দিনটোৰ ৰাশিফল ১৬ জুলাই,২০২০

আজিৰ দিনটোৰ ৰাশিফল

(১৬ জুলাই,২০২০)

মেঘ মানসিক অশান্তি দূৰ হোৱাৰ সম্ভাৱনা। হাতলৈ ধন অহাৰ সুযোগ আছে। দিনটো আশা কৰা ধৰনেই আগবাঢ়িব। প্ৰতিভা বিকাশৰ সুযোগ। শত্ৰু কমিব। ভ্ৰমনৰ সুযোগ পাব পাৰে। শুভ ৰং ৰূপালী আৰু শুভ সংখ্যা চাৰি। 

 

বৃষ মনত ভাবি থকা কথা মনতে ৰাখক। নিৰামিষ খাওঁক। কৰ্মত নিষ্ঠা,দায়বদ্ধতা থাকিব। ক্ষমতাশীল মানুহৰ সান্নিধ্য। শাৰীৰিক উন্নতি। শুভ ৰং বগা আৰু শুভ সংখ্যা দুই। 

 

মিথুন ভাবি চিন্তি কামবোৰত চেষ্টা কৰক। নিৰামিষ খাওঁক। ৰাজনীতিত অগ্ৰগতি লাভ কৰিব। বিসম্বাদ নকৰিব। অসৎ সংগৰ পৰা আতৰি থাকক । শুভ ৰং মাখন আৰু শুভ সংখ্যা ছয়।

 

কৰ্কট মনত শুভ চিন্তাৰ উদয় হব। সৌভাগ্য হব পাৰে। ভ্ৰমনৰ পৰা দূৰত থাকক। সংগীত, নাটকৰ লগত জড়িত লোকৰ শুভ। ব্যয় বৃদ্ধি । শুভ ৰং বগা আৰু শুভ সংখ্যা পাঁচ।

 

সিংহ উপদেশ দিয়াৰ পৰা বিৰত থাকক। পিতৃ-মাতৃয়ে গৌৰব বোধ কৰিব। অযথা ব্যয় বাঢ়িব। সততা মজুত ৰাখক। বিদ্যাৰ্থীৰ বাবে শুভ। শুভ ৰং মুগা আৰু শুভ সংখ্যা দুই।

 

কন্যা বহুদিনীয়া কৰ্মৰ সমস্যা বোৰ দূৰ হব। খং ৰাগ হাই কাজিয়াৰ পৰা আতৰি থাকক। ৰাজনীতিত অগ্ৰগতি লাভ কৰিব পাৰে। নতুন ব্যবসায়ীৰ বাবে শুভ। পতি-পত্নীৰ শুভ। ভ্ৰমনৰ যোগ। শুভ ৰং বগা আৰু শুভ সংখ্যা আঠ।

 

তুলা আনক সহায় কৰাৰ মনোভাব ৰাখক। আপোনাৰ সততাক সন্দেহৰ চকুৰে চাব পাৰে। কুকুৰ মেকুৰীৰ পৰা সাবধান। পৰিবৰ্তন হব পাৰে। অযথা ব্যয় বাঢ়িব।শুভ ৰং মাখন আৰু শুভ সংখ্যা চাৰি।

 

বৃশ্চিক মনত ভাবি থকা কথা পৰাপক্ষত আনক নকব। মাছ মাংস নাখাব। কৰ্তব্যৰ প্ৰতি নিষ্ঠা বাঢ়িব। খং নকৰিব, অপকাৰ হব পাৰে। ধৰ্মীয় চিন্তা বৃদ্ধি। শুভ ৰং সোনালী আৰু শুভ সংখ্যা ছয়।

 

ধনু কৰ্মৰ ওপৰত গুৰুত্ব দিয়ক । বিদ্যাত জটিলতা । বিসম্বাদৰ পৰা সাৱধান । লাভ । সৃজনশীলতা বৃদ্ধি । ভ্ৰমণ নকৰাই ভাল । শুভ ৰং বগা আৰু শুভ সংখ্যা পাঁচ ।

 

মকৰ কৰ্মত ভাল চিন্তা । ভুল বুজা-বুজি হ’ব পাৰে । জীৱ-জন্তুৰ পৰা সাৱধান । শুভ চিন্তা । পুত্রৰ শুভ । ব্যয় । শুভ ৰং মাখন আৰু শুভ সংখ্যা দুই । 

 

কুম্ভ সাংস্কৃতিক দিশত সুনাম অৰ্জন । বহুদিনীয়া সমস্যাৰ সমাধান । আনৰ প্ৰতি দায়িত্ববদ্ধতা । সন্তানৰ শুভ । খৰচ বাঢ়িব । শুভ ৰং ৰূপালী আৰু শুভ সংখ্যা চাৰি ।

 

মীন গুৰুক স্মৰণ কৰক, সমস্যাৰ সমাধান হ’ব । খং দমন কৰক । বিপদ আনিব পাৰে । হাই কাজিয়াৰ পৰা বিৰত থাকক । ভ্ৰমণৰ যোগ। শুভ ৰং বগা আৰু শুভ সংখ্যা পাঁচ ।
Share কৰক:

1 Comment

  1. সুন্দৰ

Leave a Reply

Your email address will not be published. Required fields are marked *