…..হেমা চহৰীয়া….. দৰং…… খণ্ড – ১ অদিতিৰ আবেলি ফুলনীত সোমোৱাটো এটা অভ্যাস | নাৰ্জী , তগৰ , গুটিমালী ,খৰিকাজাই , নয়নতৰা , শেৱালী , মুছন্দা আদি ফুলৰ যত্ন লোৱাৰ উপৰিও সিহঁতৰ লগত মনৰ কথা পাতে গুপুতে গুপুতে | চকী এখনত বহি জীৱনত এৰি অহা আৰু আহি পোৱা অলেখ কথাৰ মাজতContinue Reading

…..ছন্দামিতা ঠাকুৰীয়া…..চিৰাজুলি, শোণিতপুৰ….. ৪ …..”সমীৰ তোৰ ক্ষেত্ৰত চিৰিয়াছ নহয়৷ আচলতে সি কাৰো লগতেই চিৰিয়াছ নহয়৷ নহ’লেনো অংকিতাই তাক এৰি যায় নে !”…… জাগৃতি গুচি যোৱাৰ বহু দেৰিলৈ মলয়াৰ কাণত কথাষাৰ বাজি থাকিল৷ মনৰ ভিতৰৰ অস্থিৰতাখিনিক থাপি থুপি থৈ যিমান পাৰে সহজ হ’বলৈ যত্ন কৰিও যেন মলয়া হাৰি গৈছে ৷ ইমানContinue Reading

…..ত্ৰিবেণী পাঠক….. ….গৱেষিকা ছাত্ৰী, মিজোৰাম বিশ্ববিদ্যালয়…. ….Email id: [email protected]…. সময় সলনি হ’ল । আমি যেতিয়া স্কুলত পঢ়িছিলো,এখন নতুন কিতাপ পঢ়া বা এখন নতুন কিতাপ উপহাৰ পোৱাটো আমাৰ বাবে বৰ আনন্দৰ কথা আছিল । তাতোকৈ ভাল লগা কথাটো হ’ল,স্কুলত গৈ বন্ধু বান্ধৱৰ লগত শেহতীয়া ভাৱে পঢ়া নতুন কিতাপখনৰ বিষয়ে বৰ্ণনা কৰাটোContinue Reading

…..প্ৰপ্ৰীতি গগৈ …. শিৱসাগৰ….. “বুইছা সৰুধনৰ মাক , মই কিন্তু নৰেনৰ দৰে কৃপণ মানুহ সংসাৰত দেখা নাই ! নামঘৰটো নতুনকৈ সজাব লাগে বুলিহে টকা বিচাৰি গৈছিলোঁ আমি ! ৫০ টকা এটি আগবঢ়াই দিছে বুইছানে , নাপায় নাপায় ৷ ” সৰুধনৰ মাকৰ বিৰক্তি উপজে ৷ প্ৰায় সত্তৰ বছৰীয়া লোকজনৰ মুখত এনেContinue Reading

…..✍?ভাস্কৰ ৰাজবংশী…… …..গুৱাহাটী বিশ্ববিদ্যালয়….. সিক্ত ডাৱৰৰ পৰা টোপাটোপে সৰা নিয়ৰবোৰ পুৱাৰ ৰাঙলী আভাত জলমলাই উঠে । সেউজীয়াবোৰ ক্ৰমে আনন্দত জিলমিলাই উঠে । তাৰ মাজতো থাকে হেৰাই যোৱা প্ৰতিশ্ৰুতিবোৰ । মৰুভূমিৰ বুকুৰ দূপৰৰ উজ্জ্বল মেলাত  নিমগ্ন হৈ তৃষ্ণাতুৰ পথিকবোৰে আকুলতাত খোজ বিলাক আগবঢ়াই দিয়ে… সুবিশাল জলধাৰা বিচাৰি যেন কোনো নিৰিবিলি স্বপ্নৰContinue Reading

……ৰুণজুন বৰুৱা….. সম্পূৰ্ণ তিনিদিনৰ যাত্ৰাৰ শেষত মই আশ্ৰমখন বিচাৰি উলিয়াবলৈ সক্ষম হওঁ। বেলিটো তেতিয়া মূৰৰ ওপৰত,সেইয়া ভৰ দুপৰীয়া তাকেই নিখুঁত ৰূপত সোঁৱৰাই দিবলৈ বেলিটোৰ উজ্বলতাখিনি যথেষ্ঠ আছিল। ঘৰটোয়েই যেন নব্বৈৰ দশকৰ মাজভাগৰ আঢ্যৱন্ত পৰিয়াল এটাৰ গৌৰৱোজ্জ্বল অধ্যায় মৌনতাৰে এতিয়াও বহন কৰি আছে। সেই সময়ছোৱা বৰুৱা বংশৰ বাবে গৌৰৱৰ আছিল জানো?Continue Reading

…..ছন্দামিতা ঠাকুৰীয়া…..চিৰাজুলি, শোণিতপুৰ…..  ৩ “মই….একমাত্ৰ ময়েই তাৰ প্ৰিয়তম বা প্ৰিয়পাত্ৰ বোলা অমূলক ধাৰণাটোত সুখ থাকে, প্ৰাপ্তি নাথাকে৷ আচলতে এক্সপেক্টটেচন বস্তুটোৱেই আপেক্ষিক৷ এক্সপেক্ট নকৰাকৈ যিখিনি পোৱা যায়, সেয়া বোনাচ, যেন এটা এক্সট্ৰা হেপ্পীনেছ ! যেনে এই যে নিদিওঁ নিদওঁ বুলিও পৰীক্ষাটো দি একো আশা নকৰাকৈয়ে ট্ৰেন্সলেটৰৰ চাকৰিটো পাই গ’লো, অথচ দুবছৰেContinue Reading

…..✍️চিমি কোঁৱৰ….. #The Fault in Our Stars (দ্য ফল্ট ইন আওৱাৰ ষ্টাৰচ) সুশান্ত সিং ৰাজপুতৰ জীৱনৰ শেষৰ খন ছবি ‘দিল বেচাৰা’ৰ কাহিনীভাগ ২০১২ চনৰ ১০জানুৱাৰীত প্ৰকাশিত আমেৰিকান লেখক জন গ্ৰীণৰ দ্বাৰা ৰচিত বহুচৰ্চিত উপন্যাস ‘দ্য ফল্ট ইন আওৱাৰ ষ্টাৰচ’ ৰ আধাৰত নিৰ্মাণ কৰা হৈছে ।চমূকৈ চাবলৈ গ’লে উপন্যাস খনৰ কাহিনীভাগContinue Reading

Dr. Mukul Chandra Bora, M.Tech (IIT-KGP), Ph.D. (IITG), FIE (IN),  MISTAM (IN) State Project Administrator, State Project Implementation Unit – North East (A unit of MHRD in Technical Education, Government of India) Centre for Educational Technology, Indian Institute of Technology, Guwahati Phone No: 0361-2583016/3010 At the very outset and before goingContinue Reading

…..প্ৰাণজিৎ কলিতা….. …..গুৱাহাটী বিশ্ববিদ্যালয়….. দেউতাকৰ এটা ইচ্ছা ল’ৰাজনে এটা ভাল ৰিজাল্ট কৰক , ভাল নাম কৰি পাছ কৰক । সদায় গধূলি ঘৰলৈ আহি এবাৰ হ’লেও ল’ৰাজনৰ কাষত বহে , দিনটোৰ আৰম্ভণিৰ পৰা শেষলৈ সকলো কথা বিৱৰি নিজৰ ইচ্ছাৰ কথা এবাৰ প্ৰকাশ কৰিবলৈ যত্ন কৰে । বীৰেণ , এজন সাধাৰণ ব্যৱসায়ীContinue Reading