দিনটোৰ ৰাশিফল ১৯ জুলাই,২০২০

আজিৰ দিনটোৰ ৰাশিফল

(১৯ জুলাই,২০২০)

মেঘ  

শৰীৰ উন্নত। পাৰিবাৰিক জীৱনত অলপ কষ্ট থাকিব। কাকো সন্দেহ নকৰিব। সিদ্ধান্ত লোৱাৰ আগত ভালকৈ ভাবিব। শুভ ৰং গোলাপী, শুভ সংখ্যা আঠ।

 

বৃষ  

আলহীৰ আগমন। চিন্তা ভাৱনাই কষ্ট দিব। প্ৰেমত অশুভ। সূৰ্য পূজা কৰক। শুভ ৰং কমলা , শুভ সংখ্যা দুই।

 

মিথুন  

মনত নতুন উদ্যম। আবেগক নিয়ন্ত্ৰন কৰক। খৰচ বাঢ়িব। মাতৃৰ শুভ। শত্ৰু কমিব। শুভ ৰং মুগা আৰু শুভ সংখ্যা পাঁচ।

 

কৰ্কট  

খং এৰক। আনৰ প্ৰতি দায়িত্ব বাঢ়িব। খিংখিঙীয়া স্বভাবে অমংগল আনিব পাৰে। ধনৰ অপচয় হব পাৰে। ভ্ৰমনৰ যোগ আছে। শুভ ৰং মুগা আৰু শুভ সংখ্যা পাঁচ।

 

সিংহ  

মনোবল ৰাখক, বহুত কাম হব। ৰাজনীতিকৰ বাবে অতি শুভ। ভুল শুধৰাৰ সুবিধা পাব। শৰীৰ দুৰ্বল হব পাৰে। শুভ ৰং আকাশী নীলা, শুভ সংখ্যা পাঁচ।

 

কন্যা  

সৌভাগ্যৰ উদয় হব, মনোবল ৰাখক। কন্যা সন্তানৰ শুভ। শত্ৰু কমিব। ধাৰলৈ ধন নিদিব পৰাপক্ষত। শুভ ৰং গোলাপী, শুভ সংখ্যা চাৰি।

 

তুলা  

ক্ৰীয়াবিদৰ বাবে শুভ। আনৰ লগত মিলি থাকিবলে চেষ্টা কৰিব। শৰীৰ দুৰ্বল হব পাৰে। শুভ ৰং ৰঙা আৰু শুভ সংখ্যা দুই।

 

বৃশ্চিক  

আলহীৰ আগমন। হতাশা দুৰ হব পাৰে। বিদ্যাত শুভ। সাংস্কৃতিক জগতৰ লগত জড়িত লোকৰ বাবে শুভ। শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা পাঁচ।

 

ধনু  

আনৰ প্ৰতি দায়িত্ব বাঢ়িব। খিংখিঙীয়া স্বভাবে অমংগল আনিব পাৰে। ধনৰ অপচয় হব পাৰে। ভ্ৰমনৰ যোগ আছে। শুভ ৰং মুগা আৰু শুভ সংখ্যা পাঁচ।

 

মকৰ  

প্ৰতিযোগীতাত জয়লাভ কৰিব পাৰে। মনৰ দৃঢ়তা বাঢ়িব। ভ্ৰমনৰ যোগ। শুভ ৰং আকাশী নীলা আৰু শুভ সংখ্যা পাঁচ।

 

কুম্ভ  

দাম্পত্য জীৱনত শুভ। মন সুস্থিৰ হব। সামাজিক সংযোগ হব। খৰচ বৃদ্ধি হব। আলহী আহিব পাৰে। শুভ ৰং কমলা আৰু শুভ সংখ্যা চাৰি।

 

মীন খং ৰাগ ভয় দুৰ হব। যান বাহনৰ পৰা সাৱধান। ৰাজনীতিকৰ বাবে শুভ। বিদ্যাৰ্থীৰ বাবে শুভ। বন্য প্ৰানীৰ পৰা সাৱধান। শুভ ৰং মাখন আৰু শুভ সংখ্যা ছয়।
Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *