লকডাউনৰ সময়ছোৱাত কণ কণ শিশুসকলৰ প্ৰতিভা বিকাশৰ এক ক্ষুদ্ৰ প্ৰয়াস

স্কুল বন্ধৰ এই দিনবোৰ আপোনাৰ সন্তানে কেনেদৰে পাৰ কৰিছে? আজৰি সময়ছোৱা গঠনমূলক কামত খৰচ কৰিছেনে? স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভাক এখন মঞ্চ দিয়াৰ মানসেৰে এনাজৰীয়ে আয়োজন কৰিছে এলানি প্ৰতিযোগিতাৰ।উদ্দেশ্য তেওঁলোকৰ সৃজনীশীল মনৰ বিকাশ। অভিভাৱকসকল, সন্তানক এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ উদগনি যোগাওক।

লকডাউনৰ সময়ছোৱাত কণ কণ শিশুসকলৰ প্ৰতিভা বিকাশৰ এক ক্ষুদ্ৰ প্ৰয়াস…….

প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ ……… চিত্ৰাংকণ প্ৰতিযোগিতা (স্ব-নিৰ্বাচিত বিষয় এটাৰ ওপৰত)

ষষ্ঠ শ্ৰেণীৰ পৰা শ্ৰেণীলৈ (স্ব-নিৰ্বাচিত বিষয় এটাৰ ওপৰত) …….

1. চিত্ৰাংকণ প্ৰতিযোগিতা

2. কবিতা লিখা প্ৰতিযোগিতা

3. গল্প লিখা প্ৰতিযোগিতা

লকডাউনৰ সময়ছোৱাত কণ কণ শিশুসকলৰ প্ৰতিভা বিকাশৰ এক ক্ষুদ্ৰ প্ৰয়াস

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *