…..নিতুমণি নাথ……গুৱাহাটী বিশ্ববিদ্যালয়…… উলাহ- মালহেৰে বিয়াখন পাতিছে আলহী অতিথিৰে ভৰা, নানা ৰং ৰূপেৰে সজালে কইনাজনীক। নানা জন আহিছে গৈছে ব্যস্ততাৰ নাই অন্ত। পূজিছে সেই দেবীক আসনত বহুৱাই, লভিছে আশীষ, নিজৰ বাবে দেশৰ বাবে নে দহৰ বাবে!! বিয়া শেষ হ’ল.. ব্যস্ততা কমিল… কিন্তু কইনাজনী?? নদীৰ কোৱাল সোঁতত নে দুৰ্গম পথৰ কাষতContinue Reading

…..মিৰ্জা হাছান….. ব্যস্ত পদপথবোৰত সিহঁতৰ সতে যাত্ৰা কৰিছিলো মৌনতাৰ কোলাহল ফালি অহা কুকুৰবোৰে ভুকিছিল নিশাৰ ঘিতমিত আন্ধাৰত চিঞৰিছিল মাথো … জোনাকীৰ ধিমিক ধামাক পোহৰত যেন শেওতা পৰা মুখখনিত স্পষ্ট হৈছিল … নিদ্ৰামগ্ন সেইবোৰ হেনো পাগল পহৰাদাৰী কুকুৰবোৰে হেনো আগচি ধৰিছিল বাৰে বাৰে ৰাতিতো এতিয়া নিমাওমাও…Continue Reading

মূল― ঈশ্বৰ শূন্য(হিন্দী)……. অনু― জ্যোতিদীপ কাশ্যপ কি নাম? শ্ৰমিক ক’ত থাকা? সেই নলাটোৰ ইটোপাৰে ক’ৰ পৰা আহিছিলা? দূৰৰ…বহু দূৰৰ এখন গাঁৱৰ পৰা কি কাম কৰা ইয়াত? এসাজ খাবলৈ যি কৰিব লাগে ক’ৰ’ণা বিষয়ে জানানে? আমাতকৈ কোনে বুজি পায় টোপোলাটোত কি আছে? ঘৰখন ঘৰত কোন আছে? মোৰ মাইকী লৰা-ছোৱালী? মৰিল বেমাৰত?Continue Reading

…..?প্ৰণামী দত্ত।?….. তুমি অবিহনে, ভাল নালাগে মোৰ একোকে আবেলিৰ অস্ত যোৱা বেলিৰ ৰঙে আৰু কঁপনিৰ নোতেলে হৃদয়ত ঘৰমুৱা পক্ষীৰ কাকলিয়ে নোতেলে অবুজ শিহৰণৰ ঢৌ। তুমি অবিহনে, হেঁপাহৰ ঘৰতো আৰু সজা নহ’ব কেৱল কাগজতে থাকি যাব তাৰ অস্তিত্ব। তুমি অবিহনে, হৃদয় কঁপাই যোৱা শিহৰণবোৰে আৰু আমনি নকৰে, উজাগৰী নিশাৰ হেজাৰটা স্বপ্নইContinue Reading

…..প্ৰাণজিৎ কলিতা….. নিস্তব্ধ নিসাদৰ এটি ধুমুহা হৃদয়ৰ প্ৰেমৰ পৃথিৱীখনক ন্যাসৎ কৰি আকৌ জোনাকৰ মাজত দোলা দি তিৰবিৰাইছে । নগ্ন জোনাকত থিয় হৈ দলিয়াই পেলাইছো ৰাঙলী আভাষৰ পোহৰ । জোনাকী পৰুৱাৰ তিৰবিৰ পোহৰত জোন হেন মূখখনি বোকোচাত বান্ধি আকৌ ওলাইছো প্ৰেমৰ সংজ্ঞা বিচাৰি । বহাগ আবতৰীয়াৰ আগমণ দৰে মূখত সোনালী ক’লাজৰContinue Reading

…..প্ৰাণজিৎ কলিতা….. নাৰী……. এটি পবিত্র শব্দ যাৰ মাজত লুকাই আছে উন্মাদনাৰ ভৰা অলেখ কাহিনী । মনত আছে নে ?? বুঢ়ী আইৰ সাধুৰ তেজীমলা , চম্পাৱতী চিলনী জীয়েক জনী নাৰী নাছিলে জানো ? কিমান অত্যাচাৰৰ বলী হৈছিল আমাৰ দৰে দানৱ বিলাকৰ পৰা । ঢেঁকীত খুন্দি খুন্দি তেজীমলাক মাৰি পেলাইছিলো । সৰলতাৰContinue Reading

…..প্ৰণামী দত্ত…… উৰুঙা বতাহ জাকে আজি মোক হঠাৎতে দুৰ্বল কৰি পেলালে। কাৰোবাক চিঞৰি চিঞৰি মাতিবলৈও মন গৈছিল, বুকুৰ শূন্যতা খিনিও যেন ক্ৰমে গভীৰ হৈ আহিছে। জোনাকক হেৰুৱাৰ ভয়ত আন্ধাৰতে সাৱটি লৈছোঁ। পাহাৰৰ এঢলীয়া বুকুত তোমালৈ প্ৰেমৰ চিঠি লিখিছিলোঁ। তুমিয়ে মোৰ বুকুত সাজিছিলা মৰমৰ মৰটি। এতিয়াও এনেদৰে ৰাখিছোঁ মই আৰু কিমানContinue Reading