দিনটোৰ ৰাশিফল ৬ আগষ্ট,২০২০
আজিৰ দিনটোৰ ৰাশিফল (৬ আগষ্ট,২০২০) মেঘ কৰ্ম সচেতনতা বৃদ্ধি পাব ।শৰীৰ মধ্যম। বিদ্যাত ভাল ফল । মানসিক ভাৱে সুস্থিৰ অৱস্থাত থাকিব । প্ৰতিবেশীৰ ওপৰত নজৰ ৰাখক। মাতৃৰ শুভ । শুভ সংখ্যা ছয়। শুভ ৰং বগা। বৃষ আপোনাৰ বিচক্ষতাই আনৰ মন জয় কৰিব । কোনো সামস্যা ভালদৰে অধ্যয়নContinue Reading