আজিৰ দিনটোৰ ৰাশিফল
(১৮ জুলাই,২০২০)
মেঘ |
সৰু কালৰ স্মৃতি মনলৈ আহিব। মনৰ অস্থিৰতা কমিব। মধুমেহ ৰোগত ভোগাসকলে সাৱধানে থাকক। খৰচ বৃদ্ধি। শুভ ৰং মাখন আৰু শুভ সংখ্যা ছয়।
|
|
বৃষ |
আনৰ চলাহী কথাৰ পৰা সাৱধান থাকক। কামত উন্নতি। শনি ভগবানক পূজক। শুভ ৰং মুগা আৰু শুভ সংখ্যা পাঁচ।
|
|
মিথুন |
আবেগ বৃদ্ধি। আনক প্ৰশংসা কৰক। পুৱ দিশত পৰাপক্ষত ভ্ৰমন নকৰিব। শুভ ৰং আকাশী নীলা আৰু শুভ সংখ্যা আঠ।
|
|
কৰ্কট |
মনৰ খেলিমেলি দুৰ হব। শত্ৰু কমিব। সংঘাত বোৰ দুৰ হব। দুষ্ট লোকৰ পৰা সাৱধান, বদনাম কৰিব পাৰে। শুভ ৰং সোনালী আৰু শুভ সংখ্যা পাঁচ।
|
|
সিংহ |
গ্ৰহ পূজা কৰক। ওচৰৰ মানুহেই মনত আঘাত দিব পাৰে। ধন লাভৰ যোগ। বন্ধুত্বত শুভ। শুভ ৰং কমলা আৰু শুভ সংখ্যা দুই।।
|
|
কন্যা |
প্ৰতিবেশীয়ে অশান্তি দিব পাৰে। সন্তানৰ শুভ। ভাগ্যক ধিয়াই কাম নকৰিব। শত্ৰু কমিব। শুভ ৰং মুগা আৰু শুভ সংখ্যা আঠ।
|
|
তুলা |
সংঘাত আঁতৰিব। পৰাপক্ষত ফুৰা চকা নকৰিব। শনি মন্দিৰ দৰ্শন কৰক। শুভ ৰং আকাশী নীলা আৰু শুভ সংখ্যা পাঁচ।
|
|
বৃশ্চিক |
নতুন উৎসাহ আৰু উদ্দমেৰে আৰম্ভ কৰক। মন ভাঙিব নিদিব। ভাতৃ ভগ্নীৰ লগত মিলি থাকক। ভ্ৰমনৰ যোগ। শুভ ৰং গোলাপী আৰু শুভ সংখ্যা আঠ।
|
|
ধনু |
ধৈৰ্যৰ প্ৰয়োজন। প্ৰবঞ্চনাৰ বলি হব পাৰে। মন উন্নত হব। শুভ ৰং আকাশী নীলা আৰু শুভ সংখ্যা দুই।
|
|
মকৰ |
কৰ্মশক্তি অটুত থাকিব। ধনৰ অপচয় হব। সমস্যা সমাধান। মনৰ অস্থিৰতা দুৰ কৰি চলক। ভ্ৰমনৰ যোগ। শুভ ৰং গোলাপী আৰু শুভ সংখ্যা ছয়।
|
|
কুম্ভ |
খং ৰাগ ত্যাগ কৰক। আনৰপৰা বেছি আশা নকৰিব। বিদ্যাত শুভ। প্ৰেমত শুভ। শুভ ৰং সোনালী আৰু শুভ সংখ্যা দুই।
|
|
মীন | সৎ কামত লাগি থাকক। সংঘাত দুৰ হব। ৰাজনীতিকৰ মানহানি হব পাৰে। শত্ৰু কমিব। বহুত দিনৰ পৰা কৰি থকা আশা পুৰ হব । শুভ ৰং গোলাপী আৰু শুভ সংখ্যা চাৰি। |