“ককটেইল The life” (দহ) (ধাৰাবাহিক উপন্যাস)
নাই সিদিনা মানে আমি যোৱাৰ দিনা সি ঘৰত নাছিল। কৰবাত ওলাই গৈছিল চাগে, আগতেই এদিন লতিকা বাইদেৱে কৈছিল। কেতিয়াবা ভালদৰে সুধিব লাগিব যুদ্ধৰ সময়ৰ কথাবোৰ জানিবলৈ।Continue Reading
নাই সিদিনা মানে আমি যোৱাৰ দিনা সি ঘৰত নাছিল। কৰবাত ওলাই গৈছিল চাগে, আগতেই এদিন লতিকা বাইদেৱে কৈছিল। কেতিয়াবা ভালদৰে সুধিব লাগিব যুদ্ধৰ সময়ৰ কথাবোৰ জানিবলৈ।Continue Reading
………ড° নয়না পাঠক শইকীয়া………. …….ন…… লতিকা বাইদেউৰ যে ল’ৰা ছোৱালী ইমান ডাঙৰ ধৰিবই নোৱাৰি নহয় নে? লতাই মৌমিতাৰ ফালে চাই ক’লে। মৌমিতাই মূৰ দুপিয়াই অ’ পাই বুলি শলাগি লতাই আৰু কি কয় শুনিব বিচাৰিলে। লতাই এইবাৰ মৌমিতাক প্ৰশ্ন কৰিলে আপুনি চাগে লতিকা বাইদেউক বেছিকৈ পোৱাই নাই নহয়। মৌমিতাই লাহেকৈ ক’লেContinue Reading
অতীজৰে পৰা অসম পৌৰানিক কাহিনীৰ ভৰাল । অসমৰ লোককথাত নানান অলৌকিক কাহিনী শুনিবলৈ পোৱা যায় । তাৰ ভিতৰত প্ৰধান এটা কাহিনী হ’ল অসমৰ বহুত আগৰে পৰা চলি অহা ভূত প্ৰেত আত্মাৰ কাহিনী । লোককথাৰ মাজত নানান ধৰনৰ ভূতৰ নাম আমি শুনি আহিছো । তাৰ ভিতৰত কিছুমান ভূতৰ নাম হ’ল…. 1)Continue Reading
………ড° নয়না পাঠক শইকীয়া………. …আঠ… ইতিমধ্যে মৌমিতা হঁতৰ সেই society লৈ অহা প্ৰায় আঠ মাহ হ’ল। ক’ম সময়ৰ ভিতৰতে তাই মহিলা সকলৰ মাজত এক হৈ যোৱা যেন অনুভৱ কৰিলে। এই society ত থকাৰ আগতে সিহঁত বৰ্তমানৰ society টোৰ পৰা প্ৰায় ২ কি: মি: মান আঁতৰৰ society এটাত আছিল। মৌমিতাই এইContinue Reading
অসম প্ৰাচীন ঐতিহাসিক স্থান, পৌৰাণিক কাহিনী, আৰু বহুতোৰে ভৰা ৰাজ্যত কেইবাটাও অতি ভূতীয়া ঠাই আছে য’ত অস্বাভাৱিক কাৰ্যকলাপ আছে বুলি কোৱা হয়। এনে বহু ঠাই জনপ্ৰিয় পৰ্যটনস্থলী যিবোৰ আন্ধাৰ হোৱাৰ পিছত মানুহে ভ্ৰমণৰ পৰা আঁতৰি থাকে। অসমৰ Top 5 most haunted places ৰ তালিকা ইয়াত দিয়া হ’ল: ১/ জাতিংগাৰ ৰহস্য:Continue Reading
বাৰ্মুডা ত্ৰিভুজ, যাক ডেভিলছ ত্ৰিভুজ বুলিও কোৱা হয়, উত্তৰ আটলাণ্টিক মহাসাগৰৰ পশ্চিম অংশৰ এটা অঞ্চল। ইয়াৰ মোটামুটি সীমাৰেখা মিয়ামি, বাৰ্মুডা আৰু প’ৰ্ট’ ৰিকোৰে আগুৰি আছে। বছৰ বছৰ ধৰি এই অঞ্চলটোৱে জাহাজ আৰু বিমানবোৰৰ কোনো লেখ-জোখ নোহোৱাকৈ নোহোৱা হৈ যোৱা ৰহস্যময় ঠাই হিচাপে নাম অৰ্জন কৰি আহিছে, যাৰ ফলত এই কাণ্ডবোৰৰContinue Reading
………ড° নয়না পাঠক শইকীয়া……. পৰাগমণি অফিচৰ পৰা অহাৰ পাছত মৌমিতাই ক’লে ব’লা কিবা এটা gift লৈ আহো। ঃ কিয় কি আছে আজি? ঃ কেলেই কালিয়েই কৈছিলো চোন লতা হঁতৰ anniversary, আজি ৰাতি ভাত খাবলৈ মাতিছে। ঃ অহ gift ৰ কথাতো কোৱা নাছিলা? ঃ মই ভাবিলো তুমি লৈয়েই আহিবা! ঃ এতিয়াContinue Reading
……..ড° নয়না পাঠক শইকীয়া…… হেল্লো বৌ, মৌমিতাক ফোণৰ সিটো মূৰৰ পৰা লতাই মাত লগালে। ঃ অ’ কোৱা লতা! ঃ আজি আবেলী free থাকিবনে? মন্তি বায়ে তেওঁলোকৰ ঘৰত আজি ল’গ হোৱাৰ কথা কৈছে। আপোনাক ফোণ কৰিব চাগে! ওলাব একেলগে যাম। ঃ কিবা পাতিছে নে কি? ঃ নাই নাই, মানে কিবা এটাContinue Reading
……..ড° নয়না পাঠক শইকীয়া…… ৰাষ্টাত গাড়ী খন উলিয়াবলৈ লৈ সমূখৰ পৰা একো চিগনেল নিদিয়াকৈ বাইক এখন পাৰ হৈ যোৱাত পৰাগমণি হঠাৎ সচকিত হৈ ষ্টাৰ্ট বন্ধ কৰি দিলে। মৌমিতালৈ চাই পৰাগমণিয়ে খঙেৰে ক’লে দেখিলা দেখিলা ইহঁতবোৰৰ গাড়ী চলোৱাৰ ধৰণ। নিজৰতো মৃত্যু ভয় নায়েই আনকো মৃত্যু পথৰ যাত্ৰী কৰিব বিচাৰে। ঃ মৌমিতাইContinue Reading
……..ড° নয়না পাঠক শইকীয়া…… কলিং বেলটো বজাত মৌমিতাই দুৱাৰ খন খুলি দিলে। বাহিৰত উপামণি বৌ আৰু কটকী দা। মৌমিতাৰ মনটো ভাল লাগিল। বহুত দিনৰ পাছত ঘৰলৈ কোনোবা আহিছে। আচলতে ক’ভিদৰ পাছত প্ৰায় ১০ দিন মান বিশেষ ক’তো ওলোৱা নাই। লাগতিয়াল বা অতিব প্ৰয়োজনীয় বস্তু দুটা মানৰ বাবে মাজতে ঘৰৰ ওচৰৰContinue Reading
.....with love from team ANAZORI