আজিৰ দিনটোৰ ৰাশিফল
(১৩ আগষ্ট,২০২০)
মেঘ |
কৰ্ম সচেতনতা বৃদ্ধি পাব ।কোনো কাম হাতত ললে কৃতিকাৰ্য হব। শৰীৰ মধ্যম। বিদ্যাত ভাল ফল । নতুন যোগাযোগ। দুৰ্বল চিন্তা মনত নানিব। মাতৃৰ শুভ । শুভ সংখ্যা চাৰি। শুভ ৰং বগা।
|
|
বৃষ |
আপোনাৰ বিচক্ষতাই আনৰ মন জয় কৰিব । কৰ্ম সংস্কৃতিৰ ওপৰত শ্ৰদ্ধা থাকিব। চুটি ভ্ৰমণৰ যুগ । নিৰামিষ খাওঁক । মাতৃৰ শুভ । শুভ ৰং ৰূপালী। শুভ সংখ্যা পাঁচ।
|
|
মিথুন |
বিভিন্ন জনৰ পৰা পোৱা প্ৰেৰণা আৰু সাহসে আপোনাৰ মনোবল বৃদ্ধি কৰিব। পৰিবেশ শান্ত। শৰীৰৰ যত্ন লওক । দূৰ ভ্ৰমণ নকৰিব । শুভ ৰং মাখন । শুভ সংখ্যা আঠ।
|
|
কৰ্কট |
কৰ্ম ক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব ।আনে ভুল বুজিব পাৰে। সৎ লোকৰ কথা শুনক । প্ৰেমত শুভ ।মাতৃৰ মধ্যম । শুভ ৰং সোণালী। শুভ সংখ্যা দুই।
|
|
সিংহ |
আপোনাৰ কৰ্মৰে আনৰ প্রিয়ভাজন হব পাৰিব ।আবেগ বৰ্জন কৰক । ঘৰুৱা সদস্য আপোনাৰ বিৰুদ্ধে যাব পাৰে । লেখক, শিল্পীৰ উত্তম দিন।অৰ্থ নাশ। শুভ ৰং বগা । শুভ সংখ্যা চাৰি।
|
|
কন্যা |
কৰ্ম তৎপৰতা থাকিব । প্ৰভাৱ শালি লোকৰ কাৰণে চিন্তা। মাতৃৰ ভাল । শৰীৰত আঘাত পাব পাৰে । ভাষণত দক্ষতা বৃদ্ধি । ভ্ৰমণৰ যুগ। শুভ সংখ্যা ছয় । শুভ ৰং মাখন ।
|
|
তুলা |
সমস্যা সমাধানৰ বাবে চিন্তা । কিছুমান অনিশ্চয়তাই আমনি কৰি থাকিব । ভবা মতে কামবোৰ হৈ নুঠিব । ঘৰুৱা সদস্য আপোনাৰ বিৰুদ্ধে যাব পাৰে । খৰচ বৃদ্ধি ।বস্ত্ৰ লাভ ।শুভ সংখ্যা আঠ । শুভ ৰং বগা ।
|
|
বৃশ্চিক |
কৰ্ম সংস্কৃতিৰ ওপৰত শ্ৰদ্ধা থাকিব। চুটি ভ্ৰমণৰ যুগ ।প্ৰতি বেশীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখক ।শৰীৰ বৰ উন্নত বুলিব নোৱাৰি ।সম্পদ লাভ ।ভ্ৰমণ । শুভ ৰং সোণালী । শুভ সংখ্যা ছয় ।
|
|
ধনু |
ঘৰুৱা সমস্যাৰ সৃষ্টি। নিসংগতা অনুভৱ কৰিব পাৰে । গুৰুক স্মৰণ কৰক।গৱেষক, সাহিত্যিক ৰ উত্তম দিন।শত্ৰু কমিব।কিছুমান ঘৰুৱা অভাবে লগ দিব । প্ৰেমত শুভ । শুভ সংখ্যা দুই । শুভ ৰং বগা ।
|
|
মকৰ |
আনৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ। আনৰ পৰা সন্মান লাভ । খঙৰে কাকো বশ কৰিব নোৱাৰিব । অভিযন্তা ৰ মান হানি। কষ্ট বৃদ্ধি । শুভ ৰং ৰূপালী । শুভ সংখ্যা ছয়।
|
|
কুম্ভ |
ভাল মনৰ মানুহ বন্ধু হিচাপে লাভ কৰিব আৰু জীৱিকাৰ ক্ষেত্ৰত আনৰ সহায় পাব। আনৰ লগত ভাল সম্পৰ্ক স্থাপন । পিছবেলা ভ্ৰমণ নকৰিব। বিদ্যাৰ যত্ন লওক । আহুকাল দূৰ হব । শুভ ৰং বগা । শুভ সংখ্যা পাঁচ ।
|
|
মীন | কৰ্ম সংস্কৃতিৰ ওপৰত শ্ৰদ্ধা থাকিব। ভাল লোকৰ পৰামৰ্শই আপোনাৰ জীৱনত যোগাত্মক প্ৰভাৱ পেলাব । নিজৰটোকে শুদ্ধ বুলি নাভাবিব। নিৰামিষ খাওঁক। ভুলৰ শুধৰণি ।শুভ ৰং ৰূপালী । শুভ সংখ্যা দুই । |