বিপ্লৱ
2020-05-22
কবিতাৰ বিষয় : বিপ্লৱ….. কংকন বড়ো…. জাগ্ জাগ্ জাগ্ অসমীৰ ডেকা ভাই ভনী জাগ্ চাৰিওদিশে অনীতি দেখিও নকৰনে প্ৰতিবাদ? দল-উপদল, নেতা-পালিনেতাৰ ছলাহী কথাত গলি যে ভোল ! ঔপনিৱেশিক শোষণ-শাসনে ঘৰতে পয়মাল লগালে তোৰ । স্বাধীনতা পাই যিমান যি পালি মাহী আইৰ মৰম কিমান সহিবি উঠ্ জাগি উঠ্ নকৰি পলম কৰিবলৈContinue Reading