…..পৰীস্মিতা মধুকল্য…… কথাৰ পাকতেই গতি সলায় কাহিনীবোৰে। কাহিনীয়ে পোৱালি মেলে। এই যে কাহিনীবোৰো ইমান বিচিত্ৰ! এটাৰ শেষ নৌহওঁতেই আৰু কেইটাই জন্ম পায় ঠিক নাই। জন্মদাতা কাহিনীটোৰ আঁৰতো আৰু কত কাহিনী! তাৰে কিছুমানহে জনা যায়, কিছুমান নজনাকৈয়ে থাকি যায়। এইবোৰৰে কিছুমান সঁচা, একেবাৰে জীয়া। কিছুমান মিছা। কিছুমান আধা সঁচা, আধা মিছা।Continue Reading

…..প্ৰিয়ংকা বেজবৰুৱা….. আজিকালি একোৱেই মনত নাথাকে ভাল নলগা কথাবোৰ; আনকি, ভাল লগাবোৰো। এই যে আমি মুখামুখিকৈ বহি কথা পাতোঁ‌ ক্ষন্তেকতে পাহৰি যাওঁ‌ সকলো। কিমান যে আমাৰ কথা … তুমি অনৰ্গল কৈ গ’লা ৰং, বতাহ, আকাশ, নদী। মই ৰ’ লাগি চাই ৰ’লো (কথাবোৰ মনত ৰাখিবলৈ ইমান যে দিগদাৰ!) ৰ’বাচোন; অকমাণ আগতContinue Reading

…..লীনা ডেকা…… ভয়বোৰ স্বাৰ্থপৰ। নিজৰ কামত আহি পুনৰ গুছি যায়গৈ। মই হাতত অস্ত্ৰ লৈ সাজু হৈ থাকোঁতেই যায়। ছাগে পলায়!! কিন্ত, ভয়বোৰে যদি ভয় লগাব নোৱাৰে, তেন্তে কিহৰ ভয়??? ভয়বোৰ সাহসী নহয় নেকি!!Continue Reading

……প্ৰিয়ম হাজৰিকা….. চাৰিং, শিৱসাগৰ….                                                  ৰাতিপুৱা হঠাৎ চৰাইৰ চিঁচিয়নিত সাৰ পাই গ’লো ৷ তথাপি টোপনিয়ে লগ এৰা নাছিল, আনকালৰ দৰেই ৷ উঠিবলৈ মন নাই ৷ কিন্তু ইমান কোলাহলত জানো শুবContinue Reading

……..অভিলাষ দাস (২০১৬-১৮)…… ……শ্ৰেষ্ঠ সহিত্য প্ৰতিযোগী ২০১৮, গুৱাহাটী বিশ্ববিদ্যালয়……. “ময়ূৰীয়ে তামাম লিখে অজিকালি” বহুদেৰি টাইপিং … আৰু কিবা যোগ কৰিব খুজিছিল যদিও উদ্দীপ্তই ঠিকেই বুজিলে যে সেইষাৰ আন এপাত অস্ত্ৰহে আছিল তাৰ প্ৰতি তাৰ বান্ধৱীৰ ৰাধিকাৰ । কিনো কৰিব তায়ো, বান্ধৱী হ’ল বুলিয়েনো তাই নিজৰ “প্ৰ্কাশক” চিনাকীটো পাহৰি যাবনে! নেটContinue Reading

…..চয়নিকা শইকীয়া….. বুকু খন হেঁচা মাৰি ধৰিলে হেঁপাহৰ ৰঙালীতো কঙালী হল.. কুলিটোও আজি বেদনাত ব্যতিব্যস্ত….. চেনাইয়ে ঘূৰি নাচালে বিহুৱান খনলৈ….. পিঠাপনা বোৰো যেন বেজাৰতে সেমেকি ৰল…. ৰঙালীৰ ৰংবোৰ অসমীয়াৰ বুকুতে এইবাৰ বেৰঙী হৈ পৰিল…. ৰঙালী ঐ আহিবি দুনাই যদি উশাহতো লগত লৈ থাকোঁ…অহা বাৰলৈ আকৌ তোৰ ৰঙতে ৰঙীন হম…. আকৌContinue Reading

…….Snehashis Parashar…… To, The February wind that carried away my first self-made kite I’m personifying you because in reality it’s you who personifies me. Two days after my tenth birthday when you stole the kite that I made out of the yellow, worn-out pages of Wisdom magazines from the ’80s,Continue Reading

…..পুনম নাথ… আকাশ খন চা চোন.. ভিন্ন ৰঙ হৈছে ন.. সৌখন চা তোৰ আই আই টি.. পুৰা নক্সা অংকন কৰিব পাৰিব তাই বিশাল কেম্পাছটোৰ। একদম সৰু সৰু লাগিছে পাহাৰৰ ওপৰৰ পৰা… বন্যা তলৰ মানুহ বোৰ চা না কি সৰু সৰু লাগিছে… হা হা হা.. মিৰিন্ডা দুটা লৈ আহো ৰ.খাবিনে। চিপচContinue Reading

…..নিৰিবিলি ৰাজবংশী…… প্ৰশ্নবোৰে প্ৰায়েই আউল লগায়,নতুবা নিজক বুজাৰ অন্য এটা সুজোগ দিয়ে….”বিষন্নতাবোৰেৰে চকুহালি ঢাকিচা !!”….”ইমান অন্যমনস্ক কিয়??” …..তেনেকুৱা ধৰনৰ ইত্যাদি ইত্যাদি…….. অভ্যাস হৈ পৰিচে প্ৰশ্নবোধক চিনৰ কাঠগৰাত নিজকে থিয় কৰায়..। মোৰ বোধেৰে সকলোৰে জীৱনৰ এইবোৰ একো একোটা অধ্যায়। কোনোয়ে বুকুত সামৰি মিচিকিয়া হাহি এটি নতুনকৈ পিন্ধি লয়….আৰু কোনোয়ে……………!!! থিক যেনContinue Reading

….চালিমা চিদ্দিকা…..(Salima Siddika) বহুদিনেই হ’ল;দিনলিপি নিলিখা হয়তো শব্দৰ অভাৱ, হয়তো সময়ৰ, সত্য জানিওঁ গান্ধাৰীৰ ভাওঁ ধৰি নিজকে দি যাওঁ মাঁথো অজুহাত। আচলতে কি জানা? তুমিবিহীন মইজনী কাহানিবাই মৃত। আতৰি গৈছিলা তুমি,অজানিতে..মনে মনে ধৰ্ফৰাইচিলো মই,উচুপি উঠিছিলো অসহায় পাখি কটা যোৱা চৰাইজনীৰ দৰে। কলিজাটো যেন আজি স্পন্দনহীন মাতাল নকৰে আৰু মোক..হাচনাহানাৰ সুবাসে।Continue Reading