আজিৰ দিনটোৰ ৰাশিফল
(২ আগষ্ট,২০২০)
মেঘ |
সমস্যাৰ সমাধান হ’ব । খং কমাই চলিবলৈ চেষ্টা কৰক,মনোমালিন্যৰ সৃষ্টি হ’ব পাৰে । বিদ্যাৰ্থীৰ বাবে শুভ । সন্তানৰ সফলতা । ভ্ৰমণত শুভ । শুভ ৰং আকাশী নীলা আৰু শুভ সংখ্যা ছয় ।
|
|
বৃষ |
মানসিক অস্থৰতা হ্ৰাস পাব । বহুদিনীয়া সমস্যাৰ সমাধান ঘটিব । খৰচ অলপ কমাই চলক । সহজতে কাকো বিশ্বাসত নল’ব । সূৰ্য পূজা কৰক । শুভ ৰং ৰঙা আৰু শুভ সংখ্যা দুই ।
|
|
মিথুন |
কৰ্মত বিশেষ উন্নতি । মনত কিছু পৰিমাণে সকাহ পাব । প্ৰেমত সমস্যাই দেখা দিব । পাৰিবাৰিক দিশত সুখ-শান্তি বিৰাজ কৰিব । মাংগলিক সংযোগ । অৰ্থ হানি । শুভ ৰং কমলা আৰু শুভ সংখ্যা চাৰি ।
|
|
কৰ্কট |
প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী সকলে জয় লাভ কৰিব । বন্ধুৰ আগমণ । দক্ষ্যতাত গভীৰতা থাকিব । কাৰো লগত তৰ্কত লিপ্ত নহ’ব,অন্যথা মান হানি । যাতায়তত কষ্ট । শুভ ৰং মুগা আৰু শুভ সংখ্যা পাঁচ ।
|
|
সিংহ |
কৰ্মত উন্নতি । প্ৰৱঞ্চকৰ পৰা সাৱধান । অযথা দুঃচিন্তাৰ এৰাই চলক । খং দমন কৰক । স্বাস্থ্যৰ প্ৰতি ধ্যান দিব । ভ্ৰমণত শুভ । শুভ ৰং কমলা আৰু শুভ সংখ্যা ছয় ।
|
|
কন্যা |
সাংস্কৃতিক আৰু সৃজনীমূলক কামত বিশেষ দক্ষতা প্ৰকাশ পাব । সাহিত্যিকসকলে সুনাম অৰ্জন কৰিব । কৰ্মত উন্নতি । টকা-পইচাৰ লেনদেনত সাৱধান । প্ৰেমত সমস্যা । শুভ ৰং আকাশী নীলা আৰু শুভ সংখ্যা আঠ ।
|
|
তুলা |
ভাগ্যৰ সলনি কৰ্মত বেছি ধ্যান দিব । সুনামত কিছু বাধা । আনৰ প্ৰতি সহানুভূতিশীল হওঁক । পেটৰ অসুখত ভুগিব পাৰে । আয়-ব্যয় সমতাত ধ্যান দিয়ক । শুভ ৰং গোলাপী আৰু শুভ সংখ্যা পাঁচ ।
|
|
বৃশ্চিক |
দীঘলীয়া কাম হাতত নলব, অনিশোচনাত ভুগিব পাৰে। সৃজনশীল কামত লাগি থাকক। প্ৰেমত কষ্ট। শুভ ৰং কমলা আৰু শুভ সংখ্যা চাৰি।
|
|
ধনু |
মনৰ চিন্তা কিছু আতঁৰিব। আবেগবোৰ পৰিহাৰ কৰক। শাৰীৰিক কষ্ট আৰু ব্যস্ততা বাঢ়িব। নতুন বন্ধুৰ আগমন হ’ব পাৰে। শুভ ৰং আকাশী নীলা আৰু শুভ সংখ্যা ছয়।
|
|
মকৰ |
মনৰ পৰা চঞ্চলতা আতঁৰিব। ভয় সংশয় বোৰ কিছু পৰিমানে কমিব। খোজকাঢ়োতে সাৱধান। ভ্ৰমণৰ যোগ আছে। প্ৰেমত কষ্ট। শুভ ৰং ৰঙা আৰু শুভ সংখ্যা আঠ।
|
|
কুম্ভ |
সূৰ্য পূজা কৰক। মনৰ পৰা ভয় আতঁৰিব। মাতৃক কষ্ট নিদিব। বিদ্যাৰ্থীৰ বাবে দিনটো শুভ। ব্যয় বৃদ্ধি হ’ব। শুভ ৰং কমলা আৰু শুভ সংখ্যা ছয়।
|
|
মীন | মনে বিচৰা কামত সফলতা লাভ কৰিব। বুদ্ধিৰে সিদ্ধান্ত বোৰ গ্ৰহণ কৰিব। আনক হেয় জ্ঞান নকৰিব। সাংস্কৃতিক জগতৰ লগত জড়িত লোকৰ বাবে শুভ। শুভ ৰং মুগা আৰু শুভ সংখ্যা চাৰি। |