আজিৰ দিনটোৰ ৰাশিফল
(৩১ জুলাই,২০২০)
![]() |
মেঘ |
বন্ধু বান্ধবৰ পৰা সহায় পাব। মন দৃঢ় কৰি আগবাঢ়ক, সফল হ’ব পাৰিব। পুৰণি ভুল বোৰ শুধৰাই লওঁক। দুখীয়াক দান কৰক। শুভ ৰং আকাশী নীলা আৰু শুভ সংখ্যা পাঁচ।
|
![]() |
বৃষ |
জেদ ভাব বোৰ মনৰ পৰা আতৰাওক, অন্যথা মনৰ অশান্তি বোৰ হে বাঢ়িব। ভ্ৰমণৰ শুভ। শত্ৰুৰ পৰা সাৱধান। শাৰীৰিক কষ্ট বাঢ়িব। শুভ ৰং কমলা আৰু শুভ সংখ্যা ছয়।
|
![]() |
মিথুন |
মনত ইতিবাচক চিন্তা আনক। পুৱ দিশত শুভ। মন দৃঢ় কৰক, আনৰ মন জয় কৰিব পাৰিব। মাতৃৰ শুভ। খৰচ বাঢ়িব পাৰে। শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা আঠ।
|
![]() |
কৰ্কট |
সমস্যাবোৰ অলপ অতৰিব। আত্মীয়ৰ পৰা সহায় সহযোগ পাব। শত্ৰু কমিব যদিও দুষ্ট বন্ধুৰ পৰা সাৱধান। যান বাহন হ’ব পাৰে। শুভ ৰং আকাশী নীলা আৰু শুভ সংখ্যা পাঁচ।
|
![]() |
সিংহ |
আনৰ প্ৰতি মৰম, শ্ৰদ্ধা ৰাখিব। ইতিবাচক চিন্তা চৰ্চা কৰক, পৰিয়ালৰ বাবে ভাল। সম্পদ ঘটাৰ যোগ। খৰচ বাঢ়িব। খোজকাঢ়োতে সাবধান। শুভ ৰং মুগা আৰু শুভ সংখ্যা ছয়।
|
![]() |
কন্যা |
কৰ্ম নিষ্ঠা আৰু দক্ষতাৰে কৰিব পাৰিব। কথা ভাবি চিন্তি ক’ব। আনে অপবাদ আনিব পাৰে। শৰীৰ শুভ। শুভ ৰং মেৰুন আৰু শুভ সংখ্যা আঠ।
|
![]() |
তুলা |
কৰ্মত শুভ, পদোন্নতিৰ যোগ আছে। নিজৰ মানুহৰ পৰাও সাৱধান, প্ৰতাৰণা কৰিব পাৰে। খৰচ বাঢ়িব। সম্পদ লাভৰ যোগ আছে। ধনৰ লেনদেন কৰা লোক সাবধান, অপমানিত হ’ব পাৰে। শুভ ৰং আকাশী নীলা আৰু শুভ সংখ্যা দুই।
|
![]() |
বৃশ্চিক |
মনৰ চঞ্চলতা বোৰ আতঁৰ কৰিবলৈ যত্ন কৰক। জেদ ভাবে অপকাৰ কৰিব। মনৰ পৰা ভয় নোহোৱা কৰক। সময় থাকোতেই কৰি অহা ভুল শুধৰাই লওঁক। শুভ ৰং কমলা আৰু শুভ সংখ্যা ছয়।
|
![]() |
ধনু |
সম্পদ লাভৰ যোগ। আপোন মানুহৰ লগত মিলামিছাৰে থাকক, ঘৰুৱা পৰিবেশ বোৰ সুস্থিৰ হ’ব। খং ৰাগে আপোনাৰ অপকাৰ কৰিব পাৰে। খং ৰাগ এৰাই চলক। শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা পাঁচ ।
|
![]() |
মকৰ |
প্ৰতিবেশীয়ে আমনি কৰিব পাৰে, চকু ৰাখিব। অন্ধবিশ্বাস নকৰিব। মনত ইতিবাচক চিন্তা আনক। ভাতৃৰ উন্নতি। শুভ ৰং আকাশী নীলা আৰু শুভ সংখ্যা দুই।
|
![]() |
কুম্ভ |
কৰ্ম নিষ্ঠা আৰু দক্ষতাৰে কৰিব পাৰিব। খং ৰাগ বোৰ এৰক। ভ্ৰমণৰ যোগ। পানীৰ পৰা ভয় থাকিব। শুভ ৰং গোলাপী আৰু শুভ সংখ্যা আঠ।
|
![]() |
মীন |
পদোন্নতিৰ যোগ। বনৰীয়া জীব জন্তুৰ পৰা সাৱধান। ঘৰুৱা পৰিবেশৰ চিন্তাৰ লগতে শত্ৰুও বাঢ়িব। খৰচ বাঢ়িব। ভ্ৰমণৰ যোগ আছে। শুভ ৰং আকাশী নীলা আৰু শুভ সংখ্যা চাৰি। |