……✍?ভাস্কৰ ৰাজবংশী……  ……গুৱাহাটী বিশ্ববিদ্যালয়…….. অনিয়মৰ ত্ৰাসত কম্পিত আজি চৌদিশ, চাৰিওফালে মাথোঁ দুৰ্নীতি, ভ্ৰষ্টাচাৰ । হিংসাই দহচা সমাজখনত মানুহৰ দেখোন অস্তিত্বই নাই…! চৌদিশ মাথোঁ শূণ্যতা বলিছে মাথোঁ মিথ্যাচাৰৰ বলিয়া বতাহ । কাৰ বুকু, কোনে শুদা কৰিছে… কাৰ কঁপাল, কোনে উকা কৰিছে… সেয়া খবৰ ৰাখিবলৈ কাৰোৱে যেন আহৰি নাই ! লালসাত পদContinue Reading

……অৰুপজ্যোতি কাকতি….. নিদ্ৰামগ্ন, টুপীৰ দেশত কোনে পিন্ধাই জাপি? তলসৰাত মাথোঁ হুমুনিয়াহ, জিকিৰি জিকিৰি চৌদিশে বিস্তাৰ শূণ্যৰ গাঁঠৰি। সোঁৱাহীপৰুৱাৰ আহ-যাহ নদীৰ খিৰিকী আৰু ঘৰৰ বেৰ জিনিয়া জিয়া , পাগুৰি এক দানৰ টকাত জিম্মাদাৰি। বল্লম বধিৰ নাককটা চিকুণ চিকুণ লাংপাং ওফাইদাং, পথাৰ-বজাৰ যুগপৎ বন্দী দশাৰ কেৰোণ যুগুত হালগিৰী টঁক টঁক অকাল জন্মContinue Reading

……✍প্ৰাণজিৎ কলিতা….. ……গুৱাহাটী বিশ্ববিদ্যালয়……. আঁচলেৰে মেৰিয়াই ভগ্ন হৃদয় খন বুকুত সাৱতি দুচকুৰে দেখা সপোনবোৰ আজিও আবদ্ধ হৈ আছে, মোৰ হৃদয়ৰ মাজত। উজাগৰী নিশাৰ এটি এটি পল তুমি দেখা সপোনবোৰ আজি দেখোন কেনিবা হেৰাই গ’ল অ,আই। মৰমবোৰ যদি মৰম হৈ থকা হ’লে , আজি আকৌ এবাৰ তোমাৰ কোলাত মূৰ গুজি হেপাঁহContinue Reading

…..✍?ভাস্কৰ ৰাজবংশী…… …..গুৱাহাটী বিশ্ববিদ্যালয়….. সিক্ত ডাৱৰৰ পৰা টোপাটোপে সৰা নিয়ৰবোৰ পুৱাৰ ৰাঙলী আভাত জলমলাই উঠে । সেউজীয়াবোৰ ক্ৰমে আনন্দত জিলমিলাই উঠে । তাৰ মাজতো থাকে হেৰাই যোৱা প্ৰতিশ্ৰুতিবোৰ । মৰুভূমিৰ বুকুৰ দূপৰৰ উজ্জ্বল মেলাত  নিমগ্ন হৈ তৃষ্ণাতুৰ পথিকবোৰে আকুলতাত খোজ বিলাক আগবঢ়াই দিয়ে… সুবিশাল জলধাৰা বিচাৰি যেন কোনো নিৰিবিলি স্বপ্নৰContinue Reading

…..✍️চিমি কোঁৱৰ….. কি আছিল আমাৰ প্ৰিয় বিষয় গণতন্ত্ৰ স্বাধীনতা সমতা শান্তি নে ভালপোৱা .. জলাশয়ত বন্দী ৰূপালী ফিচাৰ মাছ শূন্য বাকস্বাধীনতা … ইয়াৰ পৰা যাওঁগৈ ব’লা । ০০০০ ক’ত আছোঁ ক’লৈ গৈ আছোঁ এয়া পাবলো নেৰুদা সৌৱা পাবলো পিকাসো , আৰু সেয়া ভিনসেন্ট ভ্যান গগ দেৱালত ওলমি আছে ভিঞ্চিৰ “দ্যContinue Reading

……উৎপল ডেকা…… জুই জ্বলিছে। মোৰ উপাসনা কোঠাত। প্ৰতিটো খোজত হুছেইনৰ হিন্দু মাহীয়েকৰ ঘৰত। বাৰে বাৰে ভাঁহি আহে মোৰ ৰঙা উপত্যকাৰ ধৰ্মান্ধতাৰ প্ৰাচীৰ খন। ভাগ হ’ল – দেশ ভাগ হ’ল – ধৰ্ম ভাগ হ’ল – ভাষা সমস্ত পৃথিৱী ভাগ হ’ল। নি:সংকোচে চকুযোৰ খুলি থৈ পতাকা উৰুৱাইছোঁ স্বাধীনতাৰ বুকুত কঢ়িয়াই ফুৰিছোঁ মৌলবাদContinue Reading

…..মুনমী পাঠক ….উত্তৰ গুৱাহাটী….. নিৰাশ তেতিয়াও আছিলো!  যেতিয়া জোনবাইক সুধিছিলো  এটি তৰা নালাগে দুটি তৰা দিয়া।  নিৰাশ এতিয়াও!  যেতিয়া জোনাক চোৱাৰ হেঁপাহত  উদং আকাশ বিচাৰি পাওঁ।  নিৰাশ তেতিয়াও আছিলো!  যেতিয়া আঁকিব নোৱাৰি বাৰে বাৰে  ফলিত থুই দি মচিছিলো।  এতিয়াও নিৰাশ হওঁ।  মনে অঁকা ছবিখন আঁকি উঠি  যেতিয়া মচিব নোৱাৰো।  নিৰাশContinue Reading

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ…..  জীয়াই থাকিব ময়ো ভাল পাওঁ,   মোৰ আধামৰা আধাজীয়া   জীৱনটোক লৈ,   যিদৰে ভাল পাৱ তই   মোৰ শৈশৱহীন জীৱনৰ   ৰস পাণ কৰি।   বসন্ত অহাৰ আনন্দত   ময়ো মতলীয়া হওঁ   কিন্তু তোৰ হেপাহৰ বাৰিষা   সিওযে যায় উতি -ভাহি,  মোৰ নষ্টালজিক জীৱন। Continue Reading

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. থোপা থোপে সৰিছে দুখৰ বৰষুণ, জীয়া ঢলেও উজান দিছে দুখত, আত্মীয় কুটুমে দিছে গা এৰা। ল’ৰালি উপভোগ নহল-পিতৃহীনতাত, যৌৱন অনুভৱ কৰিবই নাপালো সুদকণৰ যুদ্ধত, এতিয়া অৰ্দ্ধশতাধিক বসন্ত পালো, দুখৰ বৰষুণৰ ওজন বেছিহে হ’ল, আহঃ জীৱন কি পৰিত্ৰুমা !! কি দীৰ্ঘায়ূ এইজীৱন?? ধনৰ বাবেই ওঁঠত নাই হাঁহি, ধনৰContinue Reading

….অৰুপজ্যোতি কাকতি….. সন্ধিয়াৰ একাজলি ছাঁত পোহৰৰ ভোগজৰা ভৰাম, হাঁহিৰে ৰঘুমলাই সপোন সিঁচি বৰলুইত ভটিয়াই যায়। জান জুৰি জিৰি জিৰি আহিনৰ বাঁহীত শলিতা নুমাই, পাহাৰৰ কাণত সুৰ লাগি মইনামতীৰ যৌৱন কঁপাই। হাত বাউলী মাতিছে সখা বলা এপাক সিপুৰীলৈ যাম যমৰ ভাওত এক্ষন্তেক আমি ভাওনাৰে জীৱন গাম। মইনামতী ৰুণজুণ মনটোক ৰাখিবি নাঙঠContinue Reading