final episode

নাই সিদিনা মানে আমি যোৱাৰ দিনা সি ঘৰত নাছিল। কৰবাত ওলাই গৈছিল চাগে, আগতেই এদিন লতিকা বাইদেৱে কৈছিল। কেতিয়াবা ভালদৰে সুধিব লাগিব যুদ্ধৰ সময়ৰ কথাবোৰ জানিবলৈ।Continue Reading

final episode

………ড° নয়না পাঠক শইকীয়া………. …….ন…… লতিকা বাইদেউৰ যে ল’ৰা ছোৱালী ইমান ডাঙৰ ধৰিবই নোৱাৰি নহয় নে? লতাই মৌমিতাৰ ফালে চাই ক’লে। মৌমিতাই মূৰ দুপিয়াই অ’ পাই বুলি শলাগি লতাই আৰু কি কয় শুনিব বিচাৰিলে। লতাই এইবাৰ মৌমিতাক প্ৰশ্ন কৰিলে আপুনি চাগে লতিকা বাইদেউক বেছিকৈ পোৱাই নাই নহয়। মৌমিতাই লাহেকৈ ক’লেContinue Reading

final episode

………ড° নয়না পাঠক শইকীয়া………. …আঠ… ইতিমধ্যে মৌমিতা হঁ‌তৰ সেই society লৈ অহা প্ৰায় আঠ মাহ হ’ল। ক’ম সময়ৰ ভিতৰতে তাই মহিলা সকলৰ মাজত এক হৈ যোৱা যেন অনুভৱ কৰিলে। এই society ত থকাৰ আগতে সিহঁত বৰ্তমানৰ society টোৰ পৰা প্ৰায় ২ কি: মি: মান আঁ‌তৰৰ society এটাত আছিল। মৌমিতাই এইContinue Reading

final episode

………ড° নয়না পাঠক শইকীয়া……. পৰাগমণি অফিচৰ পৰা অহাৰ পাছত মৌমিতাই ক’লে ব’লা কিবা এটা gift লৈ আহো। ঃ কিয় কি আছে আজি? ঃ কেলেই কালিয়েই কৈছিলো চোন লতা হঁ‌তৰ anniversary, আজি ৰাতি ভাত খাবলৈ মাতিছে। ঃ অহ gift ৰ কথাতো কোৱা নাছিলা? ঃ মই ভাবিলো তুমি লৈয়েই আহিবা! ঃ এতিয়াContinue Reading

final episode

……..ড° নয়না পাঠক শইকীয়া…… হেল্লো বৌ, মৌমিতাক ফোণৰ সিটো মূৰৰ পৰা লতাই মাত লগালে। ঃ অ’ কোৱা লতা! ঃ আজি আবেলী free থাকিবনে? মন্তি বায়ে তেওঁলোকৰ ঘৰত আজি ল’গ হোৱাৰ কথা কৈছে। আপোনাক ফোণ কৰিব চাগে! ওলাব একেলগে যাম। ঃ কিবা পাতিছে নে কি? ঃ নাই নাই, মানে কিবা এটাContinue Reading

final episode

……..ড° নয়না পাঠক শইকীয়া…… ৰাষ্টাত গাড়ী খন উলিয়াবলৈ লৈ সমূখৰ পৰা একো চিগনেল নিদিয়াকৈ বাইক এখন পাৰ হৈ যোৱাত পৰাগমণি হঠাৎ সচকিত হৈ ষ্টাৰ্ট বন্ধ কৰি দিলে। মৌমিতালৈ চাই পৰাগমণিয়ে খঙেৰে ক’লে দেখিলা দেখিলা ইহঁতবোৰৰ গাড়ী চলোৱাৰ ধৰণ। নিজৰতো মৃত্যু ভয় নায়েই আনকো মৃত্যু পথৰ যাত্ৰী কৰিব বিচাৰে। ঃ মৌমিতাইContinue Reading

final episode

……..ড° নয়না পাঠক শইকীয়া…… কলিং বেলটো বজাত মৌমিতাই দুৱাৰ খন খুলি দিলে। বাহিৰত উপামণি বৌ আৰু কটকী দা। মৌমিতাৰ মনটো ভাল লাগিল। বহুত দিনৰ পাছত ঘৰলৈ কোনোবা আহিছে। আচলতে ক’ভিদৰ পাছত প্ৰায় ১০ দিন মান বিশেষ ক’তো ওলোৱা নাই। লাগতিয়াল বা অতিব প্ৰয়োজনীয় বস্তু দুটা মানৰ বাবে মাজতে ঘৰৰ ওচৰৰContinue Reading

final episode

……..ড° নয়না পাঠক শইকীয়া…… পৰাগমণি অফিচৰ পৰা উলটি আহি কোনো ফালে নোচোৱাকৈ বিচনাখনলৈ আগবাঢ়ি আহি মৌমিতাক মাতিলে। মৌমিতাই একো ক’বলৈ নাপাওঁতেই ধুই অহা মূখ হাত মচি লৈ পৰাগমণি বিচনাত আশ্ৰয় ল’লে। মৌমিতাই আঁ‌তৰি যাবলৈ ল’ওতেই পৰাগমণিয়ে সেহাই সেহাই ক’লে আজি মোক বিচনাতে পৰি থাকিবলৈ দিয়া, চাহ ভাত একো খাবলৈ মনContinue Reading

final episode

……..ড° নয়না পাঠক শইকীয়া…… দুই পৰাগমণি অফিছলৈ যাবলৈ সাজু হৈছে। মৌমিতাই ল’ৰালৰি কৈ খোৱাৰ প্লেট খন সজাইছে। দুখন প্লেটত দুয়োৰে বাবে খাদ্য সম্ভাৰ সজাইলৈ ডাইনিং টেবুলট থ’লে। খাবলৈ আৰম্ভ কৰি পৰাগমণিয়ে তাইক ক’লে বজাৰৰ লিষ্ট আছে যদি Whatsapp অ’তে দি দিবা। মৌমিতাই কথা খিনি ভাবিহে আছিল মানে লিষ্টখন এতিয়া দিContinue Reading

final episode

……..ড° নয়না পাঠক শইকীয়া…… ‘এক’ :আহা আহা সোমাই আহা মৌমিতা। মৌমিতা সোমাই আহিল ৰূমটোলৈ। চাৰিওফালে এবাৰ চকু ফুৰাই বহি থকা মহিলা কেইগৰাকীলৈ সম্ভাসন সূচক হাঁ‌হি মাৰি তাই ভালদৰে বহি ল’লে। অ’ গোটেইবোৰ দেখোন আহি পালেই, ভিতৰৰ ৰূমটোৰ পৰা ছায়াৰূপাই কথাশাৰ কৈ কৈ তাইৰ ওচৰলৈ আহিল। মৌমিতা আহিলা, পৰাগ মণি নাহিলেContinue Reading