আজিৰ দিনটোৰ ৰাশিফল ৫ অক্টোবৰ

আজিৰ দিনটোৰ ৰাশিফল

(৫ অক্টোবৰ,২০২০)

মেঘ  

অবিশ্বাসীয় পৰিকল্পনা মনলৈ আহিব। ভাবি চিন্তি কাম হাতত লওক। চতুৰ্দিশ বৰ ফৰকাল দেখা নাযায়। শৰীৰে কিছু আমনি কৰিব পাৰে। প্রতিটো কথাত হুৰমূৰকৈ সিদ্ধান্ত নোলোৱাই ভাল। মাতৃৰ মধ্যম। ধন ব্যয়ৰ ইংগিত।

বৃষ  

শৰীৰ মোটামুটি বেয়া নহয় যদিও কিছুমান ৰহস্যময় কথাই কোনো মুহূৰ্তত আমনি কৰিব। কিন্তু আপোনাৰ নানা বিপদ হ’লেও নিজৰ উপস্থিত বুদ্ধি আৰু প্রত্যুৎপন্নতাৰ গুণত তাকো ৰাহুৰ দ্বাৰা নিয়ন্ত্ৰিত কৰিব।

মিথুন  

বন্ধুবৰ্গৰ সংগ আৰু বেছিভাগেই বিশ্বস্ত। সেই বুলি সকলোকে সম্পূৰ্ণ বিশ্বাস নকৰাও ভাল। বিভিন্ন অনুষ্ঠানৰ সদস্যৰ সৈতে ভালেই বুদ্ধিজীৱীৰ কিছুমান কথাত মতভেদ। বহুক্ষেত্ৰত আপোনাৰ চিন্তাত গধুৰ ভাব দেখা যায়। শৰীৰ মধ্যম।

কৰ্কট  

যদি নতুনকৈ পৰিকল্পনা কৰিব খুজিছে বেছিভাগতে যোগাত্মক দিশ দেখা যাব। মাতৃৰ খুব বেয়া নহয়। পৰিবেশ সহনীয়। আৰ্থিক উন্নতিৰ বাবে কিবা নতুন প্লেন সম্ভানৰ শুভ।

সিংহ  

মনোবল। বিদ্যাতো যত্নৰ ফল মন কৰিবলগীয়া। আপোনাৰ যোগ্যতা বা কৃতিত্ব পাকে-প্রকাৰে আনৰ দ্বাৰাও প্রশংসা আশা কৰিব। পঢ়াত ভালেই। ঘৰুৱা কিবা কাৰণত ব্যস্ততা। সন্তানৰ ভালেই।

কন্যা  

আনৰ প্রতি সহায়-সহযোগৰ মানসিকতা। আনকি বিদ্যা-বুদ্ধি আদিত আনক সহায় কৰি আনন্দিত হ’ব। পিতৃৰ বেয়া নহয়। মাতৃৰ মধ্যম। সন্তানৰ লগতে হঠাৎ পত্নীৰ দৈহিকৰ পিনে লক্ষ্য ৰাখক। ঘৰুৱা পৰিবেশত চকু ৰখা ভাল।

তুলা  

কোনো কাৰণত আপুনি চিন্তিত থাকিব। সেই হিচাপে দেহাও উন্নত বুলিব নোৱাৰি। অৱশ্যে সতীৰ্থ বা সহযোগীৰ সহায় বা আন্তৰিকতা দেখা যায়। বৰ্তমান সময়ত কোনো জটিল কাম হাতত নল’’ব।

বৃশ্চিক  

মনত কিছু অস্থিৰতা। কেতিয়াবা প্রচণ্ড প্রত্যাহ্বানৰ মুখামুখি। কিন্তু আপোনাৰ ধৈৰ্য আৰু আধ্যাত্মিক দৃষ্টিভংগীৰে বহুক্ষেত্ৰত এনেবোৰ ভাবুকি নিষ্প্ৰভ কৰিব। মন কিবা অনিশ্চিত শংকাই পিচে আমনি কৰিব।

ধনু  

শৰীৰ মধ্যম। দাম্পত্যত পূৰ্বৰ তুলনাত সাধাৰণ উন্নত। পঢ়া- শুনাত ভালেই দেখা যায়। বিদ্যাত বেছি চিন্তা নাই যদিও শৰীৰৰ প্রতি সচেতন থাকক। মাতৃৰ মধ্যম। পিচে হঠাৎ আপোনাৰ হাতলৈ সুযোগ আহিব পাৰে।

মকৰ  

মন বৰ উৎসাহজনক নহয় খৰচ-পাতিও বাঢ়িব। কৰো বোলা কাম স্বাভাৱিকতে পিচুৱাই যাব পাৰে শিল্পী-সাহিত্যিকৰ নতুন সমস্যা। শৰীৰ উন্নত নহয়। ঘৰুৱাত তাৰ মাজেৰে এক সহনীয়
পৰিবেশ গঢ়িব।

কুম্ভ  

মনত উৎসাহ! সেই হিচাপে বিভিন্ন দিশত আপোনাৰ তীক্ষু নজৰ থাকিব। কৰ্ম স্থানত বেয়া বুলিব নোৱাৰি। আত্মবল দিনটোত শ্ৰেষ্ঠ থাকিব। কিন্তু শৰীৰৰ প্রতি বিশেষ যত্ন লোৱাটো প্রয়োজন। খৰচ বেছি। দুষ্টই আমনি কৰিব পাৰে।

মীন

ভাবি-চিন্তি যিকোনো কামত আগুৱাব চেষ্টা কৰক। দেহৰ অন্য অসুখ দেখা নাযায় যদিও মইবৰভাবে দেহৰ ক্ষতি কৰিব। নতুন পৰিকল্পনাত অগ্ৰগতি।

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *