Result of আঁক-বাক (Group B) কবিতা
ANAZORI.COM দ্বাৰা স্কুল বন্ধৰ এই দিনবোৰত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভাক এখন মঞ্চ দিয়াৰ মানসেৰে এনাজৰীয়ে আয়োজন কৰা আঁক-বাক শীৰ্ষক প্ৰতিযোগিতাৰ ফলাফল সমূহ…. 1. প্ৰথম স্থান মেঘা বুঢ়াগোঁহাই দশম শ্রেণী বৰহাট জাতীয় বিদ্যালয় তোৰ কাষত… 2. দ্বিতীয় স্থান কংকন বড়ো নৱম শ্ৰেণী বংশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ফোন নং-৯১০১৯৪২২৫০ বিপ্লৱ 3. Continue Reading