আজিৰ দিনটোৰ ৰাশিফল
(১৪ ছেপ্টেম্বৰ,২০২০)
মেঘ |
প্ৰতিটো ক্ষেত্ৰত ভাবি চিন্তি আগবাঢ়ক। বিদ্যাত সুযোগ পাব। বেমাৰৰ প্ৰতি শংকা। যোগাযোগত ভাল। আনৰ পৰা প্ৰবঞ্চিত হোৱাৰ শংকা । শুভ সংখ্যা দুই ।শুভ ৰং বগা।
|
|
বৃষ |
আনৰ প্ৰতি সহানুভূতিশীল হব । প্ৰৱঞ্চকৰ পৰা সাৱধান।ভাই ভনীৰ মাজত উন্নত যোগাযোগ । দুখীয়াক দান কৰক ।গোপন কথা আনৰ আগত নকব । শুভ সংখ্যা ছয় ।শুভ ৰং মাখন।
|
|
মিথুন |
ঘৰুৱা কোনো সমস্যাৰ বাবে মন ভালে নাযাব।কৰ্মই ধৰ্ম ভাবি কাম হাতত ললে সুখী হব।চকুৰ ৰোগে আমনি কৰিব পাৰে । শুভ সংখ্যা পাঁচ ।শুভ ৰং সোণালী।
|
|
কৰ্কট |
প্ৰবল আশাবাদী। শৈশৱৰ স্মৃতিয়ে আমনি কৰিব। শত্ৰুৱে ও আপোনাৰ বশ্যতা স্বীকাৰ কৰিব। আপোনাৰ প্ৰতিভা বিকাশৰ ভাল সুযোগ আহিব। শুভ সংখ্যা ছয় ।শুভ ৰং বগা।
|
|
সিংহ |
যোগাযোগত সুফল পাব।প্ৰতিভা বিকাশৰ বাবে সুযোগ পাব। মাতৃৰ বাবে ভাল দিন। যান বাহন লাভৰ দিন। বন্য প্ৰাণীৰ পৰা সাৱধান।শুভ সংখ্যা দুই ।শুভ ৰং ৰূপালী।
|
|
কন্যা |
মনৰ অশান্তি কমিব।ৰোগৰ পৰা পোৱা সমস্যাৰ সমাধানৰ পথ মুকলি ।পৰিকল্পিত কাৰ্য্য সমাধানৰ যুগ।ব্যয় অত্যাধিক।শুভ সংখ্যা চাৰি ।শুভ ৰং মাখন।
|
|
তুলা |
উন্নত সংযোগ । প্ৰবঞ্চকৰ পৰা সাৱধানে চলক।সৎ পথেৰে ধনৰ আগমন।পদ পথত সাৱধানে চলক।সন্তানৰ শুভ।শুভ সংখ্যা ছয়।শুভ ৰং বগা।
|
|
বৃশ্চিক |
কৰ্মৰ সন্ধান।আনে কৰা উপকাৰীতাক পাহৰি নাযাব।তীৰ্থ ভ্ৰমণৰ যোগ। মাতৃৰ শুভ । সংযমী হওঁক। শুভ সংখ্যা আঠ।শুভ ৰং সোণালী।
|
|
ধনু |
উন্নয়ন মূলক কামত গুৰুত্ব আৰোপ কৰিব।আনক অৱহেলাৰ দৃষ্টিৰে নাচাব।মধুমেহ ৰোগে কষ্ট দিয়াৰ সম্ভাৱনা। ঋণ লোৱাৰ পৰা দূৰত থাকক।শুভ সংখ্যা ছয় ।শুভ ৰং মাখন।
|
|
মকৰ |
আবেগিক হোৱা দেখা যায়।আনক সমালোচনা নকৰিব।বিদ্যাত কষ্ট কৰিলে ভাল ফল পোৱাৰ সম্ভাৱনা।অভিযন্তাৰ সন্মান হানিৰ যুগ ।শুভ সংখ্যা চাৰি।শুভ ৰং সোণালী।
|
|
কুম্ভ |
কৰ্ম স্থানত নিজৰ যোগ্যতাৰে সন্মান প্ৰাপ্তিৰ যুগ। সৌভাগ্যয় লগ দিব।শিল্প কলাত মনোযোগ বৃদ্ধি।গোপন কথা আনৰ আগত ব্যক্ত নকৰিব।শুভ সংখ্যা পাঁচ।শুভ ৰং বগা।
|
|
মীন |
নিজৰ স্বাৰ্থৰ বাবে কাম কৰা পৰিলক্ষিত হয়।সন্তানক লৈ মাতৃৰ চিন্তা।প্ৰতিবেশীয়ে আপোনাৰ বিপদ ঘটাব পাৰে।ধূম্ৰপান নকৰিব।শুভ সংখ্যা পাঁচ ।শুভ ৰং মুগা। |