……পুনম নাথ….. অই ছোৱালী তই নুঠ নেকি আজি.. দহ বাজি গল ক্লাছ নাযাৱ নেকি তই..? গুড মৰ্নিং.. কোনোমতে আধাফুটা মাতটোৰে বন্যাই মাত লগালে.. অই শুন মই দাইল বনাই থৈছোঁ, তইতো ভাত নেখাৱ ৰুটি বনাই দাইলৰ লগত খাবি.. মোক গাইডে মাতিছে মই যাওঁগে.. বুলি গুছি গ’ল নৈৠতা… বুঢ়া আঙুলিৰে থামচ আপContinue Reading

…..পুনম নাথ….. অই বন্যা ক’চোন সাগৰে আকাশক কিয় ইমান ভাল পায়…? এখন্তেক নষ্ট নকৰি তাই কৈছিল – কেতিয়াও ইজনে সিজনক নাপায় যে… চাগে সেইবাবেই. তাকেই অ, যিটো বস্তুৰ প্ৰতি আমাৰ হাবিয়াস থাকে আমি তাৰ পাছতহে বেছি পৰো ন..? হমমম আৰু ওচৰৰ আপোনবোৰ আমি পাহৰিয়ে যাওঁ.. সেয়ে হয়তো সাগৰৰ অপেক্ষাত ৰ’দৰContinue Reading

….ডেইজী কলিতা…. মোক কোনো Boyfriend নহয়, এজন প্ৰকৃত সংগীৰ প্ৰয়োজন..! কোনো সন্ধিয়া সংগীতৰ লয়ত বিলীন হৈ long driveত যাবলৈ বিচৰা জন নহয়,  মোৰ হাতত হাত থৈ একেলগে খোজকাঢ়ি ভালপোৱা এজন লগৰীৰ প্ৰয়োজন। ফুলৰ থোপা উপহাৰ দিয়া নহয়, মোৰ লগত প্ৰতিজোপা ফুলৰ প্ৰতিপাল কৰা এজন সংগীৰ প্ৰয়োজন। মোক নিজতকৈও বহুত বেছিContinue Reading

……ড˚ চিত্তৰঞ্জন দাস……. আপুনিয়েই কথাষাৰ কওক যিষাৰ কথা ক’ম ক’ম বুলি ভাবি আছে আপুনি সেইষাৰ তেওঁৰো কথা আপুনি ক’লেই তেওঁ তেওঁৰ সহজ সোঁহাত আগবঢ়াই দিব চকু জপাই চালেই গম পাব দুয়োখন হাতৰ মাজত আৰু দহখন হাতৰ চাপ এই এটা চাপৰ বাবেই সময় ৰৈ আছে ইতিহাসে উকা কৰি ৰাখিছে পৃষ্ঠাৰ পিচতContinue Reading

…..মৈত্ৰেয়ী কোঁৱৰ…. পানবজাৰৰ ফুটপাথত বহি আছে চিচিফাচ । মলিন বিবৰ্ন হাতত  এটা জলন্ত চিগাৰেট ।আনখন হাতত সেই প্ৰকাণ্ড  শিলটো । মই আগুৱাই গলো । চাৰিওফালে ধুঁলি-বালি, দুৰ্গন্ধ, চিঞৰ বাখৰ, মাজে মাজে নতুন কিতাপৰ সুগন্ধ ।মাজে মাজে সন্দিকৈ, বস্টনৰ ৰঙীন সমদল । সমদলৰ হৰ্ষউল্লাসত নুমাই যাব খোজে চিচিফাচৰ হাতৰ চিগাৰেট । মই আগুৱাইContinue Reading

……✍️ বিদিশা পৰাশৰ,জ্ঞানদাভিৰাম বৰুৱা আইন মহাবিদ্যালয়….. জোৰোণ আহিব…তাইয়ো সুখৰ দুখৰ দুটোপাল চকুলো লৈ বৰঘৰৰ পৰাই কিছু আধৰুৱা ৰূপত ওলাই আহিব…আয়ে বিনাব,,পিতায়েও ফেকুৰিব….সি পঠোৱা সেন্দুৰকণ লৈ তাই সম্পূৰ্ণ হৈ সিহঁতৰ হব।। বিয়াৰ দিনটোত হেজাৰ ব্যস্ততাৰ মাজতো পিতায়ে গলৰ গামোচা খনেৰে লুকাই লুকাই চকুলো মচিব।।আয়ে দায়িত্ববোৰ সিদিনা গধূৰ হৃদয়খন লৈয়েই একেথৰে পালিContinue Reading