….জুবিন কাকতি….. দানবতাৰ শক্তি প্ৰকাশে জানো মানুহৰ মনত শান্তি আনিব পাৰে। যদি পাৰে শান্তি আনিব তেতিয়াহলে কৰক এই মানৱ‌ আৰু পশু হত্যা যদি শান্তি আনিবই নোৱাৰে তেতিয়াহলে কিয় এই শক্তি প্ৰয়োগ কিয় এই নিস্পাপ জীৱৰ ওপৰত অবৰ্ণনীয় অত্যাচাৰ? কি পায় শক্তি প্ৰয়োগৰ দ্বাৰা দানৱৰ শক্তি? নে আন কিবা? নে দানবৰContinue Reading

….অভিলাষ দাস…..গুৱাহাটী বিশ্ববিদ্যালয়…….  হেৰাবৰ বাবেই যদি ভালপোৱা, তেনেহ’লে মই তোমাৰ প্ৰথম প্ৰেমিক । তুমি হালধীয়া শ্ব’ল এখনেৰে যে বতাহক জোকাই ফুৰা, কিয় ! ময়ে জানো তেতিয়া নদীৰ সীমনাত তোমাৰ লয়লাসৰ কবিতা নিলিখো ? ভালপোৱা মানেই যদি হালধীয়া এজাউৰি বিষাদ তেনেহ’লে ময়েই সেই সৰিয়াহ আবেলিৰ দাৰ্শণিক প্ৰেমিক ।  Continue Reading

…….নিতুমণি নাথ……. গুৱাহাটী বিশ্ববিদ্যালয়….. নিৰৱে নিটালে শুই আছে এতিয়া সি নিৰৱে নিটালে শুই আছে। আগতে ঘূৰি ফুৰিছিল যৌৱন চঞ্চল দেহাতো লৈ পাহাৰ ভৈয়াম একাকাৰ কৰি বিয়পাযই অমিয়া মাধুৰী যুগ যুগ ধৰি বৈ আছিল নিৰৱধিৰ তাৰ গতি পখীৰ কলৱৰত পুৱাইছিল দুখৰ ৰাতি… পূৱৰ আমাজন দিহিং পাটকাই….. ন্যায় বিচাৰি হ’ল আধামৰা দুখৰContinue Reading

 …..ৰিপুল বড়ো, টংলা (ৰতনপুৰ)…… পুষ্প আৰু সংগীত ভালপোৱা ছোৱালীজনী ফুলেৰে তৈয়াৰী কামদেৱৰ ধেনুৰ দৰে  পুষ্পজিতা তুমি, এটি বৃক্ষৰ শ্ৰেষ্ঠ ফুলপাহ তুমি। পুষ্প প্ৰদৰ্শনীৰ ফুলৰ সৌন্দৰ্যৰ তুমি ৰানী, পুষ্প-বৃষ্টিত পুষ্প-পাত্ৰ্ত  সংগোপনে ৰাখিম । পুষ্প-পত্ৰ লিখা চিঠি পুষ্পচাপত পুষ্পবাণত লগাই দি পঠাম তোমালৈ আজি । সংগীতৰ মধুৰ সুৰ তুমি সংগীত আৰু পুষ্পৰেContinue Reading

……অভিলাস দাস….. “ আমাকে খোজো না তুমি- কতদিন আমিও তোমাকে খুজি নাকো- এক নক্ষত্ৰৰ নিচে তবু- একেই আলো পৃথিৱীৰ পাৰে “——-“ দুজন”, জীৱনানন্দ দাশ মই জানো । যি কথা তোমাক জনাই অহা নহ’ল , সেই কথা যে তুমি জানিব পৰাকৈ জনা হ’বা সেয়া মই জানো । এখন আৱদ্ধ বৰ্ষাৰন্যৰ স্তিমিতContinue Reading

….জুবিন কাকতি…. 

মা তোলৈ আজি বহুত
মনত পৰিছে ঐ….
আজি মোৰ গাটোৰ বিষ ঐ..Continue Reading

….প্ৰাণজিৎ কলিতা….. এগালমান চাৰ্টিফিকেট বোকোচাত বান্ধি দৌৰি ফুৰিছো ; চহৰৰ চিটি বাছে চিটি বাছে গৰম , ঠাণ্ডা , অনুকূল , প্ৰতিকূল সকলো নেওচি মাথো দৌৰিছো , এটি অফিচৰ পৰা আন এটি অফিচলৈ । ভোক্তব্য বস্তুৰ অভাৱত এটোপাল পানীৰ সোৱাদ লৈছো । ৰাজপথত ঘূৰিফুৰা অলপমান সহানুভূতিৰ অভাৱত দুচকুৰে নিগৰি পৰা বেদনাৰContinue Reading

……সোণমণি……. শুনি আছানে শগুন এজাকে জুৰা ইথিওপিয়া নামৰ সমবেত সংগীত শুনি আছানে ব্যাধিত বিপৰ্যস্ত পৃথিৱীৰ মৰাশবোৰৰ মাত ক’ত থাকা? ফুটপাথত মৰি থকা বৃদ্ধ কাষৰে নলাটোত কেঁচুৱা ৰাতি দুয়োজনে ইশ্বৰ ইশ্বৰ বুলি কান্দিছিল ব্যস্ত দৈনন্দিন লৌহ গানৰ হাহাকাৰ শুনি নোপোৱা দুটা ককবকনিৰ উশাহ মগজুবোৰে ভ্ৰম বিক্ৰী কৰে ভ্ৰম এটা ব্যৱসায় ভ্ৰমতContinue Reading

….ভাস্কৰ ৰাজবংশী….. বাউলি কালস্নিগ্ধ স্বপ্নাতুৰ নিসংগতাৰ অধিপতি । স্নেহমুগ্ধ সুগন্ধিত অত্মাতুৰ মই, তোমাৰ উন্মাদনাৰ আকাশৰ তৰা হৈ, ধিমিকি ধিমিকি জ্বলি থকা নক্ষত্ৰ মই । তোমাৰ হিয়াৰ উমত উমলি ডাঙৰ হোৱা, বাউলি পখি মই । তোমাৰ মধুৰস পাণ কৰি, উন্মুক্ত হৈ পৃথিৱীৰ বুকুত, মুকলি আকাশৰ তলত, পৰিভ্ৰমণ কৰা এটি উন্মুক্ত পখীContinue Reading

…..ৰিপুল বড়ো, টংলা (ৰতনপুৰ)….. নৈৰ ঘাতৰ সাতোৰংঙী আকাশৰ তলত বহি দেখা নেদেখা হিমালয় খ্নৰ ফালে লক্ষ্য কৰো সুন্দৰকৈ সজাই লোৱা সপোনবোৰৰ সংজ্ঞা বিচাৰি। সলনি হৈছে সতৰ্ক আৰু সাৱধানে আগুৱাই যোৱা জীৱনৰ পাঠ চাগে হেপাহবোৰ নাইকিয়া হৈ গ’ল Cigaret ৰ ধোৱাৰ সৈতে সন্মিলনি হল গুছি গল নিজান ঠাই এডোখৰ বিছাৰি য’তContinue Reading