…..প্ৰাণজিৎ কলিতা……  সপোন দেখিবলৈ এন্ধাৰ আছে, পূৰণ কৰিবলৈ জোনাক নাই , কাৰণ আমি মধ্যবিত্ত । আমি মধ্যবিত্ত বাবেই সপোনৰ জোলোঙাখন লৈ ঘূৰিছো , ফুৰিছো । নিজৰ লক্ষ্য স্বাভিমান ত্যাগ কৰিছো একমাত্র পৰিয়ালৰ স্বাৰ্থত । অতীতৰ স্মৃতি , আমাৰ বাবে এক সম্পদ । প্ৰতিটো ক্ষণত বিচাৰি ফুৰো , নতুন বিকাশৰ ধাৰণাContinue Reading

…..মৃনাল ডেকা…..  মৃত্যুৰ অপেক্ষা হে ঈশ্বৰ দিয়া দুৱাৰ খুলি মৃত্যুৰ দুৱাৰ । পিড়াই দহীছে জীৱন নিঃপ্ৰাণ শৰীৰৰ আৰ্তনাদ । নিয়া আত্মাক উলিয়াই জীৱনৰ সুখ দুখ,হাঁহি কান্দোন হৈছে এইবোৰ অৰ্থহীন শব্দ । এই নাটৰ তন্ত কেতিয়া হ’ব পৰিসমাপ্ত । বিছনাৰ লগত লিপ্ত এই জঠৰ শৰীৰ । হে কাল কাবৌ কৰিছো নিয়াContinue Reading

…..প্ৰাণজিৎ কলিতা……  …..গুৱাহাটী বিশ্ববিদ্যালয়…… মই সাৰে আছো , নাহিবি তই মোৰ ভগা পজাটিৰ ডিঙি গিলিবলৈ , নিসহায়ৰ হাত মেলি পশুহাল বুকুত বান্ধি , নিৰাপদ ঠাই বিচাৰি যোৱাৰ সামৰ্থ্য মোৰ নাই । অবাক অবান্তৰ দুমুঠি সাহায্যৰ প্ৰয়োজনও মোৰ নাই । মাথো বিচাৰিছো , তই নাহিবি নাহিবি মোৰ বুকুৱে কোৰ মাৰি চপোৱাContinue Reading

….অৰুপজ্যোতি কাকতি….. হৃদয় ৰাঙলী মন বাউলি পোনাই লৈছোঁ হালোৱা জাপি, জপানত সাঁচি সোণালীক যতনাই সৰুদয়াৰ সৰু পাতত স্বৰ্গদেউৰ জীৱন জুৰোৱাই। আগভেটি ধৰ বাট নাঙলৰ মুঠিত আছে আমাৰ ভাত, যদু,মধু,ৰাম,হৰি নাথাকিবি কোনেও লুকাই, জাতি-মাটি-ভেঁটি বেচি বণিয়াই যায় সীমা দলিয়াই। প্ৰাণ হেৰুৱায় মান জীয়াই, পথাৰ তিয়াই ভঁৰাল উদঙাই, চ’তৰ শেষত কুলিৰ মাততContinue Reading

 ……ভাস্কৰ ৰাজবংশী…..  ….গুৱাহাটী বিশ্ববিদ্যালয়…. এটি মূহুৰ্ত, এটি ক্ষণ… ক’ত ঘটনা, নিশ্চল হৈ বিশাল আকাশৰ বুকুলৈ চাই, সপোনৰ জোনাকত নানা ৰং সানিছিল তাই । জোনাকৰ মোহত থৰ লাগি চাই থাকোতে ডাৱৰবোৰে কেতিয়া জোনৰ মুখনি ক’লা কৰিলে গমেই নাপালে  ! বিজুলী-ঢেৰেকণিৰে গুঞ্জৰিত শব্দত যেন তাইৰ সম্বিৎ ঘূৰি আহিল, উচপ খাই ভিতৰলৈ গৈContinue Reading

…..মৃনাল ডেকা….. হে মা তুমি জীৱন দাত্ৰি এই জগতৰ প্ৰথম স্পৰ্শ তোমাৰ বাবে মা অজান ঈশ্বৰ তুমিয়েই । তোমাৰ পৰাই আৰম্ভ সকলো সম্পৰ্ক তোমাৰ গৰ্ভত অংকুৰিত প্ৰথম অঙ্গ নমহীয়া পৰিক্ৰমা । হে মা কেবল তুমি হে বুজা সেই প্ৰসৱ বেদনা । মোক দেখা প্ৰথম ক্ষন তোমাৰ বাবে জীৱনজোৰা আনন্দ ।Continue Reading

…..অৰুপজ্যোতি কাকতি….. আজি সকলো অভিমানৰ বাণ কাটিম, অলপ বিহ আনি দিয়া আজি সকলো অভিযোগ সামৰিম, তুমিটো স্বাভিমানী নিশাৰ জোন, আধা ফুটা কপালত কেনেকৈ চন্দনৰ ফোঁট আঁকিম? নিচাৰো এতিয়া নিচা হ’ল, মোহভংগ দিবলৈ মোহিত হ’ব বুলি বসন্তৰ চাকি নুমোৱাই ৰাখিছোঁ। এধানি এলানি উপদেশ আৰু মূৰ্ছনাৰ মূকাভিনয়, কলঙৰ পাৰ ভাঙি তোমাৰ চোতালতContinue Reading

……✍️চিমি কোঁৱৰ…… (১) চহৰখন শূন্য ইমান শূন্যতা আমাৰ হজম নহয় । গছবোৰ মৃত … আৰু অৰ্দ্ধমৃত মুখাৰ আঁৰত লুকুৱাই ৰখা হৃদয়বোৰো !! এই অৰ্দ্ধমৃত হৃদয়েৰে কি কৰিব পাৰি ? ইয়াৰ কৃত্ৰিম কোলাহলত আমাৰ ঊশাহ বন্ধ হ’ব খোজে.. পৃথিৱীৰ অসুখ,হৃদয়বোৰ অসুখী প্ৰতি দিনে ন ন ৰঙীন মুখা মুখাৰ আঁৰত কত’ যেContinue Reading

….. মৃনাল ডেকা….. হেৰৌ প্ৰেমৰ নামত কলংকিনী বিচাৰিছিলো মৰম দিলি অপমান সানি । কৰিছিলো তোক মৰম হিয়া উজাৰি দিলি মোক এয়া সহাৰি । ভবা নাছিলো তয়ো এনেকুৱা হবি ভাবিছিলো তই বেলেগ হবি । দেখুৱালি আইনা আজি তোৰ নিজৰ প্ৰতিফলন দেখিবি অতি ভয়ংকৰ । নুবুজিলো তোৰ আচল চৰিত্ৰ কৰিলি তই মোৰContinue Reading

….অৰুপজ্যোতি কাকতি…. জটিল মনৰ সৰল বেগ মেঘৰ দেশত আলোকৰ ভেশ, তৰাৰ জিলমিল চহৰত আন্ধাৰ বিনাশি সপোন হাঁহিৰ ক্লেশ । দেহটোত কাহিনীয়ে শিকলি দিছিলোঁ, চিন্তা বোৰ জানো বান্ধিব পাৰিলা ? কিমান জ্বলাবা, এই জুইত পুৰি তুমিও এঙাৰ হ’বা কিন্তু মোৰ উত্তাপ আৰু উজ্জ্বল হ’ব। এই দেশ মোৰ অপ্ৰিয় মেঘৰ ছায়াতে জিৰণিContinue Reading