্ৰতি কোনো কৃতজ্ঞ নহয়। তথাপিও আশাবাদী হৈ আগবাঢ়ি যাওঁক। নতুন খবৰে আনন্দ দিব। শৰীৰ দুৰ্বল। শুভ ৰং গোলাপী আৰু শুভ সংখ্যা পাচঁ।
|
|
কৰ্কট |
কৰ্ম নিষ্ঠাৰে কৰি যাওঁক, পদোন্নতিৰ যোগ আছে। আনে আপোনাৰ কামত বাধা দিব পাৰে। পৰাপহ্মত ভ্ৰমণ নকৰিব। ভাতৃ ভগ্নীৰে মিলি থাকক। খৰচ বাঢ়িব। শুভ ৰং সোণালী আৰু শুভ সংখ্যা চাৰি।
|
|
সিংহ |
নভবাকৈ হাতলৈ ধন আহিব। নতুন মানুহৰ সৈতে যোগাযোগ হ’ব। বন্ধু বাঢ়িব, শত্ৰু কমিব। শুভ ৰং ৰূপালী আৰু শুভ সংখ্যা আঠ।
|
|
কন্যা |
সত্য পট চলক। কথা কমকৈ কওক। পাৰিবাৰিক দিশত কষ্ট। খৰচ বাঢ়িব। শুভ ৰং মাখন আৰু শুভ সংখ্যা পাচঁ।
|
|
তুলা |
মনত আশাৰ উদয় হ’ব। শাৰীৰিক কষ্ট বাঢ়িব। খৰচ কমাবলৈ যত্ন কৰক। হিনমান্যতাত ভুগিব পাৰে। ভ্ৰমণৰ যোগ আছে। শুভ ৰং মুগা আৰু শুভ সংখ্যা ছয়।
|
|
বৃশ্চিক |
আয়ত কৈ ব্যয় বৃদ্ধি। আনৰ পৰা সন্মান আৰু আদৰ যত্ন পাব। মাতৃৰ শুভ। শৰীৰ ভাল। যাতায়তত সাৱধান। শুভ ৰং আকাশী নীলা আৰু শুভ সংখ্যা চাৰি।
|
|
ধনু |
সা সম্পত্তিৰ প্ৰতি লালসা বাঢ়িব। মনৰ পৰা হতাশা দুৰ হ’ব। দান কৰক। ধনৰ অপচয় হ’ব। শৰীৰ দুৰ্বল। শুভ ৰং গোলাপী আৰু শুভ সংখ্যা চাৰি।
|
|
মকৰ |
কৰ্মত শুভ। আনৰ পৰা প্ৰশংসা লাভ কৰিব। ব্যবসায়ত উন্নতি হ’ব পাৰে। খং ৰাগ বোৰ কমাই চলক। সম্পদ লাভ হ’ৱ পাৰে। ওচৰ চুবুৰিয়াৰ পৰা সাবধান। শুভ ৰং আকাশী নীলা আৰু শুভ সংখ্যা পাচঁ।
|
|
কুম্ভ |
পানীৰ পৰা সাৱধান। পৰাপহ্মত ভ্ৰমণ নকৰিবই। যাতায়তত সাৱধান। খং কমিব। আনৰ প্ৰতি মৰম, দয়া ৰাখক। শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা পাঁচ।
|
|
মীন |
নিজৰ গঠন মুলক চিন্তাত লাগি থাকক, পৰচৰ্চাত মন কৰি কোনো সুফল নাপায়। সকলোৰে লগত মিলি চলিবলৈ চেষ্টা কৰক। শত্ৰু কমি থাকিব। ব্যৱসায়ৰ শুভ। শুভ ৰং মুগা আৰু শুভ সংখ্যা দুই। |