দিনটোৰ ৰাশিফল ২৮ আগষ্ট,২০২০

আজিৰ দিনটোৰ ৰাশিফল

(২৮ আগষ্ট,২০২০)

মেঘ  

ৰাজনীতিত গধুৰ দায়িত্ব পাব পাৰে। মন অস্থিৰ যদিও কৰ্মস্পৃহা থাকিব। ধন লাভৰ যোগ। জুইৰ পৰা সাৱধান। শুভ ৰং আকাশী নীলা আৰু শুভ সংখ্যা ছয়।

 

বৃষ  

নিজৰ মৰ্যাদাত আনে আঘাত হানিব পাৰে। বন্ধুৰ পৰা সহযোগ পাব। আবেগৰ বশবৰ্তী হৈ সিদ্ধান্ত নলব। দুৰ ভ্ৰমনৰ যোগ আছে। শুভ ৰং কমলা আৰু শুভ সংখ্যা দুই ।

 

মিথুন  

ৰাজনীতিত দক্ষতা। আনৰ প্ৰতি সহানুভূতি। শত্ৰুৰ পৰা ভয় নাই। সাংস্কৃতিক দিশত শুভ। ব্যয় বৃদ্ধি। শুভ ৰং গোলাপী আৰু শুভ সংখ্যা চাৰি।

 

কৰ্কট  

অদৰকাৰী চিন্তা মনৰ পৰা আঁতৰাওক। চৰকাৰী চাকৰিয়ালে নতুন দায়িত্ব পাব পাৰে। খং ৰাগ নকৰিব। ব্যয় বৃদ্ধি। সন্তানৰ শুভ। শুভ ৰং মুগা আৰু শুভ সংখ্যা দুই।

 

সিংহ  

ৰক্তচাপৰ সমস্যাই দেখা দিব পাৰে। ৰাজনীতিকৰ আৰু প্ৰকৃতিপ্ৰেমীৰ বাবে শুভ। প্ৰতিযোগীতাত জয়লাভৰ যোগ। শুভ ৰং সোনালী আৰু শুভ সংখ্যা ছয়।

 

কন্যা  

সংবাদ মাধ্যমৰ লগত জড়িত সকলৰ বাবে শুভ। মনত সৎ সাহস ৰাখি আগবাঢ়ক। গোপন তথ্য ফাদিল কৰিব পাৰিব। মাতৃৰ শুভ। যাতায়তত সাৱধান। শুভ ৰং আকাশী নীলা আৰু শুভ সংখ্যা দুই।

 

তুলা  

ঠিকাদাৰ- অভিযন্তাৰ সন্মান হানি হব পাৰে। ৰাগিয়াল বস্তু নাখাব। ভুলৰ সোধৰনি কৰিবলৈ চেস্টা কৰক। শুভ ৰং গোলাপী আৰু শুভ সংখ্যা আঠ।

 

বৃশ্চিক  

বাধ্যত পৰি মনে নিবিচৰা কাম কৰিব লগা হব পাৰে। আনৰ সন্দেহৰ পাত্ৰ হব পাৰে। ভ্ৰমনৰ যোগ আছে। ধনৰ আদান প্ৰদানৰ ক্ষেত্ৰত সাৱধান। টোপনি সমস্যা হব পাৰে। শুভ ৰং ৰঙা আৰু শুভ সংখ্যা চাৰি।

 

ধনু  

সুনাম অৰ্জন কৰিব । সা-সম্পত্তিত নজৰ দিয়ক । ৰাজনীতিত শুভ । পিতৃ-মাতৃক শুশ্ৰুষা কৰক । ব্যয় বৃদ্ধি । শুভ ৰং মুগা আৰু শুভ সংখ্যা ছয় ।

 

মকৰ  

সন্মানত আঘাট পাব পাৰে । বিদ্যাত শুভ । ভ্ৰমণত সাৱধান । ৰাগিয়াল দ্ৰব্য সেৱনৰ পৰা বিৰত থাকক । শুভ ৰং সোণালী আৰু শুভ সংখ্যা চাৰি ।

 

কুম্ভ  

যাতায়তত অলপ সাৱধান হওঁক । ধীৰে সুস্থিৰে কৰ্মত আগবাঢ়ক । ব্যস্ততা বাঢ়িব । বিদ্যাত শুভ । ৰোগত কষ্ট পাব পাৰে । শুভ ৰং মুগা আৰু শুভ সংখ্যা ছয় ।

 

মীন পৰিয়ালৰ লগত মিলা-প্ৰীতিৰে থাকক । বিশ্বাস ৰাখক । মনৰ সাহসেৰে আগবাঢ়ক । শিল্প-কলাত উন্নতি । ভ্ৰমণৰ যুগ । শুভ ৰং আকাশী নীলা আৰু শুভ সংখ্যা আঁঠ ।
Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *