আজিৰ দিনটোৰ ৰাশিফল ৮ ছেপ্টেম্বৰ
আজিৰ দিনটোৰ ৰাশিফল (৮ ছেপ্টেম্বৰ,২০২০) মেঘ আনৰ কথাত ভোল গৈ নিজৰ কাম পাহৰি নাযাব। দিনটো আশা কৰা ধৰণেই আগবাঢ়িব। মনলৈ শান্তি আহিব। খৰচ বৃদ্ধি। আত্মীয়ৰ লগত মিল-জুলি থাকিবলৈ যত্ন কৰক। শুভ ৰং মাখন আৰু শুভ সংখ্যা আঠ। বৃষ কৰ্মত আশা কৰা ধৰণে সুফল পাব। খং ৰাগ এৰাইContinue Reading