…..অভিলাষ দাস….. দূৰভাষৰ ইটো পাৰে জমি উঠিব পাৰেনে বৰফ ? পাৰেনে জমি উঠিব এনে বৰফ যাৰ বুকুত আছে চাংপোক ধৰি ৰাখিব পৰা অৱশাব্দিক উন্মাদ অনুকম্পা ? অ’ মই শিল অ’ মই নৰকাসুৰ অ’ মই বেপৰোৱা কিন্তু তোমাৰ মঙলতি ৰেখাত লিখি লোৱা নাছিলা জানো অজন্তা ইলোৰা ? শিলবোৰ শিল নে শিলবোৰContinue Reading

…….ছন্দামিতা ঠাকুৰীয়া…..গুৱাহাটী বিশ্ববিদ্যালয়…….অসমীয়া বিভাগ…… বাটচৰাটো পাৰ হৈ, ঠিক নঙলামুখতেই গছজোপা । চম্পাফুলৰ গছ । বসন্তৰ ৰাগীলগা দিনত লঠঙা ডালবোৰত ছানি ধৰিছিল ফেঁহু বৰণীয়া ফুল ৰাতিপুৱা মায়ে চোতালত সৰা ফুলবোৰ বাঢ়নীৰে সাৰি অটাইছিল । পিছদিনা আকৌ সৰিছিল । সৰা-মচাৰ খেলখনৰ মাজতেই মই আঁজলি ভৰাই চম্পাফুল বুটলিছিলো উশাহত থৈছিলো সাঁচি সেই জুৰণীয়াContinue Reading

…..Saurabh Bosu…… I paint my ineffable illusions, which imbue memories with colors. And as the colors conflate upon my canvas of desire; it ravels stories. I find patterns in the bleakest structures, which interfere together to make new geometry. And as the lines meet upon my fabric of delusion; itContinue Reading

……..কল্পজ্যোতি বৰ্মন…… ……কটন বিশ্ববিদ্যালয়……. দোলনৰ গতিৰ ছন্দই আপেক্ষিকতাবাদ নুসূচায় মাধ্যকৰ্ষণৰ সৰ্বাত্মক প্ৰভাৱ ভেদিও কল্পনাৰ পখী অবাধে উৰি যায় , কিয় নামি নাহে সাধুকথাৰ কাচি জোন ! স্খলিত পপীয়া তৰাৰে ভৰি পৰে শৈশৱৰ তৃণ। তল সৰা পাতে আৱৰা নিজান দুপৰীয়াটোত ……. মই বাৰে বাৰে উকিয়াই চাওঁ আকাশখন খামুচি চোৱাৰ হেঁপাহ দূৰন্ত ওভতিContinue Reading

……এম.আমিন……. উৰুঙা হৃদয়ৰ উদাস পদূলিত প্ৰতিনিয়ত বলে এজাক বিষাক্ত ধুমুহা, সমাজৰ নীতিত গজি উঠে বিষাদৰ অৰণ্য, শুভ্ৰ সাজত বৈধব্যৰ চেকুঁৰা দাগ, মানুহবোৰ অমানুহ হোৱা বাবেই যৌৱনে কৰাঁল বান্ধে দেহত। আধুনিকতাৰ পৰশত মাতাল সমাজে বুকুত গুজি দিয়ে গোড়ামীৰ কাঁইটীয়া গোজ, নিজে ৰচা সপোন নিজেই গচকি অকালতে আগুৱাই এখোজ-দুখোজ। বৈধব্যৰ উতলা যৌৱনতContinue Reading

…..Snehashis Parashar…… When I dissolve myself into the letters you wrote to your beloved Felice and Milena, I try to understand the absorption and emission spectra of the pathos that fortified your love beyond reality. In the no-man’s-land between my reality and your surreality I wait for you with twoContinue Reading

Featured Video Play Icon

কবি নৱকান্ত বৰুৱা দেৱৰ অমৰ সৃষ্টি “বাৰিষা ৰাতি তোমাৰ কবিক মনত পৰেনে অৰুন্ধতী” কবিতাটি আবৃত্তি কৰাৰ এক প্ৰয়াস . . . . . .Continue Reading

আমি প্ৰত্যক্ষ কৰিম।
এয়া অনিবাৰ্য যে আমি প্ৰত্যক্ষ কৰিম
আমি নিশ্চয় প্ৰত্যক্ষ কৰিম ।
সেই দিন যি প্ৰতিশ্ৰুত,Continue Reading