…..পুনম নাথ… আকাশ খন চা চোন.. ভিন্ন ৰঙ হৈছে ন.. সৌখন চা তোৰ আই আই টি.. পুৰা নক্সা অংকন কৰিব পাৰিব তাই বিশাল কেম্পাছটোৰ। একদম সৰু সৰু লাগিছে পাহাৰৰ ওপৰৰ পৰা… বন্যা তলৰ মানুহ বোৰ চা না কি সৰু সৰু লাগিছে… হা হা হা.. মিৰিন্ডা দুটা লৈ আহো ৰ.খাবিনে। চিপচContinue Reading

…..পুনম নাথ….. অই হঠাৎ মাতিলি যে কিয় বা মনত পৰিল এই অভগালৈ.. .আজিকালিতো মোলৈ মনতেই নপৰে. ডাঙৰ মানুহ হৈ গলি.. ফুৰিব যাওঁ ব’ল না.. ক’ত যাবি ক’. ? বলচোন..অভিলাষক একো ক’বলৈ সুযোগ নিদি বাইক খনত বহি দিলে তাই.. আৰে এনেকৈ বহিছ যে.. পৰি যাম বে মই.. বুলি বাইক খন চলাইContinue Reading

……পুনম নাথ….. অই ছোৱালী তই নুঠ নেকি আজি.. দহ বাজি গল ক্লাছ নাযাৱ নেকি তই..? গুড মৰ্নিং.. কোনোমতে আধাফুটা মাতটোৰে বন্যাই মাত লগালে.. অই শুন মই দাইল বনাই থৈছোঁ, তইতো ভাত নেখাৱ ৰুটি বনাই দাইলৰ লগত খাবি.. মোক গাইডে মাতিছে মই যাওঁগে.. বুলি গুছি গ’ল নৈৠতা… বুঢ়া আঙুলিৰে থামচ আপContinue Reading

…..পুনম নাথ….. অই বন্যা ক’চোন সাগৰে আকাশক কিয় ইমান ভাল পায়…? এখন্তেক নষ্ট নকৰি তাই কৈছিল – কেতিয়াও ইজনে সিজনক নাপায় যে… চাগে সেইবাবেই. তাকেই অ, যিটো বস্তুৰ প্ৰতি আমাৰ হাবিয়াস থাকে আমি তাৰ পাছতহে বেছি পৰো ন..? হমমম আৰু ওচৰৰ আপোনবোৰ আমি পাহৰিয়ে যাওঁ.. সেয়ে হয়তো সাগৰৰ অপেক্ষাত ৰ’দৰContinue Reading