স্মৃতি হব খোজা এটা সৰু সুঁতি (খণ্ড – ৫)
….হেমা চহৰীয়া….দৰং….. খণ্ড – ৫ অদিতিৰ চকুৰে ধাৰাসাৰ পানী বৈ আহিছিল | ওঠ দুটি কঁপি উঠিছিল কিবা কব খুজিও একো কব পৰা নাছিল তাই | কেইটামান নিৰৱ মূ্ৰ্হুত পাৰ হৈছিল | আদিত্যই নিৰৱতা ভাঙিছিল কপা কপা মাতেৰে সি কৈছিল – ”তুমি মোক মনত ৰাখিছা ন অদিতি ! মই হে ……|”Continue Reading