…..কৃষ্ণা দাস…. “The difference between the impossible and the possible lies in a person’s determination”-Tommy Lasordaপ্ৰখৰ ৰ’দত বহি বেলিটিক চোৱাৰ ক্ষমতা মোৰ নাই । বেলিটিয়ে পোহৰাই তুলিছে চৌদিশ । বেদনাবোৰ ধুলিসাাৎ হৈ গৈছে পোহৰৰ উজ্জ্বলতাত….এৰা ! বেদনাবোৰ বাৰো ভুমূকি মাৰিবলৈ সাহস পোৱা নাই নে বেদনাবোৰ জোৰকৈ ঢাকি ৰাখিছে বেলিৰ আভাই ?Continue Reading

……✍পল্লৱী বৰ্মন….. খিৰিকীৰ লগতে একোজন ব্য়ক্তিৰ কিমান যে “স্মৃতি” জড়িত হৈ থাকিব পাৰে । খিৰিকীৰে সোমাই অহা এজাক দীপ্ত ৰ’দত নিহিত হৈ থকা সপোনৰ মাজতেই যেন বিচাৰি পোৱা যায় জীৱনৰ আচল মাদকতা । বাঁহ-বেতেৰে সজা খেৰিঘৰৰ সেই খিৰিকীখন আৰ্ু শিল, বালি, ইটা, লোহা, চিমেণ্টেৰে সজা খিৰিকীখনৰ মাজত যে কিমান “পাৰ্থক্য়”?এইContinue Reading

….✍️ পূজা তালুকদাৰ, নলবাৰী মহবিদ্যালয়…. “চেলোৱাৰ পিন্ধাই আজি তোমাক ধুনীয়া লাগিছে”অপ্ৰস্তুত হৈ পৰিল তাই। তাইকে কৈছে নে??? ওচৰে পাজৰে ঘূৰি চালে তাই। নাই, চেলোৱাৰ পিন্ধা আন কোনো নাই, সৰু ল’ৰা দুজনমানে স্কুললৈ গৈ আছে, এজনী মাকে ছোৱালীজনীক লৈ গাড়ী ৰখি আছে, পিন্ধনত শাৰী, বাকী থাকিল “পংখী ষ্টোৰ” খন। আজি ছমাহেইContinue Reading