মই গুৱাহাটী ফুটপথৰ পৰা কৈছো, “বিচিত্ৰ কুমাৰ বৰুৱা”ই (9th)
….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা) ১৭ মই মাৰ মনৰ ভাৱ বুজি পাওঁ=মায়ে মোক গড় দিব বিচাৰে, কিন্তু নোৱাৰে। দেউতা ঢুকুৱাৰ পৰা মাৰ একমাত্ৰ সম্বল হৈছে আনৰ ঘৰৰ ঢেকীটো, ঢেকীটোয়ে মুল ধন। ঢেকী দি দি মাৰ দেহাটো শুকাই- সিনাই আধামৰা হৈছে। মাৰ শুকান দেহাটো দেখিলে মোৰ অকমানি কলিজাটোয়েContinue Reading