আজিৰ দিনটোৰ ৰাশিফল
(২১ জুলাই,২০২০)
মেঘ |
আনৰ সমীহ তথা সামাজীক কামৰ দ্বাৰা জনপ্ৰীয়তা অৰ্জন কৰিব পাৰিব। বন্ধু বান্ধৱ বাঢ়িব। ব্যয় বৃদ্ধি হব। পৰিয়ালৰ লোকৰ স্বাস্থ্যই অশান্তি কৰিব পাৰে। বুদ্ধিৰে নিজক বছাই ৰাখিব।বিদ্যাৰ্থীৰ শুভ। সন্তানৰ শুভ। শুভ ৰং কমলা আৰু শুভ সংখ্যা দুই।
|
|
বৃষ |
অনাহকত ওচৰ চুবুৰীয়াই আমনি কৰিব পাৰে।শাৰীৰিক অসুস্থতা থাকিব পাৰে।ব্যয় বৃদ্ধি। মানসীক ভাবে ভাগি নপৰিব। নতুন উৎসাহ যোগাব পাৰে।দাম্পত্যত মধ্যম।বিদ্যাৰ্থীৰ বাবে শুভ। শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা পাঁচ।
|
|
মিথুন |
আনে অপকাৰ কৰিব পাৰে।শৰীৰ মন উন্নত থাকিব। ভাতৃৰ লগত মিলি থাকিব।গৱেষকৰ বাবে শুভ।মাতৃৰ শুভ। দাম্পত্যত বাধা।বগলা মাক স্মৰন কৰক। শুভ ৰং আকাশী নীলা আৰু শুভ সংখ্যা আঠ।
|
|
কৰ্কট |
স্পষ্টবাদী হৈ থাকক।কৰ্মত ব্যস্ততা বাঢ়িব। শৰীৰ মধ্যম। দাম্পত্যত মধ্যম। কৃষি কৰ্মত জড়িত লোকৰ বাবে সময় শুভ নহয়। অযথা খৰচ বাঢ়িব পাৰে।খং ৰাগ এৰাই চলক।শুভ ৰং ৰঙা আৰু শুভ সংখ্যা দুই।
|
|
সিংহ |
দেহৰ প্ৰতি যত্ন লওক, শাৰীৰিক অশান্তি হ’ব পাৰে। বন্ধুৰ লগত মিলি থাকিব যত্ন কৰক। দাম্পত্যত বেয়া নহয়। শুভ ৰং মুগা আৰু শুভ সংখ্যা ছয়।
|
|
কন্যা |
দেদৰ যত্ন লওক। পৰা-পক্ষত ভ্ৰমন নকৰিব।কামত বাধা পাব পাৰে, স্বাধীন ভাৱে নিজৰ সিদ্ধান্ত লওক। বন্ধুৰ পৰা সহায় সহযোগ পাব। বিদ্যাৰ্থীৰ বাবে দিনটো শুভ। শুভ ৰং গোলাপী আৰু শুভ সংখ্যা চাৰি।
|
|
তুলা |
শৰীৰ উন্নত নহয় যদিও কামৰ প্ৰতি নিষ্ঠা ৰাখক।পৰিশ্ৰম কৰক,সুফল পাব। ঘৰুৱা কথা বাৰ্তা ভালেই যাব। ৰাজনীতিৰ লগত জড়িত লোক সাৱধান হৈ থকা উচিত। আয় বৃদ্ধিৰ যোগ। শুভ ৰং মুগা আৰু শুভ সংখ্যা দুই।
|
|
বৃশ্চিক |
আৰ্থ সামাজিক দিশত শুভ। শত্ৰুৰ পৰা সাৱধান। সহ্য গুন বৃদ্ধি কৰক, খং ৰাগ এৰি চলক। পৰিস্থিতিৰ লগত মোকামিলা কৰি চলক। পৰাপক্ষত আনৰ লগত হলি গলি নকৰিব। ব্যবসায়ত চিন্তা বাঢ়িব যদিও হাতলৈ ধন আহাৰ যোগ আছে। শৰীৰৰ যত্ন লওক। শুভ ৰং গোলাপী আৰু শুভ সংখ্যা ছয়।
|
|
ধনু |
এলাহ নকৰিব, সুবিধা অনিযায়ি কাম কৰক, নতুন আশাৰ উদয় হ’ব। দাম্পত্যত বৰ এটা শুভ নহয়। পিতৃ মাতৃৰ শৰীৰ দুৰ্বল। জেদ ভাৱ এৰক, খং দমন কৰক। শুভ ৰং কমলা আৰু শুভ সংখ্যা আঠ।
|
|
মকৰ |
কাকো সন্দেহ নকৰিব, অনাহকত কৰা সন্দেহৰ ফলত সময় নষ্ট হ’ব। শত্ৰু কমিব। ভাতৃৰ লগত মিলি থাকক। আৰ্থিক দিশত মোটামোটি ভালেই। স্পষ্টবাদী হৈ থাকিব।দুষ্ট লোকৰ পৰা সাৱধান। শুভ ৰং কমলা আৰু শুভ সংখ্যা দুই।
|
|
কুম্ভ |
মনলৈ এলাহ ভাব আহিব। শৰীৰ দুৰ্বল। যিমান পাৰে সুষ্ঠিৰ হৈ কাম বিলাক কৰিবলৈ যত্ন কৰিব।বিদ্যাত মধ্যম।আৰ্থিক চিন্তাই আমনি দিব। প্ৰতিশোধৰ মানসিকতা ত্যাগ কৰক। শুভ ৰং মুগা আৰু শুভ সংখ্যা চাৰি।
|
|
মীন | পৰনিৰ্ভৰশীলতা ত্যাগ কৰিব। শাৰীৰিক কাৰনত আশান্তি হ’ব পাৰে। পৰাপক্ষত ভ্ৰমন নকৰিব।অন্যমনস্ক নহব, বিপদ হব পাৰে। সৎ লোকৰ পৰামৰ্শ মতে আগবাঢ়ক। বিবাদৰ পৰা দুৰত থাকক। শুভ ৰং মুগা আৰু শুভ সংখ্যা ছয়। |