……জ্যোতিপ্ৰসাদ ৰাজবংশী…… মৰমৰ গীতু… পোন প্ৰথমে মোৰ মৰম লবা।তোমাক হৃদয়ৰ পৰা দিবলৈ শব্দৰ বাহিৰে মোৰ একোৱেই নাই। এমুঠি মৰম বুকুত বান্ধি তোমালৈ প্ৰেম পত্ৰ লিখিবলৈ ওলাইছো । আশা কৰো মোৰ প্ৰেম পত্ৰিকাৰ সুগন্ধিয়ে তোমাক এই প্ৰেমিকৰ কথা মনত পেলাই থাকিব আৰু আমাৰ ভালপোৱাৰ বান্ধোন চিৰ অমৰ হৈ থাকিব । “Dibrugarh University”Continue Reading

…..নিশামণি ডেকা…… মৰমৰ প্ৰিয়তম মৰম লবা। সকলোবোৰ তোমাৰেই যদিও খুলি দেখোৱাৰ প্ৰয়োজনীয়তা মাজে মাজে অনুভৱ কৰো,সেয়ে হিয়া বিয়পি থকা অবুজ-বুজনৰ অভিমানৰ টোপালাবোৰো মৰম হিচাপে গ্ৰহণ কৰিবদেই ।কুশলে আছা বুলি হৃদয় আৰু মস্তিষ্ক জ্ঞাত যদিও সদায় নেদেখা জনৰ ওচৰত হাত যোৰ কৰিব বাধ্য, তোমাৰ আশু আৰোগ্য কামনাৰ বাবে অভিমান হলেও।ইশ্বৰৰে যেনContinue Reading

……প্ৰিয়ম হাজৰিকা….. চাৰিং, শিৱসাগৰ….                                                  ৰাতিপুৱা হঠাৎ চৰাইৰ চিঁচিয়নিত সাৰ পাই গ’লো ৷ তথাপি টোপনিয়ে লগ এৰা নাছিল, আনকালৰ দৰেই ৷ উঠিবলৈ মন নাই ৷ কিন্তু ইমান কোলাহলত জানো শুবContinue Reading

……..অভিলাষ দাস (২০১৬-১৮)…… ……শ্ৰেষ্ঠ সহিত্য প্ৰতিযোগী ২০১৮, গুৱাহাটী বিশ্ববিদ্যালয়……. “ময়ূৰীয়ে তামাম লিখে অজিকালি” বহুদেৰি টাইপিং … আৰু কিবা যোগ কৰিব খুজিছিল যদিও উদ্দীপ্তই ঠিকেই বুজিলে যে সেইষাৰ আন এপাত অস্ত্ৰহে আছিল তাৰ প্ৰতি তাৰ বান্ধৱীৰ ৰাধিকাৰ । কিনো কৰিব তায়ো, বান্ধৱী হ’ল বুলিয়েনো তাই নিজৰ “প্ৰ্কাশক” চিনাকীটো পাহৰি যাবনে! নেটContinue Reading

…..নিৰিবিলি ৰাজবংশী…… প্ৰশ্নবোৰে প্ৰায়েই আউল লগায়,নতুবা নিজক বুজাৰ অন্য এটা সুজোগ দিয়ে….”বিষন্নতাবোৰেৰে চকুহালি ঢাকিচা !!”….”ইমান অন্যমনস্ক কিয়??” …..তেনেকুৱা ধৰনৰ ইত্যাদি ইত্যাদি…….. অভ্যাস হৈ পৰিচে প্ৰশ্নবোধক চিনৰ কাঠগৰাত নিজকে থিয় কৰায়..। মোৰ বোধেৰে সকলোৰে জীৱনৰ এইবোৰ একো একোটা অধ্যায়। কোনোয়ে বুকুত সামৰি মিচিকিয়া হাহি এটি নতুনকৈ পিন্ধি লয়….আৰু কোনোয়ে……………!!! থিক যেনContinue Reading

….Writer: Dinxiang Wingsly….. আধা ভৰ্তি মাছৰ টিনটো আগফালে আৰু খেৱালী জালখন পাছফালে বান্ধি বোকাময় আলিবাটটোৰে কেৰ্-কেৰাই আগবাঢ়িল তেওঁৰ মাড-গাৰ্ড আৰু ছেইন ক’ভাৰ বিহীন চাইকেলখন। ৰেং- ৰেঙীয়া কৈ ৰঙা চাহ এবাতি খাই শালিকীপুৱাই ওলাই অহা মানুহজনে, শাওণমহীয়া ৰ’দ জাক পিঠিত লৈ ৰংদৈ বিলৰ পৰা ঘৰলৈ উভটিছে । তামোলৰ সেলেঙীয়ে বোৱাই থোৱাContinue Reading

…..হিমাক্ষী বৰা……সাহিত্য সম্পাদক(২০১৭-১৮)…. গুৱাহাটী বিশ্ববিদ্যালয়….. পাগলী জনীয়ে গোটেই ৰাতি বৰষুণৰ বন্দনা কৰি থাকিল, আৰু শেষ ৰাতি জোনৰ বিষাদত ডুব গ’ল চহৰ খন । যুদ্ধৰ কুজকাৱাজবোৰে প্ৰাচীন ইতিহাসৰ দৰে গোন্ধোৱা বাটটোৰ মাটিবোৰ দুফাল কৰি ফালিছিল, বাটটোৰ বিশেষত্ব নাছিল তেনেকৈ কেৱল ঢলপুৱাতে শালিকী দুটা জীয়াইছিলহি আৰু সৰাপাতৰ বিষন্ন আবেলি এটা হেঁপাহৰ সুহুৰিContinue Reading

…..পুনম নাথ….. অই বন্যা ক’চোন সাগৰে আকাশক কিয় ইমান ভাল পায়…? এখন্তেক নষ্ট নকৰি তাই কৈছিল – কেতিয়াও ইজনে সিজনক নাপায় যে… চাগে সেইবাবেই. তাকেই অ, যিটো বস্তুৰ প্ৰতি আমাৰ হাবিয়াস থাকে আমি তাৰ পাছতহে বেছি পৰো ন..? হমমম আৰু ওচৰৰ আপোনবোৰ আমি পাহৰিয়ে যাওঁ.. সেয়ে হয়তো সাগৰৰ অপেক্ষাত ৰ’দৰContinue Reading

…দীপজ্যোতি বৰা… অসমীয়া বিভাগ, গুঃ বিঃ… আজি কেইবাদিন ধৰি মনাই ভালদৰে শুব পৰা নাই, খাব পৰা নাই। সন্ধিয়া তিনিআলিৰ দোকানত বহি আড্ডা মাৰিব পৰা নাই। সকলো সময়তে কিবা এটা চিন্তা কৰি থাকে। সৰুমাইৰো মনটো গোমা। এনেয়ে হোৱা হ’লে পুতেক ঘৰলৈ অহাৰ খবৰ পালেই সৰুমাইৰ গা সাতখন-আঠখন হৈ থাকে। পুতেকক কিContinue Reading

…..মৈত্ৰেয়ী কোঁৱৰ…. পানবজাৰৰ ফুটপাথত বহি আছে চিচিফাচ । মলিন বিবৰ্ন হাতত  এটা জলন্ত চিগাৰেট ।আনখন হাতত সেই প্ৰকাণ্ড  শিলটো । মই আগুৱাই গলো । চাৰিওফালে ধুঁলি-বালি, দুৰ্গন্ধ, চিঞৰ বাখৰ, মাজে মাজে নতুন কিতাপৰ সুগন্ধ ।মাজে মাজে সন্দিকৈ, বস্টনৰ ৰঙীন সমদল । সমদলৰ হৰ্ষউল্লাসত নুমাই যাব খোজে চিচিফাচৰ হাতৰ চিগাৰেট । মই আগুৱাইContinue Reading