নাম : লক্ষ্মীপ্ৰিয়া দত্ত ঠিকনা: মথুৰাপুৰ নুনিফ্ৰাম স্কুল : লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰ মডেল স্কুল, মাইবেলাContinue Reading

…..ৰাখী হাজৰিকা….. নাহৰ ফুলৰ গোন্ধ, এক ভাষাহীন কবিতাৰ চন্দ । উৰি ফুৰা পখিলাৰ মন, নিয়ৰসনা দুবৰিৰ বন । মোৰ মনৰ পখীটি হাঁহি হাঁহি উৰি ফুৰিছে, আন্ধাৰত জোনাকীয়েও পোহৰেৰে খেলিছে ।   ৰাখী হাজৰিকা দশম শ্রেণী প্ৰজ্ঞা একাডেমী,বিহপুৰীয়াContinue Reading

…..মনীষা হাজৰিকা….. কোমল হাতখনত ধৰি ধৰি এখোজ এখোজকৈ আগবাঢ়িবলৈ শিকোৱা সেই ৰাতিপুৱাবোৰ, ‘অ’,’আ’,’ক’,’খ’ৰ পাঠ পঢ়োৱা সেই ৰঙা আবেলিবোৰ, জোনৰ পৃথিৱীত ভৰি দিবলৈ সাহস দিয়া সেই আলসুৱা নীলা চৰাইজনীয়েই ‘মা’ । ‘ম‍া’ – এক সীমাহীন অৰ্থৰ শব্দ ।   মনীষা হাজৰিকা সপ্তম শ্রেণী প্ৰজ্ঞা একাডেমী,বিহপুৰীয়াContinue Reading