……শ্ৰী অনন্যা ৰাইদঙীয়া…….
হেৰ’ অসমীয়া টোপনিৰ পৰা
জাগিবৰ হ’ল,,,,
তাহানি দিনৰ লাচিতৰ মনলৈ
বিপ্লব কৰিবৰ হ’ল ।
ৰাজনীতি হ’ল নুবুজা সাঁথৰ
অৰ্থনীতিও দুৰ্নীতি,
হেৰাই গৈছে নিজা সংস্কৃতি
গ্ৰহন কৰিছে অপসংস্কৃতি
ভেটি দি লোৱা চাকৰিৰ ধনেৰে
ফুটাইছে ফটকা আপোনমনে
মাতৃভূমিত লৈছে আকোঁৱালি
বিদেশী ইংৰাজী ভাষাহে
জাৰ্মান জাপান আমেৰিকাতহে
থকাৰ বাসনা জাগে
ক’বই লাগিব অসম আজি
অৱনতিৰ দিশে
এনে এখন দেশক উজ্জিৱীত কৰা
হ’বই আমাৰ কাম
তেতিয়া গাব পাৰিম “জয় আই অসম” বুলি
অসমৰ জয়গান ।
Contestent No- 2
Name: Ananya Raidongia
Class: ix
School: Tribeni High school
Good job