“আচৰিত কিন্তু সঁচা” অসমৰ এজন নিৰীক্ষৰ লোকে লিখিলে কেবাখনো গ্ৰন্থ। জীৱনত এদিনৰ বাবেও বিদ্যালয় গৰকী নোপোৱা এইজন লোকৰ ঘৰ হৈছে দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ “তিত্কুছি” {ডাক ঘৰ , বুঢ়া} গাঁৱৰ “যতীন কুমাৰ “। এইজন লোকৰ কৃত্বিত দেখি , দৰং জিলা সাহিত্য সভাৰ লগতে =দুনী, দিপীলা, বোনমাঝা, আন্ধেৰীঘাট , শাখা সমুহেContinue Reading