…..ৰাজু চেতিয়া ফুকন….. কালি দিনটোত বাঘজান ত্ৰেজেডি ।ইয়াৰ আগতে আমি দেখিছোঁ যে হঠাৎ নামনিৰ সোৱণশিৰী নদীবান্ধ প্ৰকল্পত চপৰা-চপৰে ৱাল খহিছে।তাৰ আগতে সৰ্বভাৰতীয় স্তৰত দেখা যায় যে ডাঙৰ ডাঙৰ দুৰ্যোগবোৰৰ ভিতৰত উত্তৰ প্ৰদেশৰ ডাৱৰ বিস্ফোৰণ।ভূপালৰ গেছ দুৰ্ঘটনা ।কেৰেলা বানৰ কথা সকলোৱে জানেই ৷যাৰ বাবে আমি সকলোৱে এদিন চকুলো টুকিছিলোঁ।তাৰ কাৰণো আছিলContinue Reading

….জুবিন কাকতি….. দানবতাৰ শক্তি প্ৰকাশে জানো মানুহৰ মনত শান্তি আনিব পাৰে। যদি পাৰে শান্তি আনিব তেতিয়াহলে কৰক এই মানৱ‌ আৰু পশু হত্যা যদি শান্তি আনিবই নোৱাৰে তেতিয়াহলে কিয় এই শক্তি প্ৰয়োগ কিয় এই নিস্পাপ জীৱৰ ওপৰত অবৰ্ণনীয় অত্যাচাৰ? কি পায় শক্তি প্ৰয়োগৰ দ্বাৰা দানৱৰ শক্তি? নে আন কিবা? নে দানবৰContinue Reading

……পুনম নাথ…… তুমি ইয়াত…. আচৰিত হৈ উঠিল দেৱৰাজ। বন্যাৰ উপস্থিতি তাৰ বাবে অকল্পনীয়।তাৰ মুখত চিন্তাৰ বলিৰেখা বিস্তমান। বন্যাক দেখি সুখী দেৱ, বহুত সুখী কিন্তু তাক এনেকৈ দেখিব নালাগিছিল তাই। ভিতৰলৈ নামাতা? তাইৰ মাততহে যেন সম্ভিদ ঘুৰাই পালে সি । আৰে আহাঁ না.. আহা…. ভিতৰ সোমাই গ’ল তাই। বহা না….. পেগটোContinue Reading

…..তৃষ্ণালী খনিকৰ….. আন্ধাৰ ৰাতি চকুত ভাহি আহে এখনি প্ৰতিচ্ছবি । যেন তাই আহিছে, আকৌ ঘূৰি আহিছে । তাই সুধিছে কিয় ? কিয় মোক নবচালা । অনামিকা……। শুই উঠি পুনৰ নৱজ্যোতিয়ে গম পালে সেই প্ৰতিচ্ছবিবোৰ কেৱল সপোন । নাই তাই ঘূৰি নাহে । ঘটনাটো হৈ যোৱা প্ৰায় দুবছৰমানেই হ’ল । তেওঁৰContinue Reading

আইতা ল’ এমুঠি ভাত মহাজনৰ ঘৰৰ পৰা আনিছিলো । বহুদিন দেখাই নাই নহয় পেটৰ ভাতমুঠি ল’ খা ৰান্ধি দিছো আৰু এইয়া মাছৰ পিটিকা পদুমীহঁতৰ খালতে পালো চা ভাজি দিবলৈও তেলকণ নাই অঙঠাডোখৰতে কৱৈজনী পুৰি লুণকণৰে সানি দিছো ল’চোন খা, গা-লৈ শকতি আহিব তই আৰু ভোকত থাকিব নালাগে মহাজনৰ তাতে হাজিৰাContinue Reading

……প্ৰিয়ম….. নৱম শ্ৰেণীৰ ‘ক’ শাখাত তেতিয়া ৰূপালী বাইদেউৰ অংকৰ ক্লাছ ৷ কোঠাটোৰ এফালে ল’ৰাবোৰ, আনফালে ছোৱালীবোৰ ৷ বাইদেউৱে এটা এটাকৈ সকলোকে মাতি নিছিল ব’ৰ্ডত অংক কৰিবলৈ ৷ বিপ্লৱৰ পাছতে চুমিৰ পাল ৷ টেবুলত থকা চকডাল তুলি লাহে লাহে তাই ব’ৰ্ডখনৰফালে গ’ল ৷ বাইদেউ তেতিয়া অংকটোৰ সমাধান উলিওৱাত ব্যস্ত ৷ চুমিContinue Reading