…..সৌৰভ মহন্ত…… ” সমুধুৰ সন্ধ্যা মাতাল নগৰীত ফাগুনৰ কিৰীলী……” সময়বোৰ আগবাঢ়ি গ’ল | প্লাৱনেও লাহে লাহে University ৰ ব্যস্ত্ত জীৱনৰ লগত নিজকে খাপ খুৱাই আগবঢ়াই লৈ গ’ল | সিহঁতৰ ক্লাছ ৰাতিপুৱা ৮:৩০ ৰ পৰা আৱেলি ৪:৩০ লৈকে থাকে | ইফালে Versity Week ৰো সমাগত | জ্যেষ্ঠ সকলৰ তাগিদাত পৰি এইকেইদিনContinue Reading

…..সৌৰভ মহন্ত…… এটি সুন্দৰ পুৱা | আকাশৰ এটা কোণ তেতিয়া ৰঙচোৱা হৈ পৰিছে | জাকে জাকে চৰাই মুক্ত মনেৰে উৰিছে | লাহে লাহে সকলো বাধা নেওচি দেখা দিছে সূৰ্য্য দেৱতাই | দূৰৈৰ পাহাৰটো সুন্দৰকৈ জিলিকি উঠিছে | প্লাৱনে ঘৰৰ সন্মুখৰ ফুলনি খনত বহি পুৱা পৰিৱেশৰ প্ৰতিটো মূহুতৰ সৌন্দৰ্য্য উপভোগ কৰিছেContinue Reading

…..সৌৰভ মহন্ত…… “সঁচাকৈ প্ৰেমেহে জানে প্ৰেমৰ ঠিকনা”…প্লাৱনৰ ছেমিষ্টাৰ ব্ৰেক শেষ হ’বলৈ কেইটামান দিন বাকী | বিশেষ কামত সি দেউতাকৰ লগত তাৰ দেউতাকৰ ভনীয়েক সমন্ধীয় পেহীয়েক এগৰাকী ঘৰলৈ যাব লগা হ’ল | পেহীয়েক ঘৰত উপস্হিত হৈ সি গম পালে যে ,সেইদিনা ৰাতিলৈ সেই গাৱৰ ৰাজহুৱা নামঘৰত এভাগ ভাওনা প্ৰদশন হোৱা কথাContinue Reading

…..সৌৰভ মহন্ত…… এটি জোনাকি ৰাতি মুকলি আকাশৰ তলত বহি প্লাৱনে জোনবাই তোলৈ চাই আছে | হঠাৎ পপীয়া তৰা এটা তাৰ সন্মুখত আহি নাইকিয়া হৈ গ’ল | চকুদুটা মুদি লগত থকা তাৰ বাঁহীটোৰ সুৰত সি বিলীন হৈ গৈছে | এঁও প্লাৱন মহন্ত, বৰ্তমান ডিব্ৰুগড় Universityৰ ইঞ্জিনীয়াৰিঙৰ শেষৰ ছেমিষ্টাৰৰ ছাত্ৰ | ছেমিষ্টাৰৰContinue Reading

………পুনম নাথ……… মোবাইলটো অফ্ কৰি দিলে তাই… নিজৰ বোলা সময়বোৰ মোবাইলে কন্ট্ৰোল কৰিব নালাগে. বৰ অশান্তি লাগে। তাই আবেলিটো উপভোগ কৰিব বিচাৰে সেউজীয়া বোৰৰ লগত। আকাশখনৰ লগত। অভিলাষৰ মুখলৈ চালে তাই। সি এতিয়াও কিবা ভাবি আছে। কিবা বেছি গধুৰ। খালী কাপটো এতিয়াও হাততে লৈ ঘুৰাই আছে। দুৰৈৰ পৰা ভাঁহি আহিছেContinue Reading

………পুনম নাথ…….. নৈৠ মই ক্লাচত যাওঁ বাই। বাহ্, আজি ইমান ৰাতিপুৱাই উঠিলি যে। অ’ আকৌ নতুন চেমিষ্টাৰ ন একো আওভাও পোৱা নাই মই। ক্লাছকেইটা কৰিব লাগিব..ভাত বনাই থৈছোঁ মই খাবি। বাপ্ ৰে কেতিয়া বনালি মই একো গমেই নাপালোঁ যে। উঠিলোঁ আকৌ ৰাতিপুৱাই। ৰুমৰ দুৱাৰখন এনেই জপাই ক্লাছলৈ ওলাই গ’ল তাই।Continue Reading

…….পুনম নাথ…… ঐ বন্যা তেতিয়াৰে পৰা মাতি আছোঁ শুনা নাই নে কি…? কেতিয়া আহি পালি তই? কাপোৰ জোৰো সলনি কৰিব নোৱাৰনে? কিমান সময় তাই তেনেকৈ চকুলোৰ সৈতে শুই আছিল গম নাপায়। তেনেকৈয়ে টোপনি আহি গৈছিল তাইৰ। চকুটো মেলি চালে নৈৠৰ মুখত খংৰ ভাৱ। কিবা হৈছে চাগে? কি হ’লনো তোৰ? খংতContinue Reading

…….পুনম নাথ…… কোৱা কি লাগে…. চেষ্টা কৰিম মই…. সঁচাইতো? আকৌ এবাৰ ভাবি লোৱা… এবাৰ ক’লে কিন্তু দিব লাগিব।। নহলে জোৰকৈ হলেও লম মই। আৰে এনেকৈ ভয় কিয় খুৱাই আছা। চিধা চিধি কৈ দিয়ানা? তোমাৰ….. বহি থকাৰ পৰাই সামান্য আগুৱাই আহিল সি…. তাইৰ হাতত সামান্য চুই গৈছে তাৰ হাতৰ বতাহ। তাইৰContinue Reading

……পুনম নাথ…… নদী আৰু নাৰী দুয়োটাই মোৰ প্ৰিয়.. মোক নৈৰ আঁচলৰ বতাহ লাগে … কিন্তু মই বিচৰা নাৰীগৰাকীৰ জানোঁ সময় হব? মোক আৰু নদীক দিবলৈ। হা হা হা হা হা হা হা হা হা হা হা হা হা হাঁহি উঠিল তাইৰ.. শিহৰি উঠে কেতিয়াবা এনেবোৰ কথাত… আচৰিত এই অভিলাষ, এইContinue Reading

…..পুনম নাথ……. অই নৈৠ মই যাওঁ। ক’ত যাৱ বন্যা এই ৰ’দখনত।? আহো ক্লাছৰ পৰা..আইডলৰ ক্লাছ চলি আছে। তই নাযাৱ নেকি নাযাওঁ আজি গাইডে নালাগে ক’লে। বাৰ বাজিলেই চোন তই কি কৰিবি নো গৈ। এহ এটা ক্লাছ কৰিম আৰু শুন আহোঁতে দেৰি হব পাৰে মোৰ কাম আছে.. বন্যা তই নামতহে এডমিশ্যনContinue Reading