…..প্ৰাণজিৎ কলিতা….. …..গুৱাহাটী বিশ্ববিদ্যালয়….. দেউতাকৰ এটা ইচ্ছা ল’ৰাজনে এটা ভাল ৰিজাল্ট কৰক , ভাল নাম কৰি পাছ কৰক । সদায় গধূলি ঘৰলৈ আহি এবাৰ হ’লেও ল’ৰাজনৰ কাষত বহে , দিনটোৰ আৰম্ভণিৰ পৰা শেষলৈ সকলো কথা বিৱৰি নিজৰ ইচ্ছাৰ কথা এবাৰ প্ৰকাশ কৰিবলৈ যত্ন কৰে । বীৰেণ , এজন সাধাৰণ ব্যৱসায়ীContinue Reading

……✍তৰালী ডেকা….. আউলবোৰ যে লাগে ওলাই আহিব নোৱাৰাকৈ !দিন ৰাতি বোৰ পাৰ হয় নতুন সৃষ্টি বিচাৰি অথবা নতুন বাট বিছাৰি।কোনো সুৰক্ষিত ছাঁ ত লুকাই বটবৃক্ষ হোৱাৰ প্ৰস্তুতি চলে।সামৰণি নহয় একোতে।হেৰোৱা অস্তিত্ব বিছাৰি বনৰীয়া হয় মন।নিজক সামৰি ৰখাটো বৰ টান ।বাৰে বাৰে মনলৈ আহে কোনো প্ৰিয় ফিল্মৰ বিখ্যাত ডায়লগ অথবা মাজনিশাবোৰContinue Reading

…..তৰালী ডেকা….. তেওঁৰ উশাহত তাই,তাইৰ উশাহত তেওঁ । এয়াই আছিল সত্য এয়াই আছিল সুৰ্য্যৰ দৰে দীপ্ত। তাৰ আগৰবোৰ এতিয়া অতীত,তাৰ পিছৰ এতিয়া অসমাপ্ত সপোণ । তেওঁ আৱৰি ৰাখিছিল সকলো সময়তে,তেওঁৰ লগত এধানিও কথা নপতাকে চলিছিল দিনৰ পিছত দিন,ৰাতিৰ পিছত ৰাতি।তথাপিও তেওঁ তাইৰ আছিল আৰু তাই তেওঁৰ।পিছলৈ যেতিয়া বাধা বোৰ আঁতৰিContinue Reading

……..মাধুৰীমা শইকীয়া……… কিমান যে কথাই অংক হৈ পৰিল তই যোৱাৰ পিছত…এতিয়াও তোৰ এই ভনীয়েৰ জনীয়ে সেইবোৰৰ সমাধান বিচাৰি বিচাৰি হাবাথুৰি খাই ফুৰিছে অ’….তোৰ এই মৰমী জনীক সমাজৰ কিছুমান নিৰ্দয়ী,অভদ্ৰ তথা পিশাচৰূপী দানবে পিহি পিহি নিজৰ মন জুৰাইছে অ’ দাদা … কিয়? কিয় কৰিলি এইবোৰ? চেনেহৰ আই–পিতাইৰ চলচলীয়া চকুযুৰিলৈ চালে এতিয়াওContinue Reading

সুমন প্ৰিয়া গগৈ কলেজৰ প্ৰথম দিন, নতুন অভিজ্ঞতা। অকলশৰে নীলি কলেজৰ গেটখনৰ তলেদি চুচুক চামাককৈ আগবাঢ়িছে। তাই class 6 ৰ পৰা 12 লৈকেএকেখন স্কুলতে পঢ়ি অহা ছোৱালী।কলেজৰ পৰিৱেশৰ সৈতে তাই একেবাৰে অচিনাকি। অলপ সময় ইফালে সিফালে চাই অকলে ৰৈ থকা ছোৱালী এজনী দেখিলে। নীলিতকৈ ডাঙৰ যেন লাগিল। নীলিয়ে তাইৰ ওচৰলৈContinue Reading

……প্ৰিয়ম….. নৱম শ্ৰেণীৰ ‘ক’ শাখাত তেতিয়া ৰূপালী বাইদেউৰ অংকৰ ক্লাছ ৷ কোঠাটোৰ এফালে ল’ৰাবোৰ, আনফালে ছোৱালীবোৰ ৷ বাইদেউৱে এটা এটাকৈ সকলোকে মাতি নিছিল ব’ৰ্ডত অংক কৰিবলৈ ৷ বিপ্লৱৰ পাছতে চুমিৰ পাল ৷ টেবুলত থকা চকডাল তুলি লাহে লাহে তাই ব’ৰ্ডখনৰফালে গ’ল ৷ বাইদেউ তেতিয়া অংকটোৰ সমাধান উলিওৱাত ব্যস্ত ৷ চুমিContinue Reading

……প্ৰাণজিৎ কলিতা….. দেউতাকৰ একমাত্র কথা ” তই প্ৰাইজ পালেহে প্ৰতিযোগীতালৈ লৈ যাম , নহ’লে মোৰ সন্মান নোহোৱা হব” । এই কথা কেইটা সদায় প্ৰিয়াশ্ৰীৰ কাণত বাজি থাকে । তাই সৰুৰ পৰাই আৰ্ট কৰি ভাল পাই , ৰং তুলিকাৰ মাজেৰে যেন সপোনবোৰ ৰচি দিব খোজে । প্ৰত্যেকখন আৰ্ট প্ৰতিযোগীতালৈ লৈ গ’লেইContinue Reading

…..মিৰ্জা হাছান….. সৰুসুৰা মানুহ,নৈ খনৰ সিপাৰে লুঙলুঙীয়া বাটতোৰে প্ৰায়েই অহা যোৱা কৰে মানুহবোৰে,বহাগ মাহৰ কিনকিনিয়া বৰষুন জাকত যেন ৰাস্তাতো বোকাময় হব ধৰিছে…এনেদৰেই চলি যায় গাঁওখনৰ প্ৰায়ভাগ লোকৰেই আহ যাহ… দুই এটা  চহকী পৰিয়ালক বাদে প্ৰায় সংখ্যকেই দৰিদ্ৰ… নৈপৰীয়া জীৱন যুঁজত প্ৰত্যেকেই এজন এজন যুঁজাৰু… দিনতো সামৰি নৈ পাৰ এৰি ঘৰমুৱাContinue Reading

……বনশ্ৰী গগৈ…… ১) বনকৰা ছোৱালীজনীয়ে বাবুৰ জীয়েকৰ বিয়াত ধুনীয়া কৈ সাজিছে, তায়ো জানে জীৱনৰ সেইকণ সুখ তাইলৈ দুনাই নাহে । ‌ (২) সৰুৰে পৰা মাক দেউতাকৰ আচৰণবোৰ দেখি শুনি ডাঙৰ হোৱা ছোৱালীজনীয়ে বিবাহ মানে দুজন মানুহৰ ৰণথলী বুলিয়ে জানিছিল, বিবাহৰ পাছত তাই খুউব কষ্টও পাইছিল, কিন্তু নিজৰ কাৰণে নহয় মাকৰContinue Reading