…..?️প্ৰণামী দত্ত….. …….শিৱসাগৰ কলেজ,জয়সাগৰ…… কেতিয়া শেষ হব নৃশংস বৰ্বৰতা???অনুশোচনা/অনুকম্পা নথকা এইবোৰ কেনে মানুহ!এজন মানুহৰ মৃত্যু ইমান সহজ !ধিক্কাৰ — আকৌ যেন পুনৰাবৃত্তি হল অভি-নীল হত্যাকাণ্ডৰ।সভ্য সমাজক লজ্জাজনক কৰা ভয়ংকৰ ঘটনা সংঘটিত হল মৰিয়নীত।মৰিয়নী গাভৰু পৰ্বতত পিতৃ আৰু ভগ্নীৰ সন্মুখতে মৰিয়াই মৰিয়াই মাৰি পেলালে দেৱাশীষ গগৈ নামৰ ২৪ বছৰীয়া এজন যুৱকক।বহুতেContinue Reading

…..ছায়াস্মীতা ডেকা…..দশম শ্রেণী…… হে দেশৰক্ষী জোৱান, প্ৰণামো তোমাক, হে দেশৰক্ষী জোৱান, স্মৰণো তোমাক । আজি বিশ্বজোৰা মহাসংকটৰ সময়ত কান্দিছে হাজাৰজনে, কান্দিছে তোমাৰ মাতৃয়ে, কান্দিছে তোমাৰ পিতৃয়ে । হাঁহাকাৰ কৰিছে, তেওঁলোকৰ বুকুৱে তোমাক বিচাৰি । বুজিছো, যুঁজি আছা তুমি অদম্য সাহসেৰে । তথাপি কওঁ, হে দেশৰক্ষী জোৱান, দুৰ্বল নহ’বা তুমি ।Continue Reading

….অভিলাষ দাস…..গুৱাহাটী বিশ্ববিদ্যালয়…….  হেৰাবৰ বাবেই যদি ভালপোৱা, তেনেহ’লে মই তোমাৰ প্ৰথম প্ৰেমিক । তুমি হালধীয়া শ্ব’ল এখনেৰে যে বতাহক জোকাই ফুৰা, কিয় ! ময়ে জানো তেতিয়া নদীৰ সীমনাত তোমাৰ লয়লাসৰ কবিতা নিলিখো ? ভালপোৱা মানেই যদি হালধীয়া এজাউৰি বিষাদ তেনেহ’লে ময়েই সেই সৰিয়াহ আবেলিৰ দাৰ্শণিক প্ৰেমিক ।  Continue Reading

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা) ১১ শৰ্মাঃ  মানে বন্ধু ? তুমি কি ক’ব বিচাৰিচা? তোমাৰ জন্ম তেনেহলে ? বিচিত্ৰঃ ওঁ বন্ধু শৰ্মা, পূৰ্বতে মোৰ জন্ম এখন ভৰা গাঁৱত আছিল, য’ত আমাৰ এটি সুন্দৰ পৰিয়াল আছিল, আৰু সেই সুন্দৰ পৰিয়ালটোৰ মই কনিষ্ঠ সন্তান , যি কথা তোমাক ওপৰৰContinue Reading

……পুনম নাথ….. বন্যা এবছৰত অইন কাৰোবাৰ হৈ নোযোৱাতো? কিয় সুধিলা? ভ্ৰু কোচ খাইছে তাইৰ। সি যেন নুসুধিবলগীয়াহে সুধিছে। মই যে একদম সময় দিব নোৱাৰিম। তুমি যদি অইনৰ হৈ যোৱা? ইমান বছৰ কাৰ হৈ আছিলোঁনো?তুমি মোৰ কাষত থাকা বা নাথাকা মই আছোঁ সদায়। বাহ্ ছমাহত ইমান ডাঙৰ হ’লা। নাজানোঁ তোমাৰ সংস্পৰ্শইContinue Reading

……কংকন বড়ো….. ……নৱম শ্রেণী….. সাপ্তাহিক বজাৰত কেতিয়াও মানুহৰ ভিৰ নাই । বজাৰৰ বেপাৰীবোৰে বিক্ৰী কৰিবলৈ অনা বয়বস্তুবোৰ গ্ৰাহকৰ চকুত লগাকৈ যতনাই লোৱাত ব্যস্ত । হৰিধনে বজাৰত ভৰি দিয়ে পূৱ দিশৰ গৰু বজাৰৰ ফালে চকু ফুৰালে । বজাৰৰ বেপাৰীবোৰে গৰু-ছাগলী বিক্ৰীৰ বাবে গ্ৰাহকৰ বাবে পৰ দি আছে । হৰিধনে আজি যিকোনোContinue Reading

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা) ৯ বিচিত্ৰঃ- এইযে আমাক দেখিছা ফুটপথৰ মাজত কেনেদৰে লেপেট খাই পৰি আছোঁ। আমাৰ অন্নৰ বিচাৰ নাই , বস্ত্ৰৰ বিচাৰ নাই। বস্ত্ৰৰ ভিতৰত যি এডোখৰ পিন্ধিছোঁ, তুমি দেখিছাই সেয়াওঁ তোমালোকৰ পেলনীয়া, তোমালোকৰ ব্যৱহাৰৰ অনুপযুক্ত । তুমি মোৰ সোঁ ফালে চোৱাচোন- সৌ জন কিContinue Reading