….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা)  ১ অৱশেষত মোৰ অস্তিত্ব বিচাৰি পালে দুজন সদাশয় লোকে। সেই দিনা গুৱাহাটী মাছখোৱাৰ এটি ব্যস্ত ফুট পথত বহি মই খাদ্য সন্ধানত ৰৈ আছো। এনেতে দুজন ৩০/৩৫ বছৰীয়া যুৱকে মোৰ নাম কৈ আলোচনা কৰিচে ” ক’ত পাম এই বিচিত্ৰ নামৰ বিচিত্ৰ মানুহ জনক”Continue Reading

……পুনম নাথ….. তোৰ প্ৰেম হৈছেনে কেতিয়াবা বিৰিণা? কিয় সুধিলি? কাটি হৈ বন্যাৰ ফালে ঘুৰি সুধিলে তাই। সৰু বিচনাখনত দুয়ো কিবাকৈ শুইছে। নাই এনেই মন গ’ল। ইমান ল’ৰাৰ লগত ফুৰ এবাৰো কাৰো সৈতে মন মিলা নাই নে? হঠাৎ যেন ভাবিব ল’লে বিৰিণাই। হাহিঁ এটা মাৰি ক’লে, মিলিছিল অ’ এজনৰ লগত কিন্তুContinue Reading

…..সৌৰভ মহন্ত…… ৰাতি তেতিয়া ১১:৫৫ হৈছে | প্লাৱন আৰু বিবেকে গীটাৰ খন লৈ বেলকনিত গান গুন গুনাই আছিল | হঠাৎ সিহঁত উচপ খাই উঠিল | অভিনৱ আৰু তাৰ বন্ধু দুজনমানে সিহঁতক বাল্টিৰে পানী ঢালি দিলে | ইফালৰ পৰা চিঞৰ বাখৰ শুনিবলৈ পোৱা গৈছে আৰু পানী ঢাল | “ঔ ৰুমৰ পৰাContinue Reading

….পুনম নাথ….. সঁচাকৈ ঘিণ কৰা মোক বন্যা? অভিমান উঠলি উঠিছে তাৰ মাতত। তাৰ হাতখন আগতকৈ শিথিল যদিও তাই এৰুৱাব পৰা হোৱা নাই। তোমাৰ ব্যৱহাৰ বোৰ ভাল লগা নাই মোৰ। ভালহে পাওঁ তোমাক।। ভালপোৱাবোৰ জোৰকৈ বিচাৰিলেই পাবানে? প্লাৱনক ভালপোৱা এতিয়াও? দেৱৰ মাতত অনিশ্চয়তা ফুটি উঠিল। পাওঁ মই ভাল। সেয়ে মই তোমাৰContinue Reading

…..সৌৰভ মহন্ত…… “বিষাদ ডাৱৰে ধাকে জীৱন আকাশ, পোহৰৰ লেশ মাথো নাই এখোজি দুখোজি কৰি ধীৰে ধীৰে দেহি বাটৰুৱা যায় আগুৱাই | পোহৰৰ লেশ মাথো নাই|| সময়ৰ সোঁতত পুৰণি স্মৃতিবোৰ পাহৰি জীৱনটো নতুনকৈ গঢ়াত একমনে লাগি গৈছে প্লাৱন | যেতিয়া তাৰ মনটোত দুখৰ ছৱিখনে ধাকি ধৰে তেতিয়া সি তাৰ মাক-দেউতাকৰ ছৱিখনContinue Reading

…..সৌৰভ মহন্ত…… কুঁৱলীৰ বুকু ভেদি অহা পুহমহীয়া ৰ’দ খিনি অমৃতৰ সমান | মেজিৰ কাৰণে খেৰ,নৰা,বাঁহ গোটাবলৈ গাৱৰ ৰাইজৰ লগতে প্লাৱনো ওলাই গৈছে | কেইদিনমানৰ আগতে পকাধানেৰে গিজ গিজাই থকা পথাৰখনৰ সৌন্দয্য সম্পূণৰূপে ম্লান হোৱা নাই | দূৰ দূৰণিলৈ বিস্তীৰ্ণ নৰাবোৰে অন্য এক সৌন্দয্য কঢ়িয়াইছে | কাইলৈ মাঘ বিহুৰ উৰুকা |Continue Reading

…..সৌৰভ মহন্ত….. ভালপোৱাই বুকু উজাৰ কৰি দিয়ে আনন্দ, কবিতাৰ শব্দ, বৰ্ণ; বুকু পাতি লয় দুখৰ ধুমুহা,স্বপ্নৰ সৈতে বিনিময় কৰে বিষাদৰ হিমদৃশ্য… মই দুখৰ লগত খেলো, জিকোঁৱেই বা হাৰোঁ অবিচলিত মোৰ আনন্দ | -হীৰেণ ভট্টাচাৰ্য প্লাৱন ঘৰলৈ অহা কেইবাদিনো হ’ল | এইকেইদিন বৃষ্টিৰ লগত ফোন আৰু মেছেৰ জৰিয়তে কথা পাতি আছেContinue Reading

…..সৌৰভ মহন্ত…… কল্পনা আৰু বাস্তৱৰ আলমলৈয়ে সপোনৰ জন্ম হয় | মানুহে সপোন দেখে, সপোনত কথা কয়, সপোনত হাঁহে, সপোনত কান্দেও | সন্মুখৰ প্ৰতিটো মূহুৰ্ত, নতুন নতুন অভিজ্ঞতা, নতুন দৃশ্য আৰু আশাৰ ৰেঙনীয়ে প্লাৱনৰ জীৱনটো পাৰ হৈছে | প্লাৱন আৰু বিবেকে একেলগে পৰীক্ষা বাবে অনুশীলন চলাইছে | তেনেতে অসীমো সোমাই আহিলContinue Reading

…..সৌৰভ মহন্ত…… কিছু আশাৰ ৰেঙণি বিচাৰি….. পোহৰ মুখী যাত্ৰাৰ সন্ধানত…. এটা সুন্দৰ পুৱাই প্লাৱনক এটা নতুন দিনৰ উপহাৰ দিলে | অন্য দিনাতাকৈ প্লাৱন আজি সোনকালে সাৰ পাই গ’ল | হয়তো বৃষ্টিলৈ ফোন কৰাৰ উৎচুক্ষতাতে | পুৱা গোটেই চৌপাশ নিজান হৈ আছে | আকাশখনো ডাৱৰে পূৰ্ণ হৈ আছে | এইয়া হয়তোContinue Reading

…..পুনম নাথ…… মই জানিছিলো তুমি আহিবা। তুমি এতিয়াও যোৱা নাই যে। যোৱা না। হাই বন্যা বা… ক’ৰবালৈ যায়? অ হাই… নাই এনেই ওলাই আহিছোঁ। হোষ্টেলৰ নতুন ছোৱালী এজনীয়ে মাত লগালে। কেৰাহিকৈ চাই গ’ল দুয়োজনীয়ে দেৱৰাজলৈ। হোষ্টেলৰ ছোৱালীবোৰ ৰুমত সোমাব লৈছে। গেটত এনেকৈ ৰৈ কথা পাতি থাকিব ভাল লগা নাই তাইৰ।অপ্ৰস্তুতContinue Reading