সন্মান (Class 9 Assamese…. Chapter 16 )
2022-09-08
সন্মান প্রশ্ন ১। অতি চমু উত্তৰ দিয়া – ( ক ) অধিকাৰ আৰু শাসনকর্তা নথকা দেশ এখনে কেনেকুৱা আচৰণ কৰে ? উত্তৰঃ সেই দেশৰ মানুহে স্বপ্রধান হৈ আপােনাৰ ইচ্ছাৰ দৰে আচৰণ কৰে । ( খ ) ছাতৰে শিক্ষকৰ ধাৰ শুজিব পাৰে নে ? উত্তৰঃ ছাতৰে শিক্ষকৰ ধাৰ শুজিব নােৱাৰে ।Continue Reading