অতীজৰে পৰা অসম পৌৰানিক কাহিনীৰ ভৰাল । অসমৰ লোককথাত নানান অলৌকিক কাহিনী শুনিবলৈ পোৱা যায় । তাৰ ভিতৰত প্ৰধান এটা কাহিনী হ’ল অসমৰ বহুত আগৰে পৰা চলি অহা ভূত প্ৰেত আত্মাৰ কাহিনী । লোককথাৰ মাজত নানান ধৰনৰ ভূতৰ নাম আমি শুনি আহিছো । তাৰ ভিতৰত কিছুমান ভূতৰ নাম হ’ল…. 1)Continue Reading

…..✍?ভাস্কৰ ৰাজবংশী…… …..গুৱাহাটী বিশ্ববিদ্যালয়….. সিক্ত ডাৱৰৰ পৰা টোপাটোপে সৰা নিয়ৰবোৰ পুৱাৰ ৰাঙলী আভাত জলমলাই উঠে । সেউজীয়াবোৰ ক্ৰমে আনন্দত জিলমিলাই উঠে । তাৰ মাজতো থাকে হেৰাই যোৱা প্ৰতিশ্ৰুতিবোৰ । মৰুভূমিৰ বুকুৰ দূপৰৰ উজ্জ্বল মেলাত  নিমগ্ন হৈ তৃষ্ণাতুৰ পথিকবোৰে আকুলতাত খোজ বিলাক আগবঢ়াই দিয়ে… সুবিশাল জলধাৰা বিচাৰি যেন কোনো নিৰিবিলি স্বপ্নৰContinue Reading

….অৰুপজ্যোতি কাকতি….. হৃদয় ৰাঙলী মন বাউলি পোনাই লৈছোঁ হালোৱা জাপি, জপানত সাঁচি সোণালীক যতনাই সৰুদয়াৰ সৰু পাতত স্বৰ্গদেউৰ জীৱন জুৰোৱাই। আগভেটি ধৰ বাট নাঙলৰ মুঠিত আছে আমাৰ ভাত, যদু,মধু,ৰাম,হৰি নাথাকিবি কোনেও লুকাই, জাতি-মাটি-ভেঁটি বেচি বণিয়াই যায় সীমা দলিয়াই। প্ৰাণ হেৰুৱায় মান জীয়াই, পথাৰ তিয়াই ভঁৰাল উদঙাই, চ’তৰ শেষত কুলিৰ মাততContinue Reading

 ……ভাস্কৰ ৰাজবংশী…..  ….গুৱাহাটী বিশ্ববিদ্যালয়…. এটি মূহুৰ্ত, এটি ক্ষণ… ক’ত ঘটনা, নিশ্চল হৈ বিশাল আকাশৰ বুকুলৈ চাই, সপোনৰ জোনাকত নানা ৰং সানিছিল তাই । জোনাকৰ মোহত থৰ লাগি চাই থাকোতে ডাৱৰবোৰে কেতিয়া জোনৰ মুখনি ক’লা কৰিলে গমেই নাপালে  ! বিজুলী-ঢেৰেকণিৰে গুঞ্জৰিত শব্দত যেন তাইৰ সম্বিৎ ঘূৰি আহিল, উচপ খাই ভিতৰলৈ গৈContinue Reading

….মৃনাল ডেকা…. ভাবনা গহীন হ’ব ধৰিছে তোমাৰ অবিহনে উকা হ’ব ধৰিছে । বিচাৰিছো তোমাক কাষত নোৱাৰিছো বুজাব নিজক । পৰিছে মনত সেই অন্তৰংগ মুহুৰ্ত আমি সজা ৰঙীণ সপোনবোৰ । অদৃশ্য হ’ব ধৰিছে সেই প্ৰতিজ্ঞা চকুপানীয়ে লগৰী হ’ব ধৰিছে । বিচাৰিব ধৰিছো জীৱন- মৰণৰ অৰ্থ আকোঁৱালিম কাক এয়াই আজি প্ৰশ্ন ।Continue Reading

….প্ৰাণজিৎ কলিতা….. …..গুৱাহাটী বিশ্ববিদ্যালয়…… মইতো ভুল কৰা নাছিলো , কাৰোবাৰ মৰম প্ৰবঞ্চনাৰ বলি হোৱাৰ ইচ্ছা মোৰ নাছিল । মাথো বিচাৰিছিলো কাৰোবাৰ অন্তৰৰ এচুক , ভিজা হৃদয়খন শুকাব পৰা এডোখৰ ঠাই , যান্ত্ৰিক যুদ্ধৰ আঘাতত হোৱা পোৰণি সহিও ; জ্বলি জ্বলি শেষ হোৱা আগলৈ তোমাৰ সান্নিধ্যত বিচাৰিছিলো এবুকু মৰম । সৰলতাবিহীনContinue Reading

…..তৰালী ডেকা….. তেওঁৰ উশাহত তাই,তাইৰ উশাহত তেওঁ । এয়াই আছিল সত্য এয়াই আছিল সুৰ্য্যৰ দৰে দীপ্ত। তাৰ আগৰবোৰ এতিয়া অতীত,তাৰ পিছৰ এতিয়া অসমাপ্ত সপোণ । তেওঁ আৱৰি ৰাখিছিল সকলো সময়তে,তেওঁৰ লগত এধানিও কথা নপতাকে চলিছিল দিনৰ পিছত দিন,ৰাতিৰ পিছত ৰাতি।তথাপিও তেওঁ তাইৰ আছিল আৰু তাই তেওঁৰ।পিছলৈ যেতিয়া বাধা বোৰ আঁতৰিContinue Reading

…..অভিলাস দাস…… ফাৰ্ষ্টট্ৰেকতকৈ কম, চোনাটাৰ ঠিক সমান, ফাচীঁ বজাৰৰ ৰ’দত শুকোৱা, চেৰাপুঞ্জীৰ বৰষুণত তিওৱা সময়বোৰ । টিউশ্যন কৰি পোৱা টকাকেইটাৰে জানো কিনি দিব পাৰি জালুকবাৰী ? পাৰি, এটা ফুচকা বেছিকৈ খুজি ল’ব পাৰি, ট্ৰেণ্ডজত পাৰ্ক কৰি মনে মনে ব্ৰেণ্ড ফেক্টৰীতো সোমাব পাৰি । দেৱালত এবাৰ আফলিয়াওতেও ৰৈ যোৱা নাছিল যি,Continue Reading

…..ছন্দামিতা ঠাকুৰীয়া…..চিৰাজুলি, শোণিতপুৰ….. ১ : তিনি বছৰ হৈ গ’ল? : উম… : কোন পিনেৰে উৰি গৈছে ৰে সময় ! : এই দিনটোতে মই পল্লৱীক কি কৈছিলোঁ জান’? তই নোহোৱা হ’লে সেই সময়খিনি কিমান অৰ্থহীন হ’লহেতেন ! কেনেকৈ জানো চম্ভালিলোঁ হয় নিজকে ! : হয় নেকি? : উম.. আৰু চা… কথাবোৰContinue Reading