….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা) 7 আৰু শৰ্মা তুমিও শুনা, – এই সসাগৰা পৃথিৱীত এদিন ময়ো শিশু হৈ উপজিছিলো, ঋতু বাগৰি এদিন কিশোৰ হ’লো, এদিন যৌৱন পালো, এদিন বৃদ্ধ হ’ম, আৰু এদিন সিপুৰিলৈওঁ যাম। এই মহাজাগতিক ঘটনা পৃথিৱীৰ সকলো মানুহৰে হ’ব সকলো মানুহে এদিন শিশুহৈ উপজিৱ, এদিনContinue Reading

…….নিতুমণি নাথ……. গুৱাহাটী বিশ্ববিদ্যালয়….. নিৰৱে নিটালে শুই আছে এতিয়া সি নিৰৱে নিটালে শুই আছে। আগতে ঘূৰি ফুৰিছিল যৌৱন চঞ্চল দেহাতো লৈ পাহাৰ ভৈয়াম একাকাৰ কৰি বিয়পাযই অমিয়া মাধুৰী যুগ যুগ ধৰি বৈ আছিল নিৰৱধিৰ তাৰ গতি পখীৰ কলৱৰত পুৱাইছিল দুখৰ ৰাতি… পূৱৰ আমাজন দিহিং পাটকাই….. ন্যায় বিচাৰি হ’ল আধামৰা দুখৰContinue Reading

……শ্ৰী অনন্যা ৰাইদঙীয়া……. হেৰ’ অসমীয়া            টোপনিৰ পৰা                জাগিবৰ হ’ল,,,, তাহানি দিনৰ                       লাচিতৰ মনলৈ                 বিপ্লব কৰিবৰ হ’ল । ৰাজনীতি হ’ল         Continue Reading

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা) ৫ বন্ধু শৰ্মা, তোমাৰ প্ৰথম প্ৰশ্নৰ উত্তৰত কও যে- এই যে তুমি মোক সুধিচা , এই বিশাল চহৰ খনত বাস কৰিও সামান্য ফুটপথত থাকি মোৰ অনুভৱ কি, মোৰ বোধেৰে চহৰখন সামান্য হব পাৰে, কিন্তু তুমি কোৱাৰ দৰে এই ফুটপথ? ই কেতিয়াও সামান্যContinue Reading

?প্ৰণামী দত্ত…. …..শিৱসাগৰ কলেজ,জয়সাগৰ….. দিহিং পাটকাই আমাৰ গৌৰৱ, ইয়াক ধ্বংস কৰিবলৈ দিয়া নহব। দিহিং পাটকাই সংৰক্ষিত বৰ্ষাৰণ্য যি ধংশকার্য চলিছে তাক আমি কোনোকাৰণতেই সহ্য কৰিব নোৱাৰো। দিহিং-পাটকাই বনাঞ্চল অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত অসমৰ একমাত্ৰ বৰ্ষাৰণ্য। 2004 খনৰ 13 জানুৱাৰী তাৰিখে দিহিং পাটকাই অভয়াৰণ্যক চৰকাৰে সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতিContinue Reading

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা) ৩ তোমাৰ কাহিনীৰ বাবে মোকে কিয়…… শৰ্মা-  “বন্ধু বিচিত্ৰ, ঠিক তুমিয়ে প্ৰথম গৰাকী নোহোৱা । আছলতে মই কেবাজনো লোকৰ ওচৰ চাপিছো মোৰ উপন্যাসৰ পটভূমি বিচাৰি, তেওঁলোকৰ ভিতৰত কিছু লোক শিক্ষীত, কিছু উচ্চ শিক্ষীত, কিছু অৰ্দ্ধ শিক্ষীত, আৰু কিছু অশিক্ষীত। এইসকল লোকৰ কথাওContinue Reading

…..প্ৰাণজিৎ কলিতা….. …..গুৱাহাটী বিশ্ববিদ্যালয়….. বৰ্তমান সময়ত সংবাদ মাধ্যমত বহুল ভাৱে প্ৰচাৰিত এটি বিষয় দিহিং পাটকাইৰ মুক্ত কয়লা খননৰ অনুমতি ।  পূৱৰ আমাজন স্বৰূপে খ্যাত দিহিং পাটকাই ভাৰতৰ ভিতৰতে এখন সৰ্ববৃহৎ বৰ্ষাৰণ্য । ডিব্ৰুগড় , শিৱসাগৰ , তিনিচুকীয়া , অৰুণাচল প্ৰদেশকে ধৰি ৫৭৫ বৰ্গ কিঃ মিটাৰেৰে আবৃত বৰ্ষাৰণ্যখনলৈ নামি আহিছে এতিয়াContinue Reading

স্কুল বন্ধৰ এই দিনবোৰ আপোনাৰ সন্তানে কেনেদৰে পাৰ কৰিছে? আজৰি সময়ছোৱা গঠনমূলক কামত খৰচ কৰিছেনে? স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভাক এখন মঞ্চ দিয়াৰ মানসেৰে এনাজৰীয়ে আয়োজন কৰিছে এলানি প্ৰতিযোগিতাৰ।উদ্দেশ্য তেওঁলোকৰ সৃজনীশীল মনৰ বিকাশ। অভিভাৱকসকল, সন্তানক এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ উদগনি যোগাওক। লকডাউনৰ সময়ছোৱাত কণ কণ শিশুসকলৰ প্ৰতিভা বিকাশৰ এক ক্ষুদ্ৰ প্ৰয়াস……. প্ৰথমContinue Reading

কবিতাৰ বিষয় :  বিপ্লৱ….. কংকন বড়ো…. জাগ্ জাগ্ জাগ্ অসমীৰ ডেকা ভাই ভনী জাগ্ চাৰিওদিশে অনীতি দেখিও নকৰনে প্ৰতিবাদ? দল-উপদল, নেতা-পালিনেতাৰ ছলাহী কথাত গলি যে ভোল ! ঔপনিৱেশিক শোষণ-শাসনে ঘৰতে পয়মাল লগালে তোৰ । স্বাধীনতা পাই যিমান যি পালি মাহী আইৰ মৰম কিমান সহিবি উঠ্ জাগি উঠ্ নকৰি পলম কৰিবলৈContinue Reading