আজিৰ দিনটোৰ ৰাশিফল
(২৭ ছেপ্টেম্বৰ, ২০২০)
![]() |
মেঘ |
গভীৰ চিন্তা ভাৱনাৰ কাৰক। অস্থিৰতা আমনি কৰিব । আলহীৰ আগমন। বিদ্যাত সুযোগ পাব আৰু তীক্ষ্ণ বুদ্ধিৰ প্ৰমাণ দিব পাৰিব। প্ৰতিযোগিতাত জয়লাভ । সন্তানৰ ওপৰত চকু দিয়ক , মাতৃৰ শুভ। শুভ সংখ্যা ছয় ।শুভ ৰং মাখন।
|
![]() |
বৃষ |
বিবেক বুদ্ধিৰে কাম হাতত লওক । মনত ভয় ভাব বিৰাজ কৰিব।প্ৰেমত নতুন আশা।বিবাহৰ যুগ।ব্যয়। সন্তানৰ ভাল। দুখীয়াক দান কৰক । শুভ সংখ্যা চাৰি ।শুভ ৰং মুগা।
|
![]() |
মিথুন |
কৰ্ম তৎপৰতা থাকিব। কৃতকাৰ্যতাই আনন্দ প্ৰদান কৰিব। শৰীৰ ভালে ৰাখক।শিল্পীৰ আশা পূৰণ । সকলো মানুহৰ কথাত ভোল গৈ উপদেশ মানি নলব।মাতৃৰ শৰীৰৰ যত্ন লওঁক । শুভ সংখ্যা আঠ ।শুভ ৰং ৰঙা।
|
![]() |
কৰ্কট |
শুভ সংবাদ প্ৰাপ্তি । কৰ্মত কৃতকাৰ্যতা। নিজৰ কামত অগ্ৰগতি। দুই এটা কামত প্ৰত্যাহ্বান আহিব কিন্তু নতুন কাম হাতত লব পাৰে ।বন্ধু বান্ধৱীক লগ পাই আনন্দিত হব।আপোনাৰ শৰীৰৰ যত্ন লওক।মাতৃৰ মধ্যম। শুভ সংখ্যা দুই ।শুভ ৰং গোলাপী।
|
![]() |
সিংহ |
কামত অগ্ৰগতি।শিল্পীৰ মনৰ আশা পূৰণ ।কৰ্মত ও ভাল দেখা যায়। শৰীৰৰ যত্ন লওক। মাতৃৰ বাবে ভাল দিন। কাকো মনকষ্ট নিদিব।আলহীৰ আগমন । ভ্ৰমণ। শুভ সংখ্যা পাঁচ ।শুভ ৰং ৰঙা।
|
![]() |
কন্যা |
বন্ধু বান্ধৱীৰ লগত যোগাযোগ । আনক অন্যায় নকৰিব ।সমস্যাৰ সমাধান। আপোনাৰ ব্যৱহাৰে আনৰ মন জয় কৰিব ।বিবাহৰ সুসংযোগ । পদ মৰ্য্যদা ৰক্ষা পৰিব।সন্তানৰ ভাল।শুভ সংখ্যা ছয় ।শুভ ৰং কমলা।
|
![]() |
তুলা |
একাধিক সমস্যাৰ মাজেৰে আগ বাঢ়িলেও মনৰ দৃঢ়তা থাকিব। আনক তুচ্ছ তাচ্ছিল্য নকৰিব। নতুন কামত হাত দিব পাৰিব। সূৰ্য পূজা কৰক । ভোজন দান কৰক। প্ৰেমত শুভ।সন্তানৰ শুভ । শুভ সংখ্যা দুই।শুভ ৰং মেৰুণ।
|
![]() |
বৃশ্চিক |
ঘৰুৱা পৰিবেশ উন্নত। প্ৰত্যাহ্বান থাকিলেও কৰ্মত উন্নতি। শাৰীৰিক দিশলৈ মন কৰক। আনক সহায় কৰক।অস্থিৰতা দূৰ হব। মাতৃৰ শুভ । শুভ সংখ্যা পাঁচ।শুভ ৰং কমলা।
|
![]() |
ধনু |
যি কোনো পৰিস্থিতি চম্ভালিব পাৰিব। সততা ৰক্ষা পৰিব। কৰিব লগীয়া কাম পিছলৈ পেলাই নথব।মৎস্য ব্যৱসায়ত লাভ হব। লেখকৰ সুনাম বৃদ্ধি। দাম্পত্যত নতুন চিন্তা।শুভ সংখ্যা আঠ।শুভ ৰং ৰঙা।
|
![]() |
মকৰ |
শৰীৰ বৰ উন্নত নহয়। নতুন সমস্যাই গা কৰি উঠিব পাৰে কিন্ত সমাধান হব।চিন্তা ভাৱনাক লৈ উৎকণ্ঠীত নহব।সৎ সাহস থাকিব। দূৰৰ আলহীৰ আগমন।মাতৃৰ শুভ।শুভ সংখ্যা ছয়।শুভ ৰং মেৰুণ।
|
![]() |
কুম্ভ |
পৰিবৰ্তনীয় মনোভাৱ। নিজকে শুদ্ধ বুলি ভাবি নাথাকিব।জিৰণিৰ প্ৰয়োজন। দাম্পত্যত সহযোগ। কণ্ঠ নলীত ঘাঁ হব পাৰে।সৎ লোকৰ সান্নিধ্য লাভ। শৰীৰ উন্নত।শুভ সংখ্যা দুই।শুভ ৰং মাখন।
|
![]() |
মীন |
চিন্তা ভাৱনা থাকিব। শৰীৰৰ যত্ন লওঁক।নিজৰ কাম যত্নেৰে কৰক। সমস্যাৰ সমাধান। আত্ম অহংকাৰ থাকিব।সৎ লোকৰ সান্নিধ্য লাভ।মাতৃৰ মধ্যম।শুভ সংখ্যা আঠ ।শুভ ৰং আকাশী নীলা। |