……© ৰুণজুন বৰুৱা…… (২৫) ” নিৰ্দিষ্ট দিনা মনা ,অনিমেশ আৰু মাহঁত দিল্লী অভিমুখে ৰাওনা হয় আৰু মই মোৰ প্লেনিং মতেই আগদিনাৰ পৰা হঠাৎ আৰম্ভ হোৱা মাইগ্ৰেনৰ পৰা মুক্তি নোপোৱাৰ অজুহাত উলিয়াই সিহঁতৰ সৈতে নোযোৱাকৈ ঘৰত অকলে থাকিবলৈ সক্ষম হওঁ।মোৰ যোৱা নহব বুলি জানি, মনাৰ মুখত বিষাদৰ মেঘ এটুকুৰা ওলমি উঠিছিলContinue Reading

……© ৰুণজুন বৰুৱা…… (২৪) “সময়ে কাকো ক্ষমা নকৰে, আনৰ চকুৰ পৰা নিজৰ ভুলবোৰ বাৰু লুকুৱাব পাৰিব কিন্তু নিজৰ পৰা, ওহোঁ সেইয়া কেতিয়াও সম্ভৱ নহয়।কেঁকোৰাৰ পেটৰ সন্তানেই কেঁকোৰাক খুলি খুলি খায় শেষ কৰাৰ দৰে নিজৰ মাজত লুকুৱাই ৰখা নিজৰ ভুলবোৰে সময়ৰ লগে লগে আপোনাক কুটি কুটি খাই শেষ কৰিবই,সেইয়া চিৰন্তন।” প্ৰীতমেContinue Reading

……© ৰুণজুন বৰুৱা…… (২৩) মই যেন স্বামী নামৰ আচ্ছাদন ধাৰী এটা বিষাক্ত বিছা। মোক সাৱটি ধৰাৰ ফলত মনাৰ দেহত এই বিছাৰ শুং বোৰে ডাকি ডফলা ডফলি কৰিব। নাই নাই মনাৰ কোনো দোষ নাই তেন্তে কিয় তাই কষ্ট খাব লাগে ।তাইৰ দুবাহুত সোমাই থকাৰ অধিকাৰ মোৰ হে নাই গতিকে মই তাইৰContinue Reading

……© ৰুণজুন বৰুৱা…… (২২) ঈৰ্ষা,ইয়াৰ সমান ক্ষতিকাৰক একো নাই । কৰ্কট ৰোগ ই একপ্ৰকাৰৰ, মনৰ কৰ্কট ৰোগ।ব্যক্তিৰ জ্ঞাতে অথবা অজ্ঞাতেই, ই মনটোক এনে ভাবে গেলাই গৈ থাকে যে মানুহৰ বিবেচনাৰ শক্তিটোক ই অসাৰ কৰি তোলে, আৰু তাৰ পিছত, প্ৰতিশোধৰ জুইকুৰাই নিজকেই কিমান দহি থাকে তালৈ খবৰ ৰাখিবলৈ সময় নোহোৱাকৈ বুকুতContinue Reading

……© ৰুণজুন বৰুৱা…… (২১) দুপৰীয়াৰ নির্জনতাক ভেঙুচালি কৰি, ফুকনৰ কেবিনৰ কাষতে থকা কৰ্দৈ জোপাত পৰি জিলি এটাই অবিৰাম ভাবে চিঞৰি উঠিছে ,পৰিৱেশটো সেই জিলিটোৰ ককৰ্ষ মাতত অশান্তিকৰ হয় পৰাত ডাঃ ফুকনে প্ৰীতমক বাহিৰৰ লন খনলৈ ওলাই যোৱাৰ প্ৰস্তাৱ দিয়ে। আচলতে প্ৰীতমক তাৰপিছৰ ঘটনাবোৰ কবলৈ নিজৰ ভিতৰতে পূৰ্ব প্ৰস্তুতিৰ আৱশ্যক হোৱাContinue Reading

……© ৰুণজুন বৰুৱা…… (২০) প্ৰীতমৰ চকু সেমেকি উঠা দেখি ডাঃ ফুকনে অনুধাৱন কৰিব পাৰিলে যে সেই ঘাঁ টুকুৰা মনৰ মাজত এতিয়াও অলপ হলেও কেঁচা হৈ আছে প্ৰীতমৰ। পিতৃ হবলৈ ওলোৱা খবৰ এটা কোনো কাৰণেই কম ৰোমাঞ্চকৰ নহয় এজন প্ৰকৃত পুৰুষৰ বাবে।ভালপোৱা নাৰী গৰাকীৰ মাজত নিজৰ এটা অংশ একলা দুকলাকৈ বাঢ়িContinue Reading

……© ৰুণজুন বৰুৱা…… (১৯) আৰু সেই দিনটোৱেই আছিল মোৰ আৰু মনাৰ অন্তিম মুহূৰ্ত । দীঘল হুমুনিয়াহ এটা এৰি প্ৰীতম এখন্তেক ৰৈ লয়। বিৱৰ্ণ হ’বলৈ ধৰা প্ৰীতমৰ মুখখন দেখিয়েই,ডাঃ ফুকনে বুজে বিষাদৰ গভীৰপৃষ্ঠা এটা, যাক তেওঁ অতি কষ্টত সামৰি সুঁতৰি ভৰাই থৈছিল, আজি সেই পৃষ্ঠাটো খুচৰি দিয়াত বুকুৰ বিষটো অতি মাত্ৰাতContinue Reading

……© ৰুণজুন বৰুৱা…… ( ১৮) তেওঁলোকক চ’ৰা ঘৰতে বহুৱাই মা সোমাই গৈছিল ভিতৰলৈ তেওঁলোকৰ বাবে পানী আনিবলৈ বুলি। কি কথা পাতিম ভাবি মই এচুকত ঠিয় দি থাকোতেই ভিতৰৰ পৰা ধুমুহাৰ গতিৰে ওলাই আহি কোনো লাক বান্ধ নোহোৱাকৈ মনাই আৰম্ভ কৰিছিল, “দেউতা মোৰ ভাগৰ বুলি তোমাৰ সম্পত্তিৰ পৰা কিবা এটা অংশটোContinue Reading

……© ৰুণজুন বৰুৱা…… (১৭) পোৱা নোপোৱাৰ হিচাপ কৰি অতীতৰ পৃষ্ঠাবোৰ নেফা-নেফ কৰাত যুক্তি নাই। জানে প্ৰীতমে, কিন্তু হ’লেও যিবোৰ কথা জুকিয়াই চাবলৈ এসময়ত ভয় কৰিছিল, যিবোৰ কথা ফঁহিয়াই নোচোৱাৰ বাবেই জীৱনটোৱেই নিমিলা অংক হৈ গ’ল সেই অধ্যায়বোৰ খুলি লৈছে সি আজি। কিয়নো সময়ৰ চলনাত যি চক্ৰবেহুত সোমাই ৰৈ গ’ল,তাৰ পৰাContinue Reading

……© ৰুণজুন বৰুৱা…… (১৬) দুপৰীয়াৰ ভাত সাজ খাই উঠিয়েই অম্লানহঁতে ডাঃ ঋষিকেষৰ পৰিয়ালটোৰ পৰা বিদায় লৈ আগতেই ঠিক কৰি থোৱা হোটেললৈ বুলি ৰাওনা হ’ল….. সকলোকে আচৰিত কৰি ঋষিকাহঁতৰ ঘৰৰ পৰা ওলাই অহা পৰত প্ৰীতমে ডাঃ ফুকনক উদ্দেশ্য কৰি কয় “ফুকন কাইলৈ যাম আকৌ আপোনাৰ চেণ্টাৰলৈ বুজিছে কথাবোৰ শেষ হোৱাই নাইContinue Reading