…..ডাঃ আজিমুদ্দিন আহমেদ……
কিমাননো গাঠিম সপোনৰ সেই নিবিড় মালাধাৰী
মুহূৰ্ততে হেৰাব খোজে মোৰ বিমূৰ্ত নিশাতি,,
পাৰভাঙি যাব খোজা মোৰ দুখৰ ৰাতি
সপোন সপোন লগা তাহানিৰ সোৱৰনী আজি ধূৱলী কূৱলী,,
বাজি উঠে আজিও শব্দৰ শিয়নী
বুৰঞ্জী পাতৰ নষ্টালজিয়া খিনি
চিঞঁৰি চিঞঁৰি কান্দে হৃদয়ে আজি
কত ? কত হেৰুৱালো মোৰ প্ৰেমৰ উদ্দিপ্ত চাকি