….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা)  ১ অৱশেষত মোৰ অস্তিত্ব বিচাৰি পালে দুজন সদাশয় লোকে। সেই দিনা গুৱাহাটী মাছখোৱাৰ এটি ব্যস্ত ফুট পথত বহি মই খাদ্য সন্ধানত ৰৈ আছো। এনেতে দুজন ৩০/৩৫ বছৰীয়া যুৱকে মোৰ নাম কৈ আলোচনা কৰিচে ” ক’ত পাম এই বিচিত্ৰ নামৰ বিচিত্ৰ মানুহ জনক”Continue Reading

“আচৰিত কিন্তু সঁচা” অসমৰ এজন নিৰীক্ষৰ লোকে লিখিলে কেবাখনো গ্ৰন্থ। জীৱনত এদিনৰ বাবেও বিদ্যালয় গৰকী নোপোৱা এইজন লোকৰ ঘৰ হৈছে দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ “তিত্কুছি” {ডাক ঘৰ , বুঢ়া} গাঁৱৰ “যতীন কুমাৰ “। এইজন লোকৰ কৃত্বিত দেখি , দৰং জিলা সাহিত্য সভাৰ লগতে =দুনী, দিপীলা, বোনমাঝা, আন্ধেৰীঘাট , শাখা সমুহেContinue Reading

 …..ৰিপুল বড়ো, টংলা (ৰতনপুৰ)…… পুষ্প আৰু সংগীত ভালপোৱা ছোৱালীজনী ফুলেৰে তৈয়াৰী কামদেৱৰ ধেনুৰ দৰে  পুষ্পজিতা তুমি, এটি বৃক্ষৰ শ্ৰেষ্ঠ ফুলপাহ তুমি। পুষ্প প্ৰদৰ্শনীৰ ফুলৰ সৌন্দৰ্যৰ তুমি ৰানী, পুষ্প-বৃষ্টিত পুষ্প-পাত্ৰ্ত  সংগোপনে ৰাখিম । পুষ্প-পত্ৰ লিখা চিঠি পুষ্পচাপত পুষ্পবাণত লগাই দি পঠাম তোমালৈ আজি । সংগীতৰ মধুৰ সুৰ তুমি সংগীত আৰু পুষ্পৰেContinue Reading

……অভিলাস দাস….. “ আমাকে খোজো না তুমি- কতদিন আমিও তোমাকে খুজি নাকো- এক নক্ষত্ৰৰ নিচে তবু- একেই আলো পৃথিৱীৰ পাৰে “——-“ দুজন”, জীৱনানন্দ দাশ মই জানো । যি কথা তোমাক জনাই অহা নহ’ল , সেই কথা যে তুমি জানিব পৰাকৈ জনা হ’বা সেয়া মই জানো । এখন আৱদ্ধ বৰ্ষাৰন্যৰ স্তিমিতContinue Reading

….জুবিন কাকতি…. 

মা তোলৈ আজি বহুত
মনত পৰিছে ঐ….
আজি মোৰ গাটোৰ বিষ ঐ..Continue Reading

….প্ৰাণজিৎ কলিতা….. এগালমান চাৰ্টিফিকেট বোকোচাত বান্ধি দৌৰি ফুৰিছো ; চহৰৰ চিটি বাছে চিটি বাছে গৰম , ঠাণ্ডা , অনুকূল , প্ৰতিকূল সকলো নেওচি মাথো দৌৰিছো , এটি অফিচৰ পৰা আন এটি অফিচলৈ । ভোক্তব্য বস্তুৰ অভাৱত এটোপাল পানীৰ সোৱাদ লৈছো । ৰাজপথত ঘূৰিফুৰা অলপমান সহানুভূতিৰ অভাৱত দুচকুৰে নিগৰি পৰা বেদনাৰContinue Reading