……© ৰুণজুন বৰুৱা…… (৬) দৰবটোৰ পাৰ্শ্বক্ৰিয়া শেষ হৈছিল হয়তো, টোপনি ভাঙি যায় প্ৰীতমৰ।চ’ৰাঘৰত কোনোবা এজনৰ সৈতে ডাঙৰ পুতেক অম্লান কথা পতাত ব্যস্ত হৈ থকাৰ উমান পাই চ’ৰাঘৰলৈকে ওলাই আহে সি। অনিমেশ আহিছে। কিবা দৰকাৰী কথাত মোমায়েক ভাগিনীয়েক দুয়ো ব্যস্ত।তেইশ বছৰীয়া লৰাটোৰ দায়িত্ববোধ আৰু বুজন ক্ষমতা দেখি সি বাপেক হিচাপে খুবContinue Reading

……© ৰুণজুন বৰুৱা…… (৫) অন্তহীন ভাললগা এটাত স্ব -ইচ্ছাই আকণ্ঠ ডুবিব খোজা ছোৱালী জনীৰ মুখখনত ফুটি উঠা দৃঢ়তাত মানুহজনী নিশ্চিত হৈছিল। পুতেকৰ হাতখনত বিপদত মুঠি মাৰি ধৰিবলৈ এখন সবল হাতৰ সন্ধান পায়। কিবা এটা নাম নজনা মোহত মানুহজনীয়ে তাইক সাৱটি লয়,কেৱল মমতাই নাথাকে সেই স্নেহস্পৰ্শত। অনুষ্টুপীয়াকৈ কিন্তু যথা ৰীতি অনুসৰিContinue Reading

…..ছন্দামিতা ঠাকুৰীয়া…..চিৰাজুলি, শোণিতপুৰ…. টাইমলাইনখন স্ক্ৰ’ল কৰি কৰি ঘপককৈ এঠাইত আঙুলিটো ৰৈ গ’ল জুস্মিতাৰ৷ কিবা এটা পেজৰ পৰা দিয়া হৈছে ফ’টো খন৷ প্ৰায় উলংগ ,বোকাত লুতুৰিপুতুৰি, বীভৎস হৈ পৰা ছোৱালী এজনীৰ ফ’টো৷ ব্লাৰ কৰি দিয়া হৈছে, ভালদৰে মনিব নোৱাৰি৷ তলত লিখা আছে “জাষ্টিছ ফ’ৰ ভাৰতী”৷ মানে আকৌ এটা ৰেপ কেছ৷ কিছুContinue Reading

……© ৰুণজুন বৰুৱা…… (৪) “এইখন ঘৰৰ পৰা তাই যি বাটে ওলাই গ’ল তাৰ বিষয়ে জনাৰ বা শুনাৰ অলপো ইচ্ছা নাই। মোৰ কোনো ছোৱালী নাই। তাই মোৰ বাবে মৃত।” দেউতাকৰ কথা শুনি অনিমেশে প্ৰতিবাদ কৰি উঠে। সি মানি লব নোৱাৰে তাৰ মৰমৰ ভনীয়েকজনীক সি মৃত ঘোষণা কৰিব। দেউতাকৰ ওচৰলৈ ঢপলিয়াই আহেContinue Reading

…..প্ৰাণজিৎ কলিতা…. ……গুৱাহাটী বিশ্ববিদ্যালয়…… জাতিৰ পিতা মহা মানৱ মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষে ( শুভ গান্ধী জয়ন্তী ) বাপু বাপু মাত এবাৰ বাপু । অতিষ্ঠৰ কোলাত তুলি ৰং চোৱাৰ ; হেঁপাহ কমা নাই বাপু , জাতিৰ পিতা জাতিৰ ৰক্ষক জাতিৰ সপোন বাপু আজিচোন সকলো শেষ , তথাপি বাপু মৌন , নিৰৱতাContinue Reading

……© ৰুণজুন বৰুৱা…… (৩)   প্ৰীতমৰ মাকে ওচৰৰ মানুহ কেইঘৰত কথাটো জনায়।সকলোৱে মিলি খবৰটো সোনকালেই মনালিছাহঁতৰ ঘৰত দিয়াৰ সিদ্ধান্ত লয়। গাঁৱৰ পাঁচজন মানুহক দায়িত্ব অৰ্পণ কৰা হয়, তাইৰ ঘৰত খবৰ দিবলৈ যাব তেওঁলোক আৰু কি প্ৰকাৰে সিহঁতৰ ঘৰখন আগবাঢ়িব খোজে তাৰ সবিশেষ আলোচনা কৰি আহিব।মুখত এসোপা চিন্তাৰ ৰেখা সুস্পষ্ট হৈContinue Reading

……© ৰুণজুন বৰুৱা…… (২) এজন দুজনকৈ মানুহবোৰৰ মাজত জনাজাত হয় সিহঁতৰ প্ৰেমৰ কথা।অনিমেশ আৰু প্ৰীতমৰ সম্পৰ্ক তিক্ততা পূৰ্ণ হৈ আহে ক্ৰমান্বয়ে। চাকৰি হয় অনিমেশৰ, ঘৰত তাই দেউতাকৰ সৈতে থকাতকৈ কলেজৰ হোষ্টেলত থকাৰ ব্যৱস্থা কৰে ,সি চাকৰিৰ ঠাইলৈ যোৱাৰ আগতেই তাইক হোষ্টেলত সি থৈ আহিবগৈ।উদ্দেশ্য প্ৰীতমৰ পৰা তাইক আঁতৰাই অনা।চাকৰি পোৱাৰContinue Reading

……© ৰুণজুন বৰুৱা…… (১) “মোৰ চাকৰিটো যদি নোহোৱা হয় ঘৰখন কি হব আমাৰ ?” মানুহজনীয়ে কোনো প্ৰতিক্ৰিয়া নেদেখুৱাই। একান্ত মনে চিৰিয়েল খনত মনোনিবেশ কৰি ছোফাখনত ভৰি তুলি বহি লয়,উম এতিয়াহে যেন সুখদায়ক হৈছে বহিবলৈ, তেনে এটা ভাবত কাষতে থকা কোচনটো কোলাত তুলি লয় তাই। মানুহজনীৰ পৰা কোনো উত্তৰ নাপায় প্ৰীতমেContinue Reading

…..ৰুণজুন বৰুৱা….. কথাবোৰটো এনে নাছিল। শেষ বুলিয়েই সম্পৰ্ক এটা শেষ হৈ যায় জানোঁ! ভালপোৱা আছে বাবেইটো সুধিছিল তাই, “তোমাৰ আৰু কিমান দেৰি ঘৰলৈ উভতিবলৈ?” কিন্তু ! নহব বুলি ভবাটোৱে দেখোন হৈ যায় । “এইবাৰ তোমাক এৰি নাযাওঁ ,বহুত চিন্তা কৰি তোমাৰ সৈতে relationship ত আহিছো, তোমাক ভালপোৱা হৈছোঁ মই নিজেইContinue Reading

…..ৰুণজুন বৰুৱা….. “হোঁ এইকণ , তেনেই সৰু ফিছা ডোখৰ লৈছ’ তই।” বকুলি বুঢ়ীয়ে ডাঙৰ বোৱাৰীয়েকৰ কাঁহীত নিজৰে ভাগৰ পেটৰ মাছ টুকুৰাৰ পৰা আধা ভাঙি দি দিয়ে। কাঞ্চনৰ চকুহাল সেমেকি আহে ।কিন্তু তাহানিতে চকুহাল সেমেকাৰ সমান্তৰাল ভাৱে তাইৰ বুকুখন ওজন নহয় আজিকালি। বৰঞ্চ আপোন আপোন সুবাস এটাই মেৰিয়ায় লৈহি তাইক। কাঞ্চনেContinue Reading