দিনটোৰ ৰাশিফল ২৮ জুলাই,২০২০

আজিৰ দিনটোৰ ৰাশিফল

(২৮ জুলাই,২০২০)

মেঘ  

সৎ লোকৰ সান্নিধ্য পাব। কৰ্মত উদাৰতা থাকিব । এলাৰ্জীত ভুগিব পাৰে। ভ্ৰমণত কষ্ট। ক্ৰীড়াত সুনাম। অৰ্থ লাভ। শুভ সংখ্যা ছয়, শুভ ৰং আকাশী নীলা।

 

বৃষ  

সুযোগ পালেও ক্ষমতাৰ অপব্যৱহাৰ নকৰাই ভাল।  পদমৰ্যদা উন্নত। বগলা পূজা কৰক। ৰোগৰ প্ৰতি ভয়। ভ্ৰমণত কষ্ট। ব্যয় । শুভ সংখ্যা চাৰি, শুভ ৰং কমলা।

 

মিথুন  

প্ৰৱঞ্চকে ছল বিচাৰিব পাৰে। সন্মান বৃদ্ধি। মনোবল উন্নত। ধুচকীয়া বাহনত সাৱধান।   প্ৰতিৱেশীক লৈ চিন্তা নাই। শুভ সংখ্যা পাঁচ, শুভ ৰং গোলাপী।

 

কৰ্কট  

সৰ্বগুণী দুক্ষতা থাকিলেও অস্থিৰতা বৰ্জনীয়। মনৰ উদ্যম থাকিব। সুনাম, ধৰ্মীয় কৰ্মত উৎসাহ।  সংঘাত আঁতৰিব।  ভ্ৰমণ। শুভ সংখ্যা দুই, শুভ ৰং আকাশী নীলা।

 

সিংহ  

আনৰ গুণক প্ৰশংসা কৰিব পাৰিব। মানসিক সন্তুষ্টি। দেশহিতৈষী মনোভাব প্ৰকাশ। ৰাজনীতিত আশাতীত। পদোন্নতি।শুভ সংখ্যা পাঁচ, শুভ ৰং গোলাপী।

 

কন্যা  

প্ৰতিেৱশীৰ ওপৰত নজৰ ৰাখক। কৰ্মোন্নতি। নতুন আশাৰ ৰেঙণি।  অস্থিৰতা দূৰ হব। প্ৰেমত শুভ।  মাদক দ্ৰব্য দৰ্জনীয়। ভ্ৰমণ। শুভ সংখ্যা ছয়, শুভ ৰং কমলা।

 

তুলা  

বগলা পুজা কৰক সংকট আঁতৰিব। বন্ধুত্বৰ সূখ। যুদ্ধংদেহী মনোভাব নলব। খাদ্য প্ৰতি, লোভ বৃদ্ধি। বিদ্যাত সুখ। শুভ সংখ্যা পাঁচ, শুভ ৰং আকাশী নীলা।

বৃশ্চিক  

কাকো শত্ৰুজ্ঞান নকৰিব।  মনৰপৰা হতাশা আঁতৰিব। সন্তানক লৈ চিন্তা। ৰক্ত চাপ ৰাঢ়িব পাৰে। মাতৃৰ শুভ। ব্যয়। শুভ সংখ্যা চাৰি, শুভ ৰং মাখন।

 

ধনু  

ভাগ্যক ধিয়াই কোনো কাম নকৰিব। হুৰমূৰকৈ কোনো কাম নকৰিব। আনক প্ৰশংসা কৰক।   খং কমাওক। শত্ৰু কমিব। ব্যয়। শুভ সংখ্যা ছয়। শুভ ৰং সোণলী।

 

মকৰ  

ফুৰাচকাত সাৱধান। মূল কৰ্মত অগ্ৰগতি। বন্ধুত্বত সুখী হব পাৰিব। আচিন ৰোগৰপ্ৰতি সংশয় বৃদ্ধি পাব। সমস্যা সমাধান। শুভ সংখ্যা দুই, শুভ ৰং কমলা।

 

কুম্ভ  

ভাতৃক শত্ৰুজ্ঞান নকৰিব। যিকোনো যোগাযোগত সুফল পাব।  বিদ্যুতৰপৰা ভয়। ভুলৰ শুধৰণি। অৰ্থ লাভ। শুভ সংখ্যা ছয়,শুভ ৰং আকশী নীলা।

 

মীন  

সৎ লোকৰ সান্নিধ্য পাব। । সন্মান বৃদ্ধি পাব। আবেগপ্ৰৱণতা বৃদ্ধি পাব। পদোন্নতি বা বদলি যোগ। খং কমিব। খৰচ। শুভ সংখ্যা দুই, শুভ ৰং গোলপী।

 

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *