……..ঋষিকা দাস……. “তোমাৰ পুৱাৰ মাতষাৰী শুনিবলৈ বৰ মন গৈছে, ক’ল এটা কৰিব পাৰিম নে” ?- চকু দুটা মোহাৰিয়ে পোৱা মেচেজ টোৱে যেন তাইৰ বুকুৰ সাগৰ খনত ছুনামি হে আনিছে আৰু পলকতে তাই স্মৃতিৰ ঢৌ বোৰত ডুব গল।         উত্তৰত কি লিখিব; পাৰিব জানো ক’ল কৰিব; কি আছেContinue Reading

……. ৰচিদুল হক (ৰিকু)…… “তুমি মোক পাহৰি যোৱা , তোমাক মই আৰু ভাল পাব নোৱাৰিম” পূজাৰ এনে কথাত ৰজতৰ বুকুখনত যেন কোনোবাই হাঠুৰিৰে কোবোৱা যেন পালে। পূজা এগৰাকী সুন্দৰী গাভৰু ছোৱালী আনহাতে ৰজতো এজন পাহুৱাল ডেকা। পূজাৰ ঘৰৰ পৰা ৰজতৰ ঘৰ প্ৰায় অলপ দূৰত। সিহঁত দুয়ো একেটা শ্ৰেণীতে পঢ়ে। ১৬Continue Reading

……চিংকুমণি অধিকাৰী…… 

সপোনৰ শেষৰটো ষ্টেচন জালুকবাৰী ,   
যাৰ বতাহত  মায়া উৰে
চেনিপুলৰ বিষণ্ণ গধূলি
অথবা মাৰ্কেটৰ ৰঙীন সন্ধিয়াContinue Reading

….আশীষ প্ৰিয়ম গোস্বামী….. দেশ আজি শ্বাসৰুদ্ধ জীৱন সংকতাপন্ন, চৌদিশে ভয়ৰ এক শব্দ মানৱজাতি আজি ৰুগ্ন। দিনে নিশাই ব্যস্ত চিকিৎসকবৃন্দ, উৰণীয়া বিহংগ আজি পিঞ্জিৰাত আৱদ্ধ । ভাইৰাছৰ আঁতংকই সকলোকে কৰিলে স্তব্ধ, বজাৰ-সমাৰ বন্ধ ৰাজপথ জনশুন্য । এতিয়াও বন্ধ নাথাকিল ধৰ্মভিত্তিক ৰাজনীতি, কোনে বুজাব তেওঁলোক এই ভাইৰাছে যে নুবুজে জাতি ধৰ্মৰ নীতি ।Continue Reading

…..আশীষ প্ৰিয়ম গোস্বামী…… ভাল মই তেতিয়াও পাইছিলোঁ, আজিও পাওঁ । কাৰণ সকলোৱে বেয়া পাব নাজানে…… সময়বোৰ মাথোঁ চকুৰ আগতেই সলনি হৈ গ’ল, প্ৰতিশ্ৰুতিবোৰ কব নোৱাৰাকৈয়েই ক’ৰবাত হেৰাই গ’ল । বুকুত নিগাজীকৈ থকা মানুহবোৰ হঠাৎ ক’লৈ গুচি গ’ল গমকেই নাপালোঁ ।Continue Reading

…….পুনম নাথ…… কোৱা কি লাগে…. চেষ্টা কৰিম মই…. সঁচাইতো? আকৌ এবাৰ ভাবি লোৱা… এবাৰ ক’লে কিন্তু দিব লাগিব।। নহলে জোৰকৈ হলেও লম মই। আৰে এনেকৈ ভয় কিয় খুৱাই আছা। চিধা চিধি কৈ দিয়ানা? তোমাৰ….. বহি থকাৰ পৰাই সামান্য আগুৱাই আহিল সি…. তাইৰ হাতত সামান্য চুই গৈছে তাৰ হাতৰ বতাহ। তাইৰContinue Reading

….নিতুমণি নাথ…..গুৱাহাটী বিশ্ববিদ্যালয়…… টক্ টক্ টক্ :অ’ মা কোন আহিছে? :মহাজনৰ টেকেলা আধি খোৱা মাটিৰ ধান নিবলৈ… টক্ টক্ টক্ :অ’ মা কোন আহিছে? :মহাজনৰ টেকেলা ঘৰটো ভাল কৰিবলৈ যে টকা লৈছিলো তাৰে সুত নিবলৈ…. টক্ টক্ টক্ :অ’ মা কোন আহিছে? :মহাজনৰ টেকেলা ঘৰটো ক্ৰোক কৰিবলৈ…. টক্ টক্ টক্Continue Reading

…….✍️সোণমণি ৰায়…….. পাণবজাৰৰ শোকাতুৰা শিল্পক এৰি চিটিবাছ এখন গৈ থাকে জালুকবাৰী লাষ্ট…জালুকবাৰী লাষ্ট… শিয়ালৰ হোৱাত গভীৰ হোৱা ৰাতি কমৰেদ আহিব জালুকবাৰী লাষ্ট…জালুকবাৰী লাষ্ট… প্ৰিয়বন্ধুৱে তৰ্ক কৰে পৃথিৱীৰ সৰ্বোচ্চ চেতনা ভোক নে যৌনতা? নাৰী নৰক নে মোক্ষ? জালুকবাৰী লাষ্টত আমাৰ ক্ষোভবোৰ আকৌ সেউজীয়া হ’বলৈ আৰম্ভ কৰে ৷ কি বুলি পতিয়ন নিয়াবাContinue Reading