আজিৰ দিনটোৰ ৰাশিফল ১৫ ছেপ্টেম্বৰ

আজিৰ দিনটোৰ ৰাশিফল

(১৫ ছেপ্টেম্বৰ,২০২০)

 

মেঘ  

ব্যৱসায়ত যি সকলে বাধাহীন ভাবে লাগি আছে তেওঁলোকৰ উন্নতি। বিদ্যাত সুযোগ পাব আৰু তীক্ষ্ণ বুদ্ধিৰ প্ৰমাণ দিব পাৰিব। শৰীৰ উন্নত নহলেও বৰ বেছি দূঃচিন্তা নাই। । সন্তানৰ ওপৰত চকু দিয়ক । শুভ সংখ্যা চাৰি ।শুভ ৰং বগা।

 

বৃষ  

বিবেক বুদ্ধিৰে কাম হাতত লওক । মাজে মাজে অনিশ্চয়তাই আমনি কৰিব পাৰে।সন্তানৰ ভাল। দুখীয়াক দান কৰক । শুভ সংখ্যা দুই ।শুভ ৰং কমলা।

 

মিথুন  

 ঘৰুৱা কোনো সমস্যা। শৰীৰ ভালে ৰাখি পঢ়াত মন দিয়ক নিশ্চিত সুফল।মাতৃৰ শৰীৰৰ যত্ন লওঁক । শুভ সংখ্যা চাৰি ।শুভ ৰং বগা।

 

কৰ্কট  

উপস্থিত বুদ্ধি। নিজৰ কামত অগ্ৰগতি। দুই এটা কামত প্ৰত্যাহ্বান আহিব। আপোনাৰ শৰীৰৰ যত্ন লওক।মাতৃৰ মধ্যম। শুভ সংখ্যা তিনি ।শুভ ৰং মাখন।

 

সিংহ  

নিজৰ ব্যক্তিতৰে প্ৰভাৱিত কৰিব পাৰিব।কৰ্মত ও ভাল দেখা যায়।গা দুৰ্বল হলে শৰীৰৰ যত্ন লওক। মাতৃৰ বাবে ভাল দিন। মিছা কথা কোৱা মানুহ সহ্য কৰিব নোৱাৰিব। নীতি নিয়মেৰে থাকক।শুভ সংখ্যা পাছ ।শুভ ৰং কমলা।

 

কন্যা  

 সম্পদ লাভৰ আশা থাকিলেও নিৰাশ হোৱাৰ যুগ।আপোনাৰ ব্যৱহাৰে আনৰ মন জয় কৰিব ।সন্তানৰ ভাল।মানসিক চাপ।শুভ সংখ্যা দুয়ো ।শুভ ৰং বগা।

 

তুলা  

একাধিক সমস্যা । প্ৰায় কাম আধৰুৱা।শৰীৰ দুৰ্বল। প্ৰেমত শুভ।সন্তানৰ শুভ।ৰাজনীতি ত ব্যস্ততা । শুভ সংখ্যা চাৰি।শুভ ৰং মাখন।

 

বৃশ্চিক  

প্ৰত্যাহ্বান থাকিলেও কৰ্মত উন্নতি। আনক সহায় কৰক।নিয়মিত অৰ্থ লাভ। মাতৃৰ শুভ ।ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ। শুভ সংখ্যা পাঁচ।শুভ ৰং কমলা।

 

ধনু  

নতুন আছে যদিও এলাহে বাধা দিব। কৰিব লগীয়া কাম পিছলৈ পেলাই নথব।শৰীৰৰ যত্ন লওঁক। দাম্পত্যত নতুন চিন্তা।শুভ সংখ্যা দুই।শুভ ৰং বগা।

 

মকৰ  

শৰীৰ বৰ উন্নত নহয়। নতুন সমস্যাই গা কৰি উঠিব পাৰে।বিদ্যাত মধ্যম।আনৰ কথা শুনি কাম নকৰিব।মাতৃৰ শুভ।শুভ সংখ্যা দুই।শুভ ৰং মাখন।

 

কুম্ভ  

বহু যত্ন পিছত হাতত ধন আহিব পাৰে। সৰু কথাতে প্রিয় বন্ধুৰ লগত মনোমালিন্য।সৎ লোকৰ সান্নিধ্য লাভ। শৰীৰ উন্নত।শুভ সংখ্যা চাৰি।শুভ ৰং সোণালী।

 

মীন

শৰীৰৰ যত্ন লওঁক। নিজৰ কাম যত্নেৰে কৰক। খৰছ বেছি। মাতৃৰ মধ্যম।শুভ সংখ্যা দুই ।শুভ ৰং বগা।

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *